ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা এণ্ডী বাৰ্ণহামক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
July 21st, 08:09 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা এণ্ডী বাৰ্ণহামক অভিনন্দন জ্ঞাপন কৰে।সংসদৰ ২০২৬ চনৰ বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ ইংৰাজী অনুবাদ
July 20th, 10:30 am
বাৰিষা ঋতুৱে ইয়াৰ ইতিবাচক প্ৰভাৱ দেখুৱাবলৈ আৰম্ভ কৰিছে আৰু সংসদৰ বৰ্ষাকালীন অধিৱেশনো আৰম্ভ হৈছে। বাৰিষাই হওক বা বৰ্ষাকালীন অধিৱেশনেই হওক, যেতিয়া দুয়োটাই সক্ৰিয় হয়, তেতিয়া সেইবোৰ অত্যন্ত উৎপাদনশীল হৈ পৰে। আৰু যেতিয়া দুয়োটাই উৎপাদনশীল হয়, তেতিয়া উভয়ে ৰাষ্ট্ৰ আৰু সকলো জীৱৰ কল্যাণৰ প্ৰতি অৰিহণা যোগায়। এই আশাৰে আমি প্ৰাৰ্থনা কৰোঁ যে বাৰিষা সক্ৰিয় হৈ থাকক আৰু বৰ্ষাকালীন অধিৱেশনো সমানেই উৎপাদনশীল হওক।২০২৬চনৰ বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বিবৃতি
July 20th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৬ চনৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সংসদ চৌহদত সংবাদ মাধ্যমক সম্বোধন কৰে। সংসদৰ নতুন অধিৱেশনৰ আৰম্ভণিত অংশগ্ৰহণকাৰীসকলক আদৰণি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰাকৃতিক বতৰ আৰু বিধায়িনী উৎপাদনশীলতাৰ মাজত এক চিত্তাকৰ্ষক সমান্তৰাল ধাৰণা উল্লেখ কৰে। দেশৰ সামগ্ৰিক কল্যাণৰ ক্ষেত্ৰত সক্ৰিয় আৰু অগ্ৰগামী চিন্তাধাৰাৰ ব্যাপক প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে অত্যন্ত গঠনমূলক ফলাফলৰ আশা প্ৰকাশ কৰে যি অৱশেষত সকলো জীৱকে উপকৃত কৰে। আমি প্ৰাৰ্থনা কৰোঁ যে বাৰিষা সক্ৰিয় হৈ থাকক আৰু বৰ্ষাকালীন অধিৱেশনো ফলপ্ৰসূ হওক, শ্ৰী মোদীয়ে মন্তব্য কৰে।ভাৰত-ব্ৰিটেইন সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্যিক চুক্তি আৰু সামাজিক সুৰক্ষা চুক্তি সন্দৰ্ভত এটা প্ৰবন্ধ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
July 15th, 12:58 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে ভাৰত-ব্ৰিটেইন সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি (চিইটিএ) আৰু সামাজিক সুৰক্ষা চুক্তি সন্দৰ্ভত লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰি ইয়াক ভাৰত-ব্ৰিটেইন অংশীদাৰিত্বৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বুলি অভিহিত কৰে। শ্ৰী মোদীয়ে কয় যে দুয়োখন চুক্তিয়ে ভাৰত আৰু ব্ৰিটেইনৰ মাজত অৰ্থনৈতিক সম্পৰ্ক অধিক গভীৰ কৰাৰ লগতে দুয়োখন দেশৰ উমৈহতীয়া উচ্চাকাংক্ষাক তেওঁলোকৰ জনসাধাৰণৰ বাবে স্পষ্ট সুযোগলৈ ৰূপান্তৰিত কৰিব।ভাৰত-নিউজিলেণ্ড ব্যৱসায়িক অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
July 11th, 08:20 am
আপোনালোক সকলোৰে সৈতে অকলেন্ডত উপস্থিত হৈ মই অতি আনন্দিত হৈছো। মই প্ৰধানমন্ত্ৰী লাক্সনৰ ইতিবাচক চিন্তা আৰু ভাৰতৰ প্ৰতি তেওঁৰ গভীৰ দায়বদ্ধতাৰ বাবে বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰিছো।Prime Minister addresses business leaders in New Zealand
July 11th, 08:16 am
PM Modi interacted with leading CEOs and business leaders from India and New Zealand, highlighting the vast opportunities for trade, investment and innovation. He invited New Zealand businesses to partner India's growth story and help achieve the shared goal of doubling bilateral trade to NZD 7 billion by 2030.এক ক্ৰীড়া অনুষ্ঠানৰ বাবে মেলবৰ্ন ক্ৰিকেট গ্ৰাউণ্ড ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ
