Prime Minister Narendra Modi Chairs Second High-Level Meeting with Secretaries of Government of India
July 28th, 08:48 pm
PM Modi chaired the second high-level meeting with Secretaries to the Government of India. The sectors discussed included Finance and Economy, Commerce and Industry and Technology. He stressed the need to reform processes, improve work culture and strengthen institutional efficiency, while also calling for greater participation of young innovators and entrepreneurs in the cybersecurity ecosystem.সংসদৰ ২০২৬ চনৰ বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ ইংৰাজী অনুবাদ
July 20th, 10:30 am
বাৰিষা ঋতুৱে ইয়াৰ ইতিবাচক প্ৰভাৱ দেখুৱাবলৈ আৰম্ভ কৰিছে আৰু সংসদৰ বৰ্ষাকালীন অধিৱেশনো আৰম্ভ হৈছে। বাৰিষাই হওক বা বৰ্ষাকালীন অধিৱেশনেই হওক, যেতিয়া দুয়োটাই সক্ৰিয় হয়, তেতিয়া সেইবোৰ অত্যন্ত উৎপাদনশীল হৈ পৰে। আৰু যেতিয়া দুয়োটাই উৎপাদনশীল হয়, তেতিয়া উভয়ে ৰাষ্ট্ৰ আৰু সকলো জীৱৰ কল্যাণৰ প্ৰতি অৰিহণা যোগায়। এই আশাৰে আমি প্ৰাৰ্থনা কৰোঁ যে বাৰিষা সক্ৰিয় হৈ থাকক আৰু বৰ্ষাকালীন অধিৱেশনো সমানেই উৎপাদনশীল হওক।২০২৬চনৰ বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বিবৃতি
July 20th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৬ চনৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সংসদ চৌহদত সংবাদ মাধ্যমক সম্বোধন কৰে। সংসদৰ নতুন অধিৱেশনৰ আৰম্ভণিত অংশগ্ৰহণকাৰীসকলক আদৰণি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰাকৃতিক বতৰ আৰু বিধায়িনী উৎপাদনশীলতাৰ মাজত এক চিত্তাকৰ্ষক সমান্তৰাল ধাৰণা উল্লেখ কৰে। দেশৰ সামগ্ৰিক কল্যাণৰ ক্ষেত্ৰত সক্ৰিয় আৰু অগ্ৰগামী চিন্তাধাৰাৰ ব্যাপক প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে অত্যন্ত গঠনমূলক ফলাফলৰ আশা প্ৰকাশ কৰে যি অৱশেষত সকলো জীৱকে উপকৃত কৰে। আমি প্ৰাৰ্থনা কৰোঁ যে বাৰিষা সক্ৰিয় হৈ থাকক আৰু বৰ্ষাকালীন অধিৱেশনো ফলপ্ৰসূ হওক, শ্ৰী মোদীয়ে মন্তব্য কৰে।বিক্ৰম-1-ৰ সফল উৎক্ষেপণৰ বাবে স্কাইৰুট এৰ’স্পেচৰ দলটোক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
July 18th, 01:51 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্কাইৰুট এৰ’স্পেচৰ দলৰ সৈতে বাৰ্তালাপ কৰে আৰু বিক্ৰম-1 ৰ সফল উৎক্ষেপণৰ বাবে তেওঁলোকক অভিনন্দন জনায়। শ্ৰী মোদীয়ে মন্তব্য কৰে যে এয়া ভাৰতৰ মহাকাশ যাত্ৰাৰ এক নিৰ্ণায়ক মুহূৰ্ত। আমাৰ ব্যক্তিগত খণ্ডৰ বৰ্ধিত অংশগ্ৰহণে নতুন সীমা মুকলি কৰিছে আৰু উদ্ভাৱনক ত্বৰান্বিত কৰিছে।ভাৰত-ব্ৰিটেইন সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্যিক চুক্তি আৰু সামাজিক সুৰক্ষা চুক্তি সন্দৰ্ভত এটা প্ৰবন্ধ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
