
India's coastal states and our port cities will become key centres of growth for a Viksit Bharat: PM Modi in Thiruvananthapuram, Kerala
May 02nd, 02:06 pm
Prime Minister Modi dedicated Vizhinjam International Deepwater Multipurpose Seaport to the nation in Thiruvananthapuram, Kerala. The PM emphasised that “the port economy reaches its full potential when infrastructure and ease of doing business are promoted together” and stated that over the past 10 years, this has been the blueprint of the Government of India’s port and waterways policy.
কেৰালাৰ ৮,৮০০ কোটি টকীয়া ‘ভিজিঞ্জাম আন্তঃৰাষ্ট্ৰীয় সমুদ্ৰিক বন্দৰ’ দেশৰ নামত উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
May 02nd, 01:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ তিৰুৱন্তপুৰমত ৮,৮০০ কোটি টকীয়া ‘ভিজিঞ্জাম আন্তঃৰাষ্ট্ৰীয় গভীৰ পানীৰ বহুমুখী সাগৰীয় বন্দৰ’ দেশবাসীৰ নামত উৎসৰ্গা কৰে। ‘ভগৱান’ আদি শংকৰাচাৰ্যৰ জন্ম জয়ন্তী উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তিনি বছৰ পূৰ্বে ছেপ্টেম্বৰ মাহত তেওঁ আদি শংকৰাচাৰ্যৰ শ্ৰদ্ধাৰ জন্মস্থান ভ্ৰমণ কৰাৰ সৌভাগ্য লাভ কৰিছিল। তেওঁ আনন্দ প্ৰকাশ কৰে যে তেওঁৰ সংসদীয় সমষ্টি কাশীৰ বিশ্বনাথ ধাম চৌহদত আদি শংকৰাচাৰ্যৰ এটা বিশাল প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই প্ৰতিমূৰ্তি আদি শংকৰাচাৰ্যৰ অপৰিসীম আধ্যাত্মিক জ্ঞান আৰু শিক্ষাৰ প্ৰতি শ্ৰদ্ধাঞ্জলিৰ প্ৰতীক হৈ আহিছে। তেওঁ লগতে উল্লেখ কৰে যে উত্তৰাখণ্ডৰ পৱিত্ৰ ‘কেদাৰনাথ ধাম’ত আদি শংকৰাচাৰ্যৰ ঐশ্বৰিক প্ৰতিমূৰ্তি উন্মোচন কৰাৰ সন্মানো তেওঁ লাভ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আজি এই অনুষ্ঠান আন এক বিশেষ অনুষ্ঠান হিচাপে চিহ্নিত হৈছে কিয়নো আজি ভক্তসকলৰ বাবে ‘কেদাৰনাথ মন্দিৰ’ৰ দুৱাৰ মুকলি কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে কেৰালাৰ পৰা যাত্ৰা আৰম্ভ কৰা আদি শংকৰাচাৰ্যই দেশৰ বিভিন্ন কোণত মঠ স্থাপন কৰি ৰাষ্ট্ৰৰ চেতনা জাগ্ৰত কৰিছিল। তেওঁ গুৰুত্ব আৰোপ কৰে যে শংকৰাচাৰ্যৰ প্ৰচেষ্টাই এক একত্ৰিত আৰু আধ্যাত্মিকভাৱে আলোকিত ভাৰতৰ ভেটি স্থাপন কৰিছিল।
চাকৰিৰ সুযোগ সৃষ্টিক উত্সাহিতকৰণ সম্পৰ্কীয় বাজেট-পৰৱৰ্তী ৱে’বিনাৰত ‘ভিডিঅ' কনফাৰেন্সিং’ ব্যৱস্থাৰে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
March 05th, 01:35 pm
এই গুৰুত্বপূৰ্ণ বাজেট ৱে’বিনাৰলৈ আপোনালোক সকলোকে আদৰণি আৰু শুভেচ্ছা জনাইছোঁ। জনসাধাৰণ, অৰ্থনীতি আৰু উদ্ভাৱনত বিনিয়োগ – এয়া এনে এটা বিষয় যি উন্নত ভাৰতৰ বাবে পথ-পৰিকল্পনা নিৰ্দ্ধাৰিত কৰিব। আপোনালোকে এই বছৰৰ বাজেটত ব্যপক পৰিমাপত ইয়াৰ প্ৰভাৱ দেখিব পাব। সেয়েহে, এইখন বাজেটে ভাৰতৰ ভৱিষ্যতৰ বাবে এক মূল আঁচনিৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। আমি বিনিয়োগত আন্তঃগাঁথনি আৰু উদ্যোগসমূহক যিমান প্ৰাথমিকতা প্ৰদান কৰিছো সিমানেই আমি মানুহ, অৰ্থনীতি আৰু উদ্ভাৱনকো গুৰুত্ব দিছোঁ। আপোনালোক সকলোৱে জানে যে সামৰ্থ্য বৰ্দ্ধন আৰু প্ৰতিভাৰ প্ৰতিপালনে দেশৰ প্ৰগতিৰ আধাৰশিলা হিচাপে কাম কৰে। সেয়েহে, এতিয়া উন্নয়নৰ পৰৱৰ্তী পৰ্যায়ত আমি এই ক্ষেত্ৰসমূহত অধিক বিনিয়োগ কৰিব লাগিব। ইয়াৰ বাবে সকলো অংশীদাৰ আগবাঢ়ি আহিব লাগিব। কাৰণ, দেশৰ অৰ্থনৈতিক সফলতাৰ বাবে এয়া হৈছে প্ৰয়োজনীয়। আৰু একে সময়তে, ই হৈছে প্ৰতিটো সংগঠনৰ সফলতাৰো আধাৰ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিয়োগ সৃষ্টি বৃদ্ধি- জনতা, অৰ্থনীতি আৰু উদ্ভাৱনত বিনিয়োগ শীৰ্ষক বাজেট-পৰৱৰ্তী ৱেবিনাৰ সম্বোধন কৰে