July 10th, 08:21 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত-অষ্ট্ৰেলিয়া ক্ৰীড়া সম্পৰ্ক উদযাপন কৰা এক অনুষ্ঠানত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিজ আৰু ভিক্টোৰিয়াৰ প্ৰধান জেচিন্টা এলেনৰ সৈতে মেলবৰ্ন ক্ৰিকেট গ্ৰাউণ্ড ভ্ৰমণ কৰে। ষ্টিভ ৱ’ আৰু লিজা স্থালেকাৰকে ধৰি অষ্ট্ৰেলিয়াৰ কেইবাগৰাকীও ক্ৰীড়া কিংবদন্তি অনুষ্ঠানত উপস্থিত আছিল। এই ভ্ৰমণে ভাৰত-অষ্ট্ৰেলিয়া ব্যাপক কৌশলগত অংশীদাৰিত্বৰ স্তম্ভ হিচাপে ক্ৰীড়া, সাংস্কৃতিক বিনিময় আৰু জনসাধাৰণৰ মাজৰ বৰ্ধিত সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰে।তৃতীয় ভাৰত-অষ্ট্ৰেলিয়া বাৰ্ষিক সন্মিলনত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
July 09th, 12:29 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৯ জুলাই, ২০২৬ত মেলবৰ্ণত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিজৰ আতিথ্যত অনুষ্ঠিত তৃতীয় ভাৰত-অষ্ট্ৰেলিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰে। গৱৰ্ণমেণ্ট হাউচত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীক প্ৰধানমন্ত্ৰী আলবানিজে উষ্ম আদৰণি জনায় আৰু আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়।অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যৌথ প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
July 09th, 11:15 am
আমাৰ এই সাদৃশ্যসমূহ আৰু আমাৰ উমৈহতীয়া বিশ্বদৃষ্টিভংগীয়ে আমাক গভীৰ পাৰস্পৰিক বিশ্বাসেৰে নিৰন্তৰ আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে। আমাৰ ব্যাপক কৌশলগত অংশীদাৰিত্বই যোৱা কেইবছৰমানৰ ভিতৰত অভূতপূৰ্ব প্ৰগতি লাভ কৰিছে। আৰু আজিৰ তৃতীয় বাৰ্ষিক সন্মিলনৰ জৰিয়তে আমাৰ সহযোগিতাত বহু নতুন মাত্ৰা যোগ হৈছে।Australia-India Partnership on Cyber, Critical Technologies and Supply Chains (PACTS)
July 09th, 11:04 am
PM Modi and Australian Prime Minister Anthony Albanese launched the Australia-India Partnership on Cyber, Critical Technologies and Supply Chains (PACTS), paving the way for closer cooperation in cybersecurity, critical technologies, resilient supply chains, digital resilience and defence research collaborationঅৰ্থনৈতিক পৰিকল্পনা ব্যৱসায়িক সম্বৰ্ধনা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ
July 09th, 06:15 am
এতিয়া বিনিয়োগ আৰু উদ্ভাৱনৰ ক্ষেত্ৰখনে ইয়াৰ সুযোগতে ডেউকা মেলিবলৈ সাজু হৈছে। আৰু আপোনালোক সকলোৱে ইয়াক নতুন উচ্চতালৈ লৈ যাব লাগিব।Prime Minister addresses Australia-India CEOs Forum and Economic Roadmap Business event
July 09th, 06:00 am
PM Modi participated in the Australia-India CEOs Forum and the Economic Roadmap Business event in Melbourne. Addressing the CEOs Forum, he highlighted India's strong economic growth, policy reforms, digital transformation and expanding innovation ecosystem. Addressing the Economic Roadmap Business event, he expressed satisfaction at the growth of trade and investment ties based on ECTA and called for early conclusion of the proposed CECA.India-Indonesia Joint Statement on the State Visit by Prime Minister of India to Indonesia
July 07th, 05:15 pm
At the invitation of Indonesian President Prabowo Subianto, PM Modi is on a State Visit to Indonesia from 6-8 July 2026. PM Modi's visit reflects the shared commitment of the two leaders to achieve a substantial upward trajectory in the India-Indonesia Comprehensive Strategic Partnership. The two leaders held discussions at Istana Merdeka in Jakarta, covering the full spectrum of bilateral relations.ইণ্ডোনেছিয়াৰ সংসদত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ
