Corruption and appeasement politics of LDF and UDF harm Keralam’s culture and faith: PM Modi in Thiruvalla
April 04th, 08:27 pm
Prime Minister Narendra Modi addressed a massive and enthusiastic gathering in Thiruvalla, energising supporters and expressing confidence that Keralam is on the cusp of a historic political transformation. Highlighting the unprecedented turnout, the Prime Minister said, “The massive presence of people here in Thiruvalla, your trust in the NDA, and the affection and confidence shown by mothers and sisters reflect the mood across Keralam. The state is heading towards a major transformation.”PM Modi’s Thiruvalla rally signals a big political shift in Keralam
April 04th, 03:35 pm
Prime Minister Narendra Modi addressed a massive and enthusiastic gathering in Thiruvalla, energising supporters and expressing confidence that Keralam is on the cusp of a historic political transformation. Highlighting the unprecedented turnout, the Prime Minister said, “The massive presence of people here in Thiruvalla, your trust in the NDA, and the affection and confidence shown by mothers and sisters reflect the mood across Keralam. The state is heading towards a major transformation.”পশ্চিম এছিয়া সংকটৰ প্ৰেক্ষাপটত গ্ৰহণ কৰা ব্যৱস্থাসমূহ পৰ্যালোচনা কৰিবলৈ চিচিএছৰ বৈঠকত অধ্যক্ষতা কৰিলে প্ৰধানমন্ত্ৰীয়ে
April 01st, 10:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি ৭ লোক কল্যাণ মাৰ্গত বিভিন্ন মন্ত্ৰালয়/বিভাগে গ্ৰহণ কৰা ব্যৱস্থাসমূহ পুনৰীক্ষণৰ বাবে নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটিৰ বিশেষ বৈঠক অনুষ্ঠিত হয় । বৈঠকত বৰ্তমান চলি থকা পশ্চিম এছিয়া সংকটৰ পৰিপ্ৰেক্ষিতত গ্ৰহণ কৰিবলগীয়া পদক্ষেপৰ বিষয়ে খৰচি মাৰি আলোচনা কৰা হয়। । উল্লেখ্য এই বিষয়ত এইখন আছিল দ্বিতীয়খন বিশেষ চিচিএছ বৈঠক।A bunch of moments from PM Modi’s Assam visit that stood out
April 01st, 05:39 pm
Prime Minister Narendra Modi visited a tea garden in Assam’s Dibrugarh and interacted with the women working there. Walking through the plantation, he briefly joined them in plucking tea leaves and observed their work up close.কানাডাৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ
February 26th, 10:40 am
২৭ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী কাৰ্নী মুম্বাইত উপস্থিত হ’ব। পৰৱৰ্তী দুদিন তেওঁ পৃথক বাণিজ্যিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব, ভাৰতীয় আৰু কানাডিয়ান চিইঅ’, উদ্যোগ আৰু বিত্তীয় বিশেষজ্ঞ, উদ্ভাৱক, শিক্ষাবিদৰ লগতে ভাৰতত থকা কানাডিয়ান পেন্সন পুঁজিৰ সৈতে মত বিনিময় কৰিব।নিটি আয়োগত বিশিষ্ট অৰ্থনীতিবিদসকলৰ সৈতে মিলিত প্ৰধানমন্ত্ৰী
December 30th, 06:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আগবেলা নিটি আয়োগত বিশিষ্ট অৰ্থনীতিবিদ আৰু বিশেষজ্ঞসকলৰ সৈতে মত-বিনিময় কৰে। উক্ত মত-বিনিময় অনুষ্ঠানৰ বিষয়বস্তু আছিল ‘আত্মনিৰ্ভৰতা আৰু গাঁথনিগত ৰূপান্তৰঃ বিকশিত ভাৰতৰ বাবে কাৰ্য্যপন্থা (Agenda)’।Our country is full of talent in every village and town: PM Modi
