Prime Minister extends greetings on Global Tiger Day, reaffirms commitment to tiger conservation

July 29th, 09:58 am

The Prime Minister, Shri Narendra Modi, has extended greetings to all wildlife enthusiasts on Global Tiger Day.

ত্ৰিৰংগাৰ গৌৰৱ অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত ‘হৰ ঘৰ তিৰংগা অভিযান’ এক অনন্য উৎসৱত পৰিণত হৈছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী

July 28th, 11:30 am

বন্ধুসকল, ক্ৰীড়া জগতত এই অলিম্পিকৰ বাহিৰেও কিছুদিন আগতে গণিতৰ জগততো এখন অলিম্পিক অনুষ্ঠিত হৈছিল। আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড। ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে এই অলিম্পিয়াডত অতি সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। ইয়াত আমাৰ দলটোৱে সৰ্বোত্তম প্ৰদৰ্শন কৰি চাৰিটা স্বৰ্ণ পদক আৰু এটা ৰূপৰ পদক লাভ কৰে। আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াডত শতাধিক দেশৰ যুৱক-যুৱতীসকলে অংশগ্ৰহণ কৰিছিল আৰু আমাৰ দলটোৱে সামগ্ৰিকভাৱে শীৰ্ষ পাঁচটা স্থানত স্থান লাভ কৰাত সফল হৈছে। দেশলৈ গৌৰৱ কঢ়িয়াই অনা এইসকল ছাত্ৰ-ছাত্ৰীৰ নাম হ'ল-পুনেৰ আদিত্য ভেংকট গণেশ, পুনেৰ সিদ্ধাৰ্থ চোপ্ৰা, দিল্লীৰ অৰ্জুন গুপ্তা, গ্ৰেটাৰ নয়দাৰ কানৱ তালৱাৰ, মুম্বাইৰ ৰুশিল মাথুৰ আৰু গুৱাহাটীৰ আনন্দ ভাদুৰী।

প্রধানমন্ত্রীয়ে আন্তঃৰাষ্ট্ৰীয় বাঘ দিৱস উপলক্ষে বাঘ সংৰক্ষণবাদীৰ প্ৰয়াসৰ প্ৰশংসা কৰে

July 29th, 02:41 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় বাঘ দিৱস উপলক্ষে বাঘ সংৰক্ষণবাদীৰ প্ৰয়াসৰ প্ৰশংসা কৰে।

আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱসত বন্যপ্ৰাণী প্ৰেমীসকলক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

July 29th, 10:37 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বন্যপ্ৰাণীপ্ৰেমীসকলক বিশেষকৈ যিসকল বাঘ সংৰক্ষণৰ প্ৰতি আগ্ৰহী তেওঁলোকক আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱসত শুভেচ্ছা জ্ঞাপন কৰে।