July 07th, 03:15 pm
আজি আপোনালোকৰ মাজত উপস্থিত থকাটো মোৰ বাবে এক ডাঙৰ সন্মান আৰু সৌভাগ্য। ১.৪ বিলিয়ন ভাৰতীয়ৰ প্ৰতিনিধি হিচাপে আৰু গণতন্ত্ৰৰ মাতৃৰ এগৰাকী গৌৰৱান্বিত নাগৰিক হিচাপে মই আপোনালোকক ভাৰতৰ সকলো জনসাধাৰণৰ হৈ উষ্ম শুভেচ্ছা জনাইছো।ইণ্ডোনেছিয়াৰ সংসদত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান
July 07th, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাৰ্কাৰ্টাত ইণ্ডোনেছিয়াৰ সংসদত ভাষণ দিয়ে। তেওঁ হৈছে ইণ্ডোনেছিয়াৰ সংসদত ভাষণ দিয়া প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী।ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জয়ন্তীত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ ইংৰাজী অনুবাদ
July 06th, 06:47 pm
কেন্দ্ৰীয় কেবিনেটৰ সহযোগী অমিত ভাই শ্বাহ, গজেন্দ্ৰ সিং শ্বেখাৱত, পশ্চিম বংগৰ গতিশীল মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী, জ্যেষ্ঠ বিজেপি সদস্য আৰু মোৰ দৰে লাখ লাখ কৰ্মীৰ বাবে অনুপ্ৰেৰণা মাখনলাল জী, বিজেপিৰ ৰাজ্যিক সভাপতি শমিক ভট্টাচাৰ্য, সন্মানীয় জন প্ৰতিনিধি, বিশিষ্ট অতিথি, বিশিষ্ট ব্যক্তিসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ড° শ্য্যামাপ্ৰসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জন্ম জয়ন্তী উপলক্ষে সম্বোধন কৰে
July 06th, 06:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ড° শ্য্যামাপ্ৰসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জন্ম জয়ন্তী উপলক্ষে এটা ভিডিঅ’ বাৰ্তাৰ জৰিয়তে এক সমাৱেশক সম্বোধন কৰে। পূৰ্ব-নিৰ্ধাৰিত ভ্ৰমণসূচীৰ বাবে সোশৰীৰে উপস্থিত থাকিব নোৱাৰাৰ কাৰণ বাখ্যা কৰি তেওঁ এই গুৰুত্বপূৰ্ণ ক্ষণত ভৌগোলিক দূৰত্ব দূৰ কৰাৰ ক্ষেত্ৰত ডিজিটেল সংযোগৰ ব্যতিক্ৰমী শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে, প্ৰযুক্তিৰ সহায়ত মই এই ঐতিহাসিক কাৰ্যসূচীত আপোনালোকৰ সৈতে জড়িত হৈছোঁ।ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি
July 06th, 09:00 am
মই ৬-১১ জুলাই, ২০২৬লৈ ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ কাৰ্যসূচী গ্ৰহণ কৰিছো।ৰাজস্থানৰ বালোত্ৰাত উন্নয়নমূলক প্ৰকল্পসমূহৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
July 04th, 12:50 pm
ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী হৰিভাউ বাগদে জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিঙ পুৰী, উপ-মুখ্যমন্ত্ৰী দিয়া কুমাৰী জী, প্ৰেমচান্দ বৈৰৱা জী, ৰাজস্থান চৰকাৰৰ সকলো মন্ত্ৰী, সাংসদ তথা বিধায়কসকল আৰু মোৰ মৰমৰ ভাই-ভনীসকল,PMৰাজস্থানৰ বালোত্ৰাত প্ৰায় ১.০৬ লাখ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প দেশবাসীৰ নামত উৎসৰ্গা, উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
July 04th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ বালোত্ৰাত প্ৰায় ১.০৬ লাখ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প দেশবাসীৰ নামত উৎসৰ্গা, উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। বিশাল জনসভাক সম্বোধন কৰি তেওঁ উন্নয়নমূলক পদক্ষেপসমূহৰ বাবে এক সহযোগিতাপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰে। প্ৰচণ্ড গৰম নেওচি সভালৈ অহা জনসাধাৰণক গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই বৃহৎ উপস্থিতিক বৰ্তমানৰ শাসন ব্যৱস্থাৰ প্ৰতি এক আশীৰ্বাদ স্বৰূপ বুলি অভিহিত কৰে। শ্ৰী মোদীয়ে কয়, মই ৰাজস্থানবাসীৰ ওচৰত চিৰকৃতজ্ঞ, এই অপাৰ সমৰ্থনে আমাৰ চৰকাৰৰ প্ৰচেষ্টাৰ প্ৰতি আপোনালোকৰ থকা গভীৰ বিশ্বাসকে প্ৰদৰ্শন কৰিছে।