December 25th, 11:10 am
PM Modi interacted with young sportspersons from across the country during the Sansad Khel Mahotsav, listening to their journeys, aspirations and experiences. Encouraging them to balance sports with education, he lauded their discipline, dedication and confidence. The PM reaffirmed the government’s commitment to nurturing grassroots sporting talent and building a strong sporting ecosystem in India.এলএনজেপি চিকিৎসালয় পৰিদৰ্শন কৰি বিস্ফোৰণত আঘাতপ্ৰাপ্তসকলক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
November 12th, 03:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ শেহতীয়া বিস্ফোৰণৰ ঘটনাত আহতসকলক সাক্ষাৎ কৰাৰ উদ্দেশ্যে এলএনজেপি চিকিৎসালয়লৈ যায়। তেওঁ আহতসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ চিকিৎসাৰ বুজ লয় আৰু তেওঁলোকৰ দ্ৰুত তথা সম্পূৰ্ণ আৰোগ্যৰ বাবে ভগৱানক প্ৰাৰ্থনা কৰে।প্ৰধানমন্ত্ৰীয়ে ছাইৰ’-মালাবাৰ গীৰ্জাৰ মুৰব্বীক সাক্ষাৎ কৰে
November 04th, 09:52 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছাইৰ’-মালাবাৰ গীৰ্জাৰ মুৰব্বী, মেজৰ আৰ্চবিশ্বপ হিজ বেটিটুড মষ্ট ৰেভাৰেণ্ড মাৰ ৰাফেল থাটিল, হিজ গ্ৰেচ আৰ্চবিশ্বপ ড° কুৰিয়াকোছে ভৰণিকুলাংগাৰ আদিৰ সৈতে মত-বিনিময় কৰে।Prime Minister interacts with traders and entrepreneurs in Itanagar
September 22nd, 03:43 pm
PM Modi had an interaction with the traders and entrepreneurs in Itanagar, Arunachal Pradesh. Stating that they expressed their appreciation for the GST reforms and the launch of the GST Bachat Utsav, the PM highlighted how these initiatives will benefit key sectors. He emphasised quality standards and encouraged buying Made in India products.ছেমিকন ইণ্ডিয়া ২০২৫ৰ সময়ত আগশাৰীৰ চিইঅ’সকলৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ
September 03rd, 08:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছেমিকন ইণ্ডিয়া ২০২৫ৰ সময়ত অৰ্ধপৰিবাহী জগতৰ আগশাৰীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। মই এই খণ্ডত ভাৰতৰ অদম্য সংস্কাৰ যাত্ৰাৰ বিষয়ে কথা পাতিলোঁ, য'ত শক্তিশালী আন্তঃগাঁথনি নিৰ্মাণ আৰু দক্ষতাৰ লগতে উদ্ভাৱনৰ ওপৰত গুৰুত্ব দিয়াটোও অন্তৰ্ভূক্ত, শ্ৰী মোদীয়ে কয়।জাপানৰ প্ৰিফেকচাৰৰ গৱৰ্ণৰসকলৰ সৈতে মত বিনিময় অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্য
August 30th, 08:00 am
আজি আপোনালোক সকলোৰে সৈতে মিলিত হৈ আনন্দিত হৈছো। আপোনালোক সকলোৱে জাপানৰ বৈচিত্ৰ্য আৰু শক্তিৰ এক জীৱন্ত উদাহৰণ।জাপানৰ প্ৰিফেকচাৰৰ গৱৰ্ণৰসকলৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰী মোদীৰ
August 30th, 07:34 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাপানৰ বিভিন্ন প্ৰিফেকচাৰৰ গৱৰ্ণৰসকলক সাক্ষাৎ কৰে। মোদীৰ সৈতে মত-বিনিময় অনুষ্ঠানত ষোল্লগৰাকী গৱৰ্ণৰে অংশগ্ৰহণ কৰে।প্ৰধানমন্ত্ৰীক সাক্ষাৎ ২০২৪ বৰ্ষৰ প্ৰশিক্ষণৰত আইএফএছ বিষয়াসকলৰ
August 19th, 08:34 pm