March 05th, 01:30 pm
“জনতাত বিনিয়োগৰ দৃষ্টিভংগী তিনি স্তম্ভ আধাৰিত যথাঃ শিক্ষা, দক্ষতা আৰু স্বাস্থ্যসেৱা” বুলি উল্লেখেৰে ভাৰতৰ শিক্ষা ব্যৱস্থাত কেইবাটাও দশকৰ পাছত উল্লেখযোগ্য ৰূপান্তৰ ঘটিছে বুলি শ্ৰী মোদীয়ে কয়। তেখেতে ৰাষ্ট্ৰীয় শিক্ষা নীতি, আইআইটিৰ সম্প্ৰসাৰণ, শিক্ষা ব্যৱস্থাত প্ৰযুক্তিক একত্ৰিতকৰণ আৰু এআইৰ সম্পূৰ্ণ সম্ভাৱনাৰ ব্যৱহাৰ আদি মূল পদক্ষেপসমূহত গুৰুত্ব আৰোপ কৰে। পাঠ্যপুথিৰ ডিজিটেলাইজেচন আৰু ২২ টা ভাৰতীয় ভাষাত শিক্ষণ সামগ্ৰীৰ উপলব্ধতাৰ দৰে প্ৰচেষ্টা গ্ৰহণ সম্পৰ্কে উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “এই মিছন-ম’ডৰ প্ৰচেষ্টাসমূহে ভাৰতৰ শিক্ষা ব্যৱস্থাক একবিংশ শতিকাৰ বিশ্বৰ প্ৰয়োজনীয়তা আৰু পৰিমাপসমূহৰ সৈতে সংগতি ৰাখিবলৈ সক্ষম কৰিছে।”TMC has made scams its full-time business: PM Modi in Howrah
May 12th, 12:00 pm
In the fourth public meeting of the day in Howrah, PM Modi said, “The corruption of Congress and the tyranny of the Left. Combine these two, and you get - TMC. Congress, Left, and TMC have destroyed Bengal, and our Howrah bears witness to it. Howrah used to be an industrial hub earlier. But first the Left, and then TMC, brought all the industries to a halt. The readymade garment sector here is especially in a struggling phase.We will make East India the growth engine of Viksit Bharat: PM Modi in Barrackpore
May 12th, 11:40 am
Today, in anticipation of the 2024 Lok Sabha elections, Prime Minister Narendra Modi sparked enthusiasm and excitement among the audience with his speech in Barrackpore, West Bengal. Expressing gratitude to the numerous mothers and sisters in attendance, he remarked, This scene indicates a forthcoming change in Bengal. The victory of 2019 is poised to be even greater for the BJP this time around.PM Modi electrifies crowds with his speeches in Barrackpore, Hooghly, Arambagh & Howrah, West Bengal
May 12th, 11:30 am
Today, in anticipation of the 2024 Lok Sabha elections, Prime Minister Narendra Modi sparked enthusiasm and excitement among the audience with his speeches in Barrackpore, Hooghly, Arambagh and Howrah, West Bengal. Expressing gratitude to the numerous mothers and sisters in attendance, he remarked, This scene indicates a forthcoming change in Bengal. The victory of 2019 is poised to be even greater for the BJP this time around.TMC is running a mobocracy, not a republic: PM Modi in Bolpur
May 03rd, 10:45 am
Tapping into the vivacious energy of Lok Sabha Elections, 2024, Prime Minister Narendra Modi graced public meeting in Bolpur. Addressing the crowd, he outlined his vision for a Viksit Bharat while alerting the audience to the opposition's agenda of looting and piding the nation. Promising accountability, he assured the people that those responsible for looting the nation would be held to account.My life's purpose is to fulfil your dreams. I am here to serve each and every one of you: PM Modi in Bardhaman
