ভাৰত-জাৰ্মানী যৌথ বিবৃতি
January 12th, 03:50 pm
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নিমন্ত্ৰণত জাৰ্মানী গণৰাজ্যৰ সংঘীয় চ্যান্সেলৰ মহামহিম ফ্ৰেডৰিক মাৰ্জে ২০২৬ চনৰ ১২-১৩ জানুৱাৰীত ভাৰত ভ্ৰমণ কৰে। চ্যান্সেলৰৰ সৈতে ২৩গৰাকী প্ৰধান জাৰ্মান চিইঅ’ আৰু উদ্যোগপতিসহ এটা উচ্চ-স্তৰীয় প্ৰতিনিধি মণ্ডলো আছিল।প্ৰধানমন্ত্ৰী মোদী আৰু জাৰ্মানীৰ চেঞ্চেলৰ ফ্ৰেডৰিখ মেৰ্জে আহমেদাবাদত আন্তঃৰাষ্ট্ৰীয় চিলা উৎসৱ পৰিদৰ্শন কৰে
January 12th, 02:42 pm
প্ৰধানমন্ত্ৰী মোদী আৰু জাৰ্মানীৰ চেঞ্চেলৰ ফ্ৰেডৰিখ মেৰ্জে আহমেদাবাদৰ সবৰমতী নদীৰ পাৰত আয়োজিত ৰঙীন আৰু স্পন্দনশীল আন্তঃৰাষ্ট্ৰীয় চিলা উৎসৱত অংশগ্ৰহণ কৰে। প্ৰদৰ্শনীস্থলীত থকা পতাকাখনত অপাৰেশ্যন সিন্দূৰ, ভগৱান হনুমান, ত্ৰিৰংগাৰ আৰু বহুতো ছবি অংকন কৰা আছিল। চেঞ্চেলৰ মাৰ্জে আকাশত চিলা উৰুৱাৰ চেষ্টা কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে।১২ জানুৱাৰীত আহমেদাবাদত জাৰ্মান চেঞ্চেলৰ মাৰ্জক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰীয়ে
January 09th, 12:05 pm
প্ৰধানমন্ত্ৰীয়ে ১২ জানুৱাৰীত আহমেদাবাদত জাৰ্মানীৰ ফেডাৰেল চেঞ্চেলৰ ফ্ৰিড্ৰিখ মাৰ্জক সাক্ষাৎ কৰিব।