Prime Minister pays tribute at the Indian Peace Keeping Force (IPKF) Memorial

April 05th, 08:36 pm

​Prime Minister Shri Narendra Modi paid his respects at the ‘Indian Peace Keeping Force (IPKF) Memorial’ in Sri Jayawardenapura Kotte, near Colombo, today.

কলম্বোত ‘আইপিকেএফ মেম'ৰিয়েল’ পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰীয়ে

April 05th, 07:44 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলম্বোত অনুষ্ঠিত আইপিকেএফ মেমৰিয়েল দৰ্শন কৰি পুষ্পস্তৱক অৰ্পণ কৰে। তেওঁ শান্তি, ঐক্য আৰু শ্ৰীলংকাৰ আঞ্চলিক অখণ্ডতাৰ সেৱাত প্ৰাণাহুতি দিয়া ভাৰতীয় শান্তিৰক্ষী বাহিনীৰ বীৰ সৈনিকসকলক প্ৰশংসা কৰে।