July 15th, 12:58 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে ভাৰত-ব্ৰিটেইন সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি (চিইটিএ) আৰু সামাজিক সুৰক্ষা চুক্তি সন্দৰ্ভত লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰি ইয়াক ভাৰত-ব্ৰিটেইন অংশীদাৰিত্বৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বুলি অভিহিত কৰে। শ্ৰী মোদীয়ে কয় যে দুয়োখন চুক্তিয়ে ভাৰত আৰু ব্ৰিটেইনৰ মাজত অৰ্থনৈতিক সম্পৰ্ক অধিক গভীৰ কৰাৰ লগতে দুয়োখন দেশৰ উমৈহতীয়া উচ্চাকাংক্ষাক তেওঁলোকৰ জনসাধাৰণৰ বাবে স্পষ্ট সুযোগলৈ ৰূপান্তৰিত কৰিব।প্ৰধানমন্ত্ৰীয়ে নিউজিলেণ্ডৰ ভাৰতীয় সম্প্ৰদায়ক সম্বোধি দিয়া ভাষণৰ মূল পাঠ
July 11th, 01:15 pm
আৰু সেইবোৰৰ এটা মই ইয়ালৈ, এই অনুষ্ঠানলৈ লৈ আহিছোঁ। আপোনালোকে দেখা এই মাফলাৰখন মোক ২৫-৩০ বছৰ আগতে নিউজিলেণ্ডৰ এজন বন্ধুৱে দিছিল। বছৰ বছৰ ধৰি মই ইয়াক ব্যৱহাৰ কৰিছো আৰু এতিয়াও মই ইয়াক মূল্যৱান বুলি ভাবি অতি যত্নৰে ৰাখো, ঠিক যেনেকৈ আপোনালোকৰ মৰমক মই মূল্যৱান বুলি ভাবোঁ।নিউজিলেণ্ডত প্ৰব্ৰজিত ভাৰতীয়সকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ
July 11th, 12:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অকলেণ্ডত ‘কিয়া অ’ৰা মোদী’ অনুষ্ঠানত নিউজিলেণ্ডৰ প্ৰবাসী ভাৰতীয়সকলৰ এক বিশাল সমাৱেশক সম্বোধন কৰে। এই বিশেষ অনুষ্ঠালত নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সনে অংশগ্ৰহণ কৰে। সমাৱেশটো ভাৰতীয় প্ৰবাসীৰ ১০,০০০ ৰো অধিক সদস্যৰ উষ্ণতা, শক্তি আৰু উৎসাহেৰে ভৰি পৰিছিল।বিশাল দুপৰীয়াৰ আহাৰৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ মূল পাঠ
July 11th, 12:32 pm
মোক আৰু মোৰ প্ৰতিনিধি দলক আগবঢ়োৱা উষ্ম আদৰণি আৰু আতিথ্যৰ বাবে মই মোৰ বন্ধু প্ৰধানমন্ত্ৰী লাক্সনৰ ওচৰত আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো। তেওঁলোকৰ উষ্ণ স্বাগতমে অকলেণ্ডৰ শীতকালটোও আজি কিছু পৰিমাণে শান্ত কৰি তুলিছে। এই ভ্ৰমণৰ সময়ত নিউজিলেণ্ডৰ জনসাধাৰণৰ পৰা আমি লাভ মৰম সদায় আমাৰ হৃদয়ত থাকিব।''ভাৰত-নিউজিলেণ্ড: এক বিজয়ী অংশীদাৰিত্ব'' শীৰ্ষক নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে আয়োজন কৰা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
July 11th, 12:30 pm
নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সনে আয়োজন কৰা ভাৰত-নিউজিলেণ্ড: এটা বিজয়ী অংশীদাৰিত্ব শীৰ্ষক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে । এই বিশেষ অনুষ্ঠানত ৰাজনীতি, ব্যৱসায়, উদ্যোগ, শিক্ষা, প্ৰযুক্তি, ক্ৰীড়া, আৰু কলা ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। আদৰণি ভাষণত প্ৰধানমন্ত্ৰী লাক্সনে ভাৰত আৰু নিউজিলেণ্ডৰ মাজত গভীৰ তথা চিৰস্থায়ী হৈ থকা সম্পৰ্কৰ বিষয়ত আলোকপাত কৰে । লগতে তেওঁ দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰা আৰু পাৰস্পৰিক সমৃদ্ধি আগুৱাই নিয়াৰ বাবে এক ভাগ-বাটোৱাৰা কৰা দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰে। প্ৰধানমন্ত্ৰী মোদীয়ে দুয়োখন দেশৰ জনসাধাৰণৰ মাডজত থকা সম্পৰ্কৰ কথাও উল্লেখ কৰে। তেওঁ দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰাৰ বিষয়ক আদৰণি জনায় আৰু ইয়াৰ দ্বাৰা সহযোগিতা অধিক গভীৰ হ’ব বুলি আস্থা প্ৰকাশ কৰে। তেওঁ কয় যে অভিলেখ সময়ত সমাপ্ত হোৱা ভাৰত-নিউজিলেণ্ড এফ টি এয়ে দুয়োখন দেশৰ ব্যৱসায়ী, যুৱক-যুৱতী আৰু কৃষকৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব আৰু ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব।ভাৰত-নিউজিলেণ্ড ব্যৱসায়িক অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
