ফলাফলৰ তালিকাঃ ইউএই-ৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ ভাৰত ভ্ৰমণ
January 19th, 08:23 pm
ভাৰতৰ গুজৰাট চৰকাৰ আৰু সংযুক্ত আৰব আমিৰাতৰ বিনিয়োগ মন্ত্ৰালয়ৰ মাজত ঢোলেৰা বিশেষ বিনিয়োগ অঞ্চলৰ উন্নয়নৰ বাবে বিনিয়োগ সহযোগিতাৰ উদ্দেশ্য পত্ৰযুটীয়া বিবৃতিঃ ইউএই-ৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ ভাৰত ভ্ৰমণ
January 19th, 08:10 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে ২০২৬-ৰ ১৯ জানুৱাৰীত সংযুক্ত আৰব আমিৰাতৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানে ভাৰত ভ্ৰমণ কৰে। যোৱা দহ বছৰৰ ভিতৰত এয়া মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ পঞ্চমটো ভাৰত ভ্ৰমণ আৰু ইউএই-ৰ ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ তৃতীয়টো চৰকাৰী ভ্ৰমণ।PM chairs 50th meeting of PRAGATI
December 31st, 08:11 pm
PM Modi chaired the 50th meeting of PRAGATI earlier today, marking a significant milestone in a decade-long journey of cooperative, outcome-driven governance. During the meeting, he reviewed five critical infrastructure projects across various sectors, spanning 5 States, with a cumulative cost of more than ₹40,000 crore. The PM remarked that PRAGATI is a powerful accelerator to achieve Viksit Bharat @ 2047.অসমৰ নামৰূপত ইউৰিয়া প্ৰকল্পৰ ভূমি পূজনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
December 21st, 04:25 pm
অসমৰ ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সহকৰ্মী আৰু ইয়াত আপোনালোকৰ প্ৰতিনিধি, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম চৰকাৰৰ মন্ত্ৰী, সংসদৰ সদস্য, বিধানসভাৰ সদস্য, অন্যান্য গণ্যমান্য ব্যক্তিসকল আৰু আমাক আশীৰ্বাদ দিবলৈ ইমান বৃহৎ সংখ্যাত অহা মোৰ সকলো ভাই-ভনীসকল, ভিতৰৰ তুলনাত পেণ্ডেলৰ বাহিৰত আৰু বেছি মানুহ দেখা পাইছো।অসমৰ নামৰূপত অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ এমোনিয়া-ইউৰিয়া সাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
December 21st, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ ডিব্ৰুগড়ৰ নামৰূপত অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ এমোনিয়া-ইউৰিয়া সাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত শ্ৰী মোদীয়ে কয় যে এইখন চাওলুং ছ্যুকাফা আৰু মহাবীৰ লাচিত বৰফুকনৰ দৰে মহান বীৰৰ ভূমি। ভাষণত তেওঁ ভীমবৰ দেউৰী, শ্বহীদ কুশল কোঁৱৰ, মৰাণ ৰজা বাদৌছা, মালতী মেম, ইন্দিৰা মিৰি, স্বৰ্গদেউ সৰ্বানন্দ সিংহ আৰু বীৰ সতী সাধনীৰ অৱদানৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁ উজনি অসমৰ পবিত্ৰ ভূমিক প্ৰণাম জনাইছে, কিয়নো এয়া শৌৰ্য আৰু ত্যাগৰ মহান ভূমি।অসমৰ গুৱাহাটীত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ভৱন উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
December 20th, 03:20 pm
মোৰ ভাষণ আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে এটা অনুৰোধ জনাইছো যে আজি এই বিজয়ৰ দিনটো এক অৰ্থত উন্নয়নৰ উদযাপনৰ দিন, কেৱল অসমেই নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে । সেয়ে আপোনালোকক মোবাইল ফোন উলিয়াই, টৰ্চ জ্বলাই, উন্নয়নৰ এই উদযাপনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছো। সকলোৰে মোবাইল ফোন জ্বলিব লাগে আৰু সমগ্ৰ দেশে গুঞ্জৰিত হাতচাপৰিৰ মাজেৰে দেখিব যে অসমে উন্নয়নৰ উদযাপন কৰিছে। উন্নয়নৰ পোহৰ যেতিয়া সকলোৰে কাষত উপনীত হয় তেতিয়া জীৱনৰ প্ৰতিটো পথেই নতুন উচ্চতাত উপনীত হ’বলৈ আৰম্ভ কৰে। সকলোকে বহুত বহুত ধন্যবাদ।অসমৰ গুৱাহাটীত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
