ফ্ৰান্সৰ ইভিয়ানত অনুষ্ঠিত জি৭ সন্মিলনত "কৃত্ৰিম বুদ্ধিমত্তাৰ এক নিৰাপদ, দ্ৰুত আৰু দক্ষ সূচনা নিশ্চিতকৰণ" শীৰ্ষক অধিৱেশনত ভাষণ প্ৰধানমন্ত্ৰীৰ

June 18th, 05:01 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ ইভিয়ানত অনুষ্ঠিত জি৭ সন্মিলনত কৃত্ৰিম বুদ্ধিমত্তাৰ এক নিৰাপদ, দ্ৰুত আৰু দক্ষ সূচনা নিশ্চিতকৰণ শীৰ্ষক আলোচনাচক্ৰত ভাষণ প্ৰদান কৰে।

নিৰাপদ, দ্ৰুত আৰু দক্ষ এ আই ৰোলআউট নিশ্চিত কৰাৰ ওপৰত জি 7 সন্মিলনৰ অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

June 17th, 09:20 pm

এই গুৰুত্বপূৰ্ণ বিষয়টো আমাৰ আলোচনাৰ অংশ কৰি তোলাৰ বাবে মই মোৰ বন্ধু ৰাষ্ট্ৰপতি মেক্ৰ’ক অভিনন্দন জনাইছো। ইয়াত কোনো সন্দেহ নাই যে কৃত্ৰিম বুদ্ধিমত্তা হৈছে মানুহে সৃষ্টি কৰা আটাইতকৈ পৰিৱৰ্তনশীল প্ৰযুক্তিৰ ভিতৰত এটা।

চিবিআইৰ হীৰক জয়ন্তী উদযাপনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

April 03rd, 03:50 pm

আজি আৰম্ভ কৰা কিছুমান চহৰৰ নতুন চিবিআই কাৰ্যালয়, টুইটাৰ হেণ্ডেল, অন্যান্য ব্যৱস্থাই হওঁক, তেওঁলোকে নিশ্চিতভাৱে চিবিআইক অধিক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। চিবিআইয়ে নিজৰ সেৱা আৰু দক্ষতাৰ জৰিয়তে সাধাৰণ জনতাক নতুন আস্থা প্ৰদান কৰিছে। আজিও যেতিয়া কোনোবাই এটা গোচৰৰ সমাধান অসম্ভৱ বুলি অনুভৱ কৰে তেতিয়া তেওঁলোকে দাবী কৰে যে সেইটো চিবিআইক গতাই দিব লাগে। তদন্ত কৰি থকা সংস্থাটোৰ পৰা গোচৰটো লৈ চিবিআইক গতাই দিয়াৰ দাবীত মানুহে বিক্ষোভ প্ৰদৰ্শন কৰে। পঞ্চায়ত পৰ্যায়ত কিবা ইছ্যু থাকিলেও মানুহে কয়, এইটো চিবিআইক গতাই দিব লাগে।ন্যায়ৰ ব্ৰেণ্ড হিচাপে চিবিআই আজি মানুহৰ মুখে মুখে।

প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোৰ হীৰক জয়ন্তী উদযাপন উদ্বোধন কৰে

April 03rd, 12:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)ৰ হীৰক জয়ন্তী উদযাপনৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো ১৯৬৩ চনৰ ১ এপ্ৰিল তাৰিখে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ এক প্ৰস্তাৱৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল।

Our future will be technology driven. We need to embrace it: PM Modi

July 31st, 11:36 am