ভাৰতীয় বৈদেশিক সেৱাৰ ২০২৪ বৰ্ষৰ প্ৰশিক্ষণৰত বিষয়াসকলে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ ৭ লোক কল্যাণ মাৰ্গস্থিত বাসগৃহত সাক্ষাৎ কৰে। ২০২৪ বৰ্ষৰ বেটছত বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩৩জন আইএফএছ প্ৰশিক্ষাৰ্থী বিষয়া আছে।মহাকাশচাৰী শুভাংশু শুক্লাৰ সৈতে বাৰ্তালাপ কৰিলে প্ৰধানমন্ত্ৰীয়ে
August 18th, 08:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ বাবে এক গৌৰৱময় মুহূৰ্তক চিহ্নিত কৰি মহাকাশচাৰী শুভাংশু শুক্লাৰ সৈতে বাৰ্তালাপ কৰে। । বাৰ্তালাপৰ সময়ত তেওঁলোকে বহু বিষয়, বিশেষকৈ মহাকাশত শুক্লাৰ অভিজ্ঞতা, বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতি, দেশৰ অভিলাষী মানৱ মহাকাশ উৰণ কাৰ্যসূচী—গগণযানকে ধৰি নানান বিষয়ত বিস্তৃতভাবে আলোচনা কৰে।জি-৭ সন্মিলনত ইউৰোপিয়ান কাউন্সিলৰ অধ্যক্ষৰ সৈতে মত-বিনিময় প্ৰধানমন্ত্ৰীৰ
June 18th, 05:03 pm
১৭ জুন, ২০২৫-ত কানাডাৰ কানানাস্কিছত অনুষ্ঠিত জি-৭ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ইউৰোপিয়ান কাউন্সিলৰ অধ্যক্ষ এন্টনিঅ’ কোষ্টাৰ সৈতে এক ফলপ্ৰসূ বাৰ্তালাপত মিলিত হয়।জি-৭ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰে মিলিত প্ৰধানমন্ত্ৰী
June 18th, 08:02 am
আলবাৰ্টাৰ কানানাস্কিছত অনুষ্ঠিত জি-৭ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি কানাডাৰ প্ৰধানমন্ত্ৰী মহামহিম মাৰ্ক কাৰ্নীৰে এখনি দ্বিপাক্ষিক বৈঠকত মিলিত হয়।চেনাব ৰে’ল সেতু নিৰ্মাণৰ সৈতে জড়িত লোকৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়
June 06th, 03:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চেনাব ৰে’ল সেতু নিৰ্মাণৰ সৈতে জড়িত কেইবাজনো লোকৰ সৈতে মত বিনিময় কৰে। শ্ৰী মোদীয়ে দেশৰ বাবে আধুনিক আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকৰ অতুলনীয় দায়বদ্ধতাক প্ৰশংসা কৰে।দাউদী বোহৰা সম্প্ৰদায়ৰ প্ৰতিনিধি দলৰে মত বিনিময় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
April 17th, 08:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ লোক কল্যাণ মাৰ্গস্থিত নিজা বাসগৃহত দাউদী বোহৰা সম্প্ৰদায়ৰ সদস্যৰ এটা প্ৰতিনিধি দলৰ সৈতে মত বিনিময় কৰে।মুদ্ৰা যোজনাৰ হিতাধিকাৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ অসমীয়া অনুবাদ
April 08th, 01:30 pm
হিতাধিকাৰী - ছাৰ, আজি মই মোৰ এটা কাহিনী ক’বলৈ বিচাৰিছো। কেনেকৈ এটা পোহনীয়া জন্তুৰ চখৰ পৰা মই আজি এগৰাকী উদ্যোগীলৈ উত্তৰণ হ'লোঁ তাৰেই কথা ক’বলৈ ওলাইছো। মোৰ ব্যৱসায়িক উদ্যোগৰ নাম K9 World, য'ত আমি সকলো ধৰণৰ পোহনীয়া জন্তুৰ সামগ্ৰী, ঔষধ আৰু পোহনীয়া জন্তু যোগান ধৰো। ছাৰ, মুদ্ৰা ঋণ লাভ কৰাৰ পিছত আমি আমাৰ সেৱা বহু পৰিমাণে সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হৈছিলো। আমাৰ এটা মূল পদক্ষেপ আছিল পোহনীয়া জন্তুৰ ব’ৰ্ডিঙৰ সুবিধা আৰম্ভ কৰা। ভ্ৰমণ কৰিবলগীয়া পোহনীয়া জন্তুৰ গৰাকীৰ বাবে এইটোৱে এক বৃহৎ সহায় কৰিছে—এতিয়া তেওঁলোকে নিজৰ পোহনীয়া জন্তুবোৰক মৰমেৰে যত্ন লোৱা হ’ব বুলি জানি আমাৰ লগত নিৰাপদ, ঘৰুৱা পৰিৱেশত এৰি দিব পাৰিছে। ছাৰ, জীৱ-জন্তুৰ প্ৰতি মোৰ প্ৰেম সঁচাকৈয়ে বিশেষ। মই খাওঁ বা নাখাওঁ কোনো কথা নাই, কিন্তু জীৱ-জন্তুবোৰক খুৱাবই লাগিব আৰু সিহঁতৰ যত্ন লোৱাটো মোৰ বাবে সৰ্বোপৰি। এইটো কেৱল ব্যৱসায় নহয়—এইটো এটা আবেগ, যিটো মোৰ জীৱনৰ উদ্দেশ্য হৈ পৰিছে।