Cabinet approves a Road Tunnel Construction project in Delhi worth Rs. 6969.67 crore
July 01st, 03:06 pm
The Cabinet Committee on Economic Affairs, chaired by PM Modi, has approved the construction of a Road Tunnel Construction project in Delhi worth Rs. 6,969.67 crore. The total project length is 8.1 km, including 3.14 km of tunnel, 0.98 km of tunnel approach ramp, 0.554 km of approach with RE Wall, 2.556 km of elevated portion and 0.87 km of at-grade road. It will provide faster connectivity and employment opportunities.২৮ মাৰ্চত প্ৰধানমন্ত্ৰীৰ উত্তৰ প্ৰদেশ ভ্ৰমণ
March 26th, 09:52 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ২৮ মাৰ্চত উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব। দিনৰ প্ৰায় ১১.৩০ বজাত তেওঁ গৌতম বুদ্ধ নগৰৰ জেৱাৰত অৱস্থিত নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ভৱনৰ মাজেৰে খোজ কাঢ়ি যাব। তাৰ পিছত দুপৰীয়া প্ৰায় ১২ বজাত প্ৰধানমন্ত্ৰীয়ে নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায়টো উদ্বোধন কৰিব আৰু এই উপলক্ষে এক ৰাজহুৱা সভাত ভাষণ আগবঢ়াব।প্ৰধানমন্ত্ৰীয়ে ৮ মাৰ্চত দিল্লীত প্ৰায় ৩৩,৫০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰিব
March 06th, 05:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ মাৰ্চৰ দিনৰ প্ৰায় ১২ বজাত দিল্লীত প্ৰায় ৩৩,৫০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে তেওঁ এক সমাৱেশতো ভাষণ দিব। অনুষ্ঠানৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে সৰোজিনী নগৰৰ জিপিআৰএ টাইপ-৫ আৱাস পৰিদৰ্শন কৰি মহিলা হিতাধিকাৰীসকলক গৃহ হস্তান্তৰ কৰিব।