এছিয়া কাপত ৰূপৰ পদক লাভ কৰা বাবে ভাৰতীয় মহিলা হকী দলক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে
September 14th, 09:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলা এছিয়া কাপ ২০২৫ত অংশগ্ৰহণ কৰা ভাৰতীয় মহিলা হকী দলটোক অভিনন্দন জনায়, তেওঁলোকে ৰূপৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে।PM Modi congratulates the Indian Junior Women's Hockey Team for winning the Asia Cup title
December 16th, 09:35 pm
The Prime Minister Shri Narendra Modi today congratulated the Indian Junior Women's Hockey Team for winning the Asia Cup title. He lauded the immense grit and determination of the team.PM Modi congratulates hockey team for winning Women's Asian Champions Trophy
November 21st, 01:18 pm
PM Modi congratulated the Indian Women's Hockey Team on winning the Asian Champions Trophy, praising their exceptional performance and highlighting how their success will inspire future athletes.এছিয়ান চেম্পিয়নছ ট্ৰফী ২০২৩ত স্বৰ্ণ পদক জয় কৰাৰ বাবে ভাৰতীয় মহিলা হকী দলক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
November 06th, 06:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান চেম্পিয়নছ ট্ৰফী ২০২৩ত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে ভাৰতীয় মহিলা হকী দলক প্ৰশংসা কৰে।এছিয়ান গেমছ, ২০২২ত মহিলা হকী দলৰ ব্ৰঞ্জৰ পদক উদযাপন প্ৰধানমন্ত্ৰীৰ
October 07th, 06:31 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝৌৰ এছিয়ান গেমছ, ২০২২ত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে মহিলা হকী দলক অভিনন্দন জ্ঞাপন কৰিছে।২০২২ চনটো অতি প্ৰেৰণাদায়ক, আশ্চৰ্যকৰ: মন কি বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী
December 25th, 11:00 am
বন্ধুসকল, এই সকলোবোৰৰ সৈতে, ২০২২ বৰ্ষটো আন এটা কাৰণৰ বাবে সদায় স্মৰণীয় হৈ থাকিব। সেয়া হৈছে 'এক ভাৰত-শ্ৰেষ্ঠ ভাৰত'ৰ আত্মাৰ সম্প্ৰসাৰণ। দেশৰ জনসাধাৰণে একতা আৰু সম্প্ৰীতি উদযাপনৰ বাবে বহুতো আশ্চৰ্যকৰ অনুষ্ঠানৰ আয়োজন কৰিছে। গুজৰাটৰ মাধৱপুৰ মেলাই হওক, য'ত ৰুক্মিণীৰ বিবাহ আৰু উত্তৰ-পূবৰ সৈতে ভগৱান কৃষ্ণৰ সম্পৰ্ক উদযাপন কৰা হৈছে, বা কাশী-তামিল সংগমেই হওক, এই উৎসৱবোৰত সম্প্ৰীতিৰ বিভিন্ন ৰং দেখা গৈছে। ২০২২ চনত দেশবাসীয়ে অমৰ ইতিহাসৰ আন এটা অধ্যায় ৰচনা কৰিছে। আগষ্ট মাহত আয়োজিত 'হৰ ঘৰ তিৰংগা' অভিযানৰ কথা কোনে পাহৰিব পাৰে! সেই মুহূৰ্তবোৰে প্ৰতিজন দেশবাসীৰ হৃদয় আলোড়িত কৰি তুলিছিল। স্বাধীনতাৰ ৭৫ বছৰীয়া এই অভিযানত সমগ্ৰ দেশে ত্ৰিৰংগা ৰঙেৰে নিজকে বোলাই লৈছিল। ৬ কোটিতকৈও অধিক লোকে ত্ৰিৰংগাৰ সৈতে চেলফি প্ৰেৰণ কৰিছিল। এই আজাদী কা অমৃত মহোৎসৱ অহা বছৰো একেধৰণে অব্যাহত থাকিব - ই অমৃত কালৰ