July 11th, 08:20 am
আপোনালোক সকলোৰে সৈতে অকলেন্ডত উপস্থিত হৈ মই অতি আনন্দিত হৈছো। মই প্ৰধানমন্ত্ৰী লাক্সনৰ ইতিবাচক চিন্তা আৰু ভাৰতৰ প্ৰতি তেওঁৰ গভীৰ দায়বদ্ধতাৰ বাবে বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰিছো।Prime Minister addresses business leaders in New Zealand
July 11th, 08:16 am
PM Modi interacted with leading CEOs and business leaders from India and New Zealand, highlighting the vast opportunities for trade, investment and innovation. He invited New Zealand businesses to partner India's growth story and help achieve the shared goal of doubling bilateral trade to NZD 7 billion by 2030.ভাৰত-নিউজিলেণ্ডৰ যুটীয়া বিবৃতি
July 11th, 07:59 am
নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামহিম ক্রিষ্টোফাৰ লাক্সনৰ আমন্ত্রণমৰ্মে ভাৰতৰ প্রধানমন্ত্রী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১০ আৰু ১১ জুলাইত নিউজিলেণ্ডৰ অকলেণ্ড আনুষ্ঠানিক ভ্ৰমণ কৰিছে। এয়া হৈছে ৪০ বছৰৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কৰা প্ৰথম নিউজিলেণ্ড ভ্ৰমণ, যি ভ্ৰমণ এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে আৰু এই ভ্ৰমণে দুয়োখন ৰাষ্ট্ৰৰ মাজত চিৰস্থায়ী বন্ধুত্ব তথা অংশীদাৰিত্বৰ এক নতুন পথ নিৰ্ধাৰণ কৰিব বুলি আশা কৰা হৈছে।অষ্ট্ৰেলিয়াত প্ৰবাসী ভাৰতীয় লোকসকলৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
July 09th, 03:22 pm
ইয়াৰ আগতে মই ছিডনীত দুবাৰকৈ আপোনালোকক লগ পাইছিলোঁ, মেলবৰ্ণবাসীৰ সৈতে দেখা কৰিবলৈ ময়ো বাট চাই আছিলোঁ। সেয়ে ভাবিলোঁ এইবাৰ মেলবৰ্ণবাসীৰ সৈতে ফ্লেট হোৱাইট কফি খাম।অষ্ট্ৰেলিয়াত থকা প্ৰবাসী ভাৰতীয়সকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণ
July 09th, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেলবৰ্ণৰ মাৰ্ভেল ষ্টেডিয়ামত অষ্ট্ৰেলিয়াত থকা ভাৰতীয় সমূদায়ৰ এক বৃহৎ সমাৱেশক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। এক বিশেষ সৌজন্যতা প্ৰদৰ্শন কৰি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিজেও প্ৰব্ৰাসী ভাৰতীয়সকলৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে।ফলাফলৰ তালিকাঃ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অষ্ট্ৰেলিয়া ভ্ৰমণ
July 09th, 12:34 pm
২০০৯ চনৰ সুৰক্ষা সম্পৰ্কীয় যুটীয়া ঘোষণা পত্ৰখন নৱীকৰণ কৰে। ই সশস্ত্ৰ বাহিনীৰ পাৰস্পৰিক কাৰ্যক্ষমতা, ক্ষমতা বৃদ্ধি, সামুদ্ৰিক ক্ষেত্ৰ, প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা, চাইবাৰ নিৰাপত্তা আৰু প্ৰযুক্তি, সন্ত্ৰাসবাদ বিৰোধী অভিযান, দুৰ্যোগ প্ৰশমন আৰু সাহায্য তথা ৰাষ্ট্ৰসংঘৰ সাগৰীয় আইন সম্পৰ্কীয় সন্মিলন, আছিয়ান, পেচিফিক আইলেণ্ড ফ’ৰাম আৰু ভাৰত মহাসাগৰীয় ৰিম এছ’চিয়েশ্যনত একত্ৰিত দৃষ্টিভংগীক সহযোগিতাৰ ক্ষেত্ৰ হিচাপে চিহ্নিত কৰে।অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যৌথ প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