May 03rd, 10:40 am
Tapping into the vivacious energy of Lok Sabha Elections, 2024, Prime Minister Narendra Modi graced a public meeting in Bardhaman. The PM was showered with unmatched love and admiration. Addressing the crowd, he outlined his vision for a Viksit Bharat while alerting the audience to the opposition's agenda of looting and piding the nation.PM Modi ignites Bardhaman, Krishnanagar & Bolpur in West Bengal with electrifying public rallies
May 03rd, 10:31 am
Tapping into the vivacious energy of Lok Sabha Elections, 2024, Prime Minister Narendra Modi graced public meetings in Bardhaman, Krishnanagar & Bolpur. Addressing the crowd, he outlined his vision for a Viksit Bharat while alerting the audience to the opposition's agenda of looting and piding the nation. Promising accountability, he assured the people that those responsible for looting the nation would be held to account.PM Modi's address to the people of Mizoram via VC
November 05th, 02:15 pm
Addressing the people of Mizoram via video conference, Prime Minister Narendra Modi today said, “Before 2014, people perceived the northeastern states, such as Mizoram, as distant from Delhi both physically and psychologically. The BJP recognized this sense of distance and, after coming into power as part of the NDA government in 2014, made it a priority to bridge this gap by addressing the aspirations and needs of the northeastern states.”ৰাজস্থানৰ চিত্তোৰগড়ত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ ইংৰাজী উপস্থাপনৰ অনুবাদ
October 02nd, 11:58 am
আজি আমি মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ দৰে দুগৰাকী প্ৰবাদপুৰুষৰ জন্ম বাৰ্ষিকীত তেওঁলোক দুয়োগৰাকীকে স্মৰণ কৰিছো। কালি, ১ অক্টোবৰত ৰাজস্থানকে ধৰি সমগ্ৰ দেশে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ আৰম্ভ কৰিছিল। পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযানক গণ আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ বাবে মই প্ৰতিগৰাকী নাগৰিকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো।ৰাজস্থানৰ চিত্তৰগড়ত প্ৰায় ৭,০০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু দেশবাসীলৈ উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰীৰ
October 02nd, 11:41 am
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ চিত্তৰগড়ত প্ৰায় ৭,০০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি দেশবাসীলৈ উৎসৰ্গা কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে মেহছানা - ভাটিন্দা - গুৰদাসপুৰ গেছ পাইপলাইন, আবু ৰোডত এইচ পি চি এলৰ এল পি জি প্লাণ্ট, আজমীৰ বটলিং প্লাণ্টত অতিৰিক্ত মজুত, আই অ’ চি এল, ৰে’লৱে আৰু পথ প্ৰকল্প, নাথদ্বাৰাত পৰ্যটনৰ সুবিধা আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ ইনফৰ্মেশ্যন টেকন’লজী, কোটাত স্থায়ী চৌহদ।মধ্যপ্ৰদেশৰ বীনাত উন্নয়নমুলক কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 14th, 12:15 pm
মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ভাই শিৱৰাজ জী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ হৰদীপ সিং পুৰী, মধ্যপ্ৰদেশৰ, সাংসদ, মন্ত্ৰী, বিধায়কসকলৰ লগতে মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল,মধ্যপ্ৰদেশৰ বিনাত ৫০,৭০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে
September 14th, 11:38 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ বিনাত ৫০,৭০০ কোটি টকাতকৈ অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে ভাৰত পেট্ৰলিয়াম কৰ্প’ৰেশ্যন লিমিটেডৰ বিনা শোধনাগাৰত থকা পেট্ৰ’কেমিকেল কমপ্লেক্স প্ৰায় ৪৯ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব; নৰ্মদাপুৰম জিলাৰ এটা শক্তি আৰু নবীকৰণযোগ্য শক্তি উৎপাদন মণ্ডল; ইন্দোৰত দুখন আই টি পাৰ্ক; ৰাটলামত এখন মেগা ঔদ্যোগিক উদ্যান; আৰু সমগ্ৰ মধ্যপ্ৰদেশত ছটা নতুন ঔদ্যোগিক অঞ্চল।ডেৰাডুনৰ পৰা দিল্লীলৈ বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ
May 25th, 11:30 am
উত্তৰাখণ্ডৰ ৰাজ্যপাল শ্ৰী গুৰমীত সিং জী, উত্তৰাখণ্ডৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামী, ৰেলৱে মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, উত্তৰাখণ্ড চৰকাৰৰ মন্ত্ৰী, বিভিন্ন সাংসদ, বিধায়ক, মেয়ৰ, জিলা পৰিষদৰ সদস্য, অন্যান্য বিশিষ্ট ব্যক্তি, আৰু উত্তৰাখণ্ডৰ মোৰ মৰমৰ ভাই-ভনীসকল! বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ বাবে উত্তৰাখণ্ডৰ সকলো ৰাইজলৈ অশেষ অভিনন্দন জ্ঞাপন কৰিছো।প্রধানমন্ত্রীয়ে দেৰাদুনৰ পৰা দিল্লী বন্দে ভাৰত এক্সপ্রেছৰ উদ্বোধনী যাত্রাৰ সূচনা কৰে
May 25th, 11:00 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিও কনফাৰেন্সিঙৰ মাধ্যমত দেৰাদুনৰ পৰা দিল্লী বন্দে ভাৰত এক্সপ্রেছৰ প্রথম যাত্রাৰ সূচনা কৰিলে। তেওঁ জাতিৰ উদ্দেশ্যে উৎসর্গা কৰিলে নতুনকৈ বৈদ্যুতিকীকৰণ হোৱা ৰে'ল শাখা আৰু উত্তৰাখণ্ডক ১০০ শতাংশ বৈদ্যুতিক ৰে'ল লাইনৰ ৰাজ্য হিচাপে ঘোষণা কৰিছে।কৰ্ণাটকৰ টুমাকুৰুত ‘টুমাকুৰু ঔদোগিক টাউনশ্বিপ’ৰ আধাৰশিলা স্থাপন আৰু হল হেলিকপ্টাৰ কাৰখানা ৰাষ্ট্ৰ নামত উচৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 06th, 04:20 pm
কৰ্ণাটক সাধু সন্ন্যাসীৰ পবিত্ৰ ভূমি। ৰাজ্যখনে আধ্যাত্মিকতা, জ্ঞান আৰু বিজ্ঞানৰ ভাৰতীয় পৰম্পৰাক শক্তিশালী কৰি তুলিছে। ইয়াত টুমাকুৰুৰ বিশেষ ভূমিকা আছে। ইয়াত সিদ্ধগংগা মঠে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। পণ্ডিত শিৱকুমাৰ স্বামীজীৰ 'অন্ন, অক্ষৰ আৰু আশ্ৰয়' - এই ত্ৰিবিধ দশোহা আগবঢ়াই লৈ গৈছে শ্ৰী সিদ্ধলিংগ মহাস্বামীয়ে। শ্ৰদ্ধাৰ সন্ন্যাসী আৰু সাধুসকলক প্ৰণাম জনাইছো। একে সময়তে শ্ৰী চিদাম্বৰ আশ্ৰম আৰু গুব্বিত ভগৱান চন্নবাসৱেশ্বৰক নমস্কাৰ।টুমাকুৰুত হল হেলিকপ্টাৰ কাৰখানা ৰাষ্ট্ৰৰ নামত উচৰ্গা প্ৰধানমন্ত্ৰী মোদীৰ
February 06th, 04:12 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টুমাকুৰুত হল হেলিকপ্টাৰ কাৰখানা ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। তদুপৰি তেওঁ টুমাকুৰুৰ টিপটুৰ আৰু চিক্কানায়াকানাহল্লীত টুমাকুৰু ঔদ্যোগিক টাউনশ্বিপ আৰু দুটা জল জীৱন মিছন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে হেলিকপ্টাৰ সুবিধা পৰিদৰ্শন কৰাৰ লগতে আৰু গাঁথনি হেংগাৰ আৰু লাইট ইউটিলিটি হেলিকপ্টাৰ উন্মোচন কৰে৷অৰ্থনৈতিক সমীক্ষাই ভাৰতৰ বিকাশৰ পথৰ ব্যাপক বিশ্লেষণ উপস্থাপন কৰিছে: প্ৰধানমন্ত্ৰী
January 31st, 07:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অৰ্থনৈতিক সমীক্ষা ২০২২-২৩ শ্বেয়াৰ কৰিছে।