Finland is an important partner for India in the Nordic region: PM Modi at the India-Finland Joint Press Meet

March 05th, 11:55 am

In his remarks at the India-Finland joint press meet, PM Modi praised Finland President Alexander Stubb as a respected thinker and appreciated him for completing the Ironman Triathlon. He noted the increasing cooperation across sectors between India and Finland. He highlighted Nokia’s mobile phones, the Numaligarh refinery and the Chenab River railway bridge as hallmarks of the partnership between the two countries.

'মন কী বাত' জনসাধাৰণৰ সামূহিক প্ৰচেষ্টাক জনসাধাৰণৰ মাজলৈ আগবঢ়াই নিয়াৰ এক উৎকৃষ্ট মঞ্চঃ প্ৰধানমন্ত্ৰী মোদী

November 30th, 11:30 am

চলিত মাহৰ মন কী বাতত প্ৰধানমন্ত্ৰী মোদীয়ে নৱেম্বৰৰ গুৰুত্বপূৰ্ণ অনুষ্ঠানসমূহৰ ওপৰত আলোকপাত কৰে, য’ত সংবিধান দিৱস উদযাপন, বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী, অযোধ্যাত ধৰ্মধ্বজ উত্তোলন, আইএনএছ ‘মাহে’ প্ৰৱৰ্তন আৰু কুৰুক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱ আদিৰ ওপৰত আলোকপাত কৰে। তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়বস্তু যেনে অভিলেখ খাদ্য শস্য আৰু মৌ উৎপাদন, ভাৰতৰ ক্ৰীড়া সফলতা, সংগ্ৰহালয় আৰু প্ৰাকৃতিক কৃষি আদি দিশবোৰো সামৰি লয়। প্ৰধানমন্ত্ৰীয়ে সকলোকে কাশী-তামিল সংগমমত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

গোৱাত আয়ৰনম্যান 70.3-ৰ দৰে অনুষ্ঠানত যুৱক-যুৱতীসকলৰ বৰ্দ্ধিত অংশগ্ৰহণক প্ৰধানমন্ত্ৰীয়ে আদৰণি জনাইছে

November 09th, 10:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোৱাত অনুষ্ঠিত হোৱা আয়ৰনম্যান 70.3 ৰ দৰে অনুষ্ঠানত যুৱক-যুৱতীসকলৰ বৰ্দ্ধিত অংশগ্ৰহণক আদৰণি জনাইছে। শ্ৰী মোদীয়ে কয় যে এনে অনুষ্ঠানসমূহে ফিট ইণ্ডিয়া আন্দোলনৰ দিশত অৰিহণা যোগায়। ‘অংশগ্ৰহণ কৰা সকলোকে শুভেচ্ছা জনাইছো। আমাৰ দলৰ দুজন যুৱ সহকৰ্মী আন্নামালাই আৰু তেজস্বী সূৰ্য আয়ৰনমেন ট্ৰায়থ্লন সফলতাৰে সম্পূৰ্ণ কৰা সকলৰ ভিতৰত থকাত আনন্দিত হৈছো ‘, শ্ৰী মোদীয়ে কয়।