July 09th, 11:15 am
আমাৰ এই সাদৃশ্যসমূহ আৰু আমাৰ উমৈহতীয়া বিশ্বদৃষ্টিভংগীয়ে আমাক গভীৰ পাৰস্পৰিক বিশ্বাসেৰে নিৰন্তৰ আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে। আমাৰ ব্যাপক কৌশলগত অংশীদাৰিত্বই যোৱা কেইবছৰমানৰ ভিতৰত অভূতপূৰ্ব প্ৰগতি লাভ কৰিছে। আৰু আজিৰ তৃতীয় বাৰ্ষিক সন্মিলনৰ জৰিয়তে আমাৰ সহযোগিতাত বহু নতুন মাত্ৰা যোগ হৈছে।অৰ্থনৈতিক পৰিকল্পনা ব্যৱসায়িক সম্বৰ্ধনা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ
July 09th, 06:15 am
এতিয়া বিনিয়োগ আৰু উদ্ভাৱনৰ ক্ষেত্ৰখনে ইয়াৰ সুযোগতে ডেউকা মেলিবলৈ সাজু হৈছে। আৰু আপোনালোক সকলোৱে ইয়াক নতুন উচ্চতালৈ লৈ যাব লাগিব।Prime Minister addresses Australia-India CEOs Forum and Economic Roadmap Business event
July 09th, 06:00 am
PM Modi participated in the Australia-India CEOs Forum and the Economic Roadmap Business event in Melbourne. Addressing the CEOs Forum, he highlighted India's strong economic growth, policy reforms, digital transformation and expanding innovation ecosystem. Addressing the Economic Roadmap Business event, he expressed satisfaction at the growth of trade and investment ties based on ECTA and called for early conclusion of the proposed CECA.ইণ্ডোনেছিয়াত অনুষ্ঠিত ভাৰতীয় সমাজৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
July 07th, 11:47 pm
ইণ্ডোনেছিয়াৰ এই তিনিওটা অনুষ্ঠানতে ‘মেন অৱ দ্য মেচ’ একেই আছে - ইণ্ডোনেছিয়াত বাস কৰা আপোনালোক সকলোৱে। আপোনালোকৰ প্ৰত্যেকেই প্ৰকৃত 'মেন অৱ দ্য মেচ'!জাৰ্কাৰ্টাত প্ৰবাসী ভাৰতীয়সকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ
July 07th, 05:30 pm
সমাৱেশত সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এই উষ্ম আদৰণিৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। ৰাষ্ট্ৰপতি প্ৰাবোৱোৰ উপস্থিতিৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁক এজন মহান নেতা আৰু ভাৰতৰ প্ৰকৃত বন্ধু বুলি অভিহিত কৰে। তেওঁ ইণ্ডোনেছিয়াৰ প্ৰগতি আৰু সমৃদ্ধিৰ ক্ষেত্ৰত ইয়াৰ অৱদানৰ বাবে আৰু দুয়োখন দেশৰ মাজত বন্ধুত্বৰ এক জীৱন্ত সেতু হিচাপে সেৱা আগবঢ়োৱাৰ বাবে প্ৰবাসী ভাৰতীয়সকলক প্ৰশংসা কৰে। তেওঁ পাৰস্পৰিক বিশ্বাস, অংশীদাৰী ঐতিহ্য আৰু সামুদ্ৰিক সম্পৰ্কৰ ভিত্তিত ইণ্ডোনেছিয়াৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক অধিক গভীৰ কৰাৰ বাবে ভাৰতৰ অটল প্ৰতিশ্ৰুতিৰ কথা দোহাৰে। দুয়োখন দেশৰ মাজত প্ৰাচীন সভ্যতাৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰি তেওঁ উল্লেখ কৰে যে বালি যাত্ৰা, ভেছাক তীৰ্থযাত্ৰা আৰু নালন্দা বিশ্ববিদ্যালয়ৰ জৰিয়তে আধুনিক যুগৰ সংযোগৰ দৰে পৰম্পৰাই জনসাধাৰণৰ মাজত বৈচিত্ৰ্যময় আৰু স্পন্দনশীল সম্পৰ্ক গঢ়ি তুলিছে।