ইজৰাইলৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক

February 26th, 09:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইজৰাইলৰ ৰাষ্ট্ৰপতি মহামহিম আইজাক হাৰ্জগক জেৰুজালেমত সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰীয়ে ২০১৭ চনত ইজৰাইল ভ্ৰমণৰ সময়ত আৰু ২০২৩ চনত ডুবাই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি হাৰ্জগৰ সৈতে হোৱা পূৰ্বৰ বৈঠকসমূহৰ কথা স্মৰণ কৰে।দুয়োগৰাকী নেতাই উল্লেখ কৰে যে ভাৰত-ইজৰাইলৰ সম্পৰ্কক শান্তি, উদ্ভাৱন আৰু সমৃদ্ধিৰ বাবে বিশেষ কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাটোৱে দ্বিপাক্ষিক সম্পৰ্কত এক নতুন গতি দিছে আৰু ই গভীৰ আস্থা, ভাগ-বাটোৱাৰা কৰা গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতিফলন ঘটাইছে। ই দুয়োখন দেশৰ মাজত বন্ধুত্ব শক্তিশালী কৰিছে । দুয়োগৰাকী নেতাই বাণিজ্য আৰু প্ৰযুক্তি, উদ্ভাৱন তথা উদ্যোগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, সন্ত্ৰাসবাদ বিৰোধী ক্ষেত্ৰত চলি থকা সহযোগিতাক লৈ সন্তুষ্টি প্ৰকাশ কৰে।

ইজৰাইল ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি

February 25th, 08:28 am

মোৰ মৰমৰ বন্ধু প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ আমন্ত্ৰণত মই ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ইজৰাইললৈ চৰকাৰী ভ্ৰমণ কৰিম।

প্ৰধানমন্ত্ৰীৰ ইজৰাইল ভ্ৰমণ

February 24th, 05:34 pm

ইজৰাইলৰ প্ৰধানমন্ত্ৰী মহামহিম বেঞ্জামিন নেতানিয়াহুৰ আমন্ত্ৰণমৰ্মে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬-ৰ ২৫-২৬ ফেব্ৰুৱাৰীত ইজৰাইললৈ চৰকাৰী ভ্ৰমণ কৰিব। এয়া হ’ব প্ৰধানমন্ত্ৰীৰ দ্বিতীয় ইজৰাইল ভ্ৰমণ।

Leader of the Opposition of Knesset Isaac Herzog calls on PM in Jerusalem

July 05th, 07:32 pm

Leader of the Opposition of Knesset Isaac Herzog met PM Narendra Modi in Jerusalem, Israel.