December 20th, 03:10 pm
অসমৰ সংযোগ, অৰ্থনৈতিক সম্প্ৰসাৰণ আৰু বিশ্বজোৰা সংযোগৰ ক্ষেত্ৰত এক পৰিৱৰ্তনশীল মাইলৰ খুঁটি হিচাবে চিহ্নিত কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৱাহাটীত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰে।২০-২১ ডিচেম্বৰত অসম ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
December 19th, 02:29 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২০-২১ ডিচেম্বৰত অসম ভ্ৰমণ কৰিব। ২০ ডিচেম্বৰৰ আবেলি প্ৰায় ৩ বজাত প্ৰধানমন্ত্ৰী গুৱাহাটীত উপস্থিত হৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পৰিদৰ্শনেৰে ইয়াৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰিব। তেওঁ লগতে ইয়াত সমবেতসকলক সম্বোধন কৰিব।PM to inaugurate Safran Aircraft Engine Services India facility on 26th November
November 25th, 04:16 pm
In a big step towards the goal of Aatmanirbharta in the aviation sector, PM Modi will inaugurate the Safran Aircraft Engine Services India (SAESI) facility on 26th November at 10 AM via video conferencing. It is located at the GMR Aerospace and Industrial Park – SEZ, Rajiv Gandhi International Airport, Hyderabad. With an initial investment of around ₹1,300 crore, the SAESI facility is designed to service up to 300 LEAP engines annually.মহাৰাষ্ট্ৰৰ মুম্বাইত একাধিক উন্নয়ন প্ৰকল্পৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
October 08th, 03:44 pm
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল আচাৰ্য্য দেৱব্ৰত ডাঙৰীয়া, জনপ্ৰিয় মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ ডাঙৰীয়া, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ ৰামদাস আঠৱালে ডাঙৰীয়া, কে.আৰ. নাইডু ডাঙৰীয়া আৰু মুৰলীধৰ মহল ডাঙৰীয়া, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ সিন্দে ডাঙৰীয়া আৰু অজিত পাৱাৰ ডাঙৰীয়া, আন-আন মন্ত্ৰী, ভাৰতস্থিত জাপানৰ ৰাষ্ট্ৰদূত কেইচি অনো ডাঙৰীয়া, আন-আন বিশিষ্ট অতিথি, ভাই-ভনীসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধন, মুম্বাইত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু উৎসৰ্গা কৰে
October 08th, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধনৰ লগতে মহাৰাষ্ট্ৰৰ মুম্বাইত ভিন্ন উন্নয়নমূলক প্ৰকল্প শুভাৰম্ভ আৰু উৎসৰ্গা কৰে। ইয়াত সমবেত সকলো বিশিষ্ট ব্যক্তিকে আদৰণি জনাই শ্ৰী মোদীয়ে উপস্থিত থকা সকলোলৈকে উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে শেহতীয়াকৈ বিজয়াদশমী আৰু শাৰদ পূৰ্ণিমা উদযাপনৰ কথা উল্লেখ কৰে তথা আগন্তুক দীপাৱলী উৎসৱ উপলক্ষে শুভেচ্ছা জনায়।কেবিনেটে অযোধ্যা বিমানবন্দৰক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে আৰু ‘মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, অযোধ্যাধাম’ নামেৰে নামকৰণত অনুমোদন জনায়
January 05th, 08:28 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে অযোধ্যা বিমানবন্দৰক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে ঘোষণা আৰু “মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, অযোধ্যাধাম” নামেৰে নামাকৰণৰ প্ৰস্তাৱত অনুমোদন জনাইছে।গুজৰাটত ছুৰাট ডায়মণ্ড ব’ৰ্ছৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণত অসমীয়া অনুবাদ
December 17th, 12:00 pm
ছুৰাটৰ অৰ্থ হৈছে ছুৰাট, ছুৰাটৰ ইতিহাসৰ অভিজ্ঞতা, বৰ্তমানত গতি আৰু ভৱিষ্যতৰ দৃষ্টিভংগী আছে। আৰু এনে কামত কোনেও কেতিয়াও কোনো ত্ৰুটি ৰখা নাই বুলি মোৰ বিশ্বাস। এইদৰে ছুৰাটবাসীয়ে হয়তো সকলো কামতে খৰখেদা কৰে, কিন্তু খাদ্যৰ দোকান এখনত আধা ঘণ্টা শাৰী পাতি থিয় হোৱাৰ ধৈৰ্য্য তেওঁলোকৰ আছে। প্ৰচণ্ড বৰষুণ হৈছে আৰু আঁঠুলৈকে পানী আছে যদিও পকৰাৰ দোকানলৈ যাব লগা হ’লে যাব লাগিব। শাৰদী পূৰ্ণিমা, চণ্ডী পদৱাত গোটেই পৃথিৱীখন ছাদ ওপৰলৈ যায় আৰু এই মোৰ ছুৰাটবাসীয়ে ফুটপাথত পৰিয়ালৰ সৈতে ঘৰী (মিঠাই) খায়। আৰু আনন্দ এনেকুৱা যে চাহেব ওচৰৰ ক’লৈকো নাযায়, কিন্তু গোটেই পৃথিৱীখনে ঘূৰি ফুৰে। মনত আছে ৪০-৪৫ বছৰ আগতে যেতিয়া সৌৰাষ্ট্ৰৰ ভাইহঁতে ছুৰাটৰ ফালে গৈছিল তেতিয়া সৌৰাষ্ট্ৰৰ পৰা অহা আমাৰ পুৰণি বন্ধুক সুধিছিলোঁ যে সৌৰাষ্ট্ৰ এৰি ছুৰাটলৈ আহিলে কেনে লাগে? তেওঁ কয় যে আমাৰ ছুৰাট আৰু আমাৰ কঠিয়াৱাৰৰ মাজত বহুত পাৰ্থক্য আছে। মই ৪০-৪৫ বছৰৰ আগৰ কথা কৈছো। মই কি সুধিম? গতিকে তেওঁ কৈছিল যে আমাৰ কঠিয়াৱাৰত মটৰ চাইকেল এখনে মুখামুখিকৈ খুন্দা মাৰিলে তৰোৱালখন উলিয়াই দিয়াৰ কথা চৰ্চা হয়, কিন্তু ছুৰাটত মটৰ চাইকেল সংঘৰ্ষ হ’লে তেতিয়া লগে লগে তেওঁ কয়, চাওক ভাই, আপোনাৰ আৰু মোৰ দুয়োটাৰে দোষ, এতিয়াই বাদ দিয়ক, ইমান পাৰ্থক্য আছে।ছুৰাট ডায়মণ্ড ব’ৰ্ছ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
December 17th, 11:30 am
এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে ছুৰাট চহৰৰ ভব্য নতুন হীৰা সংযোজন কৰা হৈছে। “এয়া সাধাৰণ হীৰা নহয়, বৰঞ্চ ই বিশ্বৰ শ্ৰেষ্ঠ”, ছুৰাট ডায়মণ্ড ব’ৰ্ছৰ উজ্জ্বলতাই বিশ্বৰ আটাইতকৈ ডাঙৰ অট্টালিকাটোক আৱৰি লৈছে বুলি আলোকপাত কৰি কয় শ্ৰী মোদীয়ে। তেওঁ শ্ৰী বল্লভভাই লখানী আৰু শ্ৰী লালজীভাই পেটেলৰ বিনম্ৰতা আৰু ইমান বিশাল অভিযানৰ সফলতাৰ আঁৰত সকলোকে লগত লৈ যোৱাৰ মনোভাৱৰ কৃতিত্ব দি এই উপলক্ষে ছুৰাট হীৰা ব’ৰ্ছৰ সমগ্ৰ দলটোক অভিনন্দন জনায়। “বিশ্বত হীৰা ব’ৰ্ছৰ বিষয়ে আলোচনাৰ সময়ত ভাৰতৰ গৌৰৱৰ লগতে এতিয়া ছুৰাট ডায়মণ্ড ব’ৰ্ছ চৰ্চালৈ আহিব”, তেওঁ সজোৰে কয়। প্ৰধানমন্ত্ৰীয়ে কয়, ‘ছুৰাট ডায়মণ্ড ব’ৰ্ছে ভাৰতীয় ডিজাইন, ডিজাইনাৰ, সামগ্ৰী আৰু ধাৰণাৰ ক্ষমতা প্ৰদৰ্শন কৰে। এই ভৱনটো নিউ ইণ্ডিয়াৰ সামৰ্থ্য আৰু সংকল্পৰ প্ৰতীক।” শ্ৰী মোদীয়ে সমগ্ৰ হীৰা উদ্যোগ, ছুৰাট, গুজৰাট আৰু ভাৰতৰ জনসাধাৰণক ছুৰাট ডায়মণ্ড ব’ৰ্ছ উদ্বোধন কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। আজিৰ পূৰ্বে ছুৰাট ডায়মণ্ড ব’ৰ্ছৰ পৰিদৰ্শন কৰি প্ৰধানমন্ত্ৰীয়ে স্থাপত্যৰ সন্দৰ্ভত বিশ্বজুৰি পৰিৱেশ সমৰ্থকসকলৰ বাবে আদৰ্শ হ’ব পৰা সেউজ ভৱনটোৰ কথা উল্লেখ কৰে৷ বিশেষকৈ ভৱনটোৰ সামগ্ৰিক স্থাপত্য যিটোক শিক্ষণৰ আহিলা হিচাপে ব্যৱহাৰ কৰিব পৰা যায়, সেয়া স্থাপত্য, পঞ্চতত্ব উদ্যান আৰু আন্তঃগাঁথনি অভিযান্ত্ৰিকীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দৃশ্যপটৰ উদাহৰণ দাঙি ধৰিছে৷চুৰাট বিমানবন্দৰক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে ঘোষণাত কেবিনেটৰ অনুমোদন
December 15th, 09:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে চুৰাট বিমানবন্দৰক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে ঘোষণাৰ প্ৰস্তাৱত অনুমোদন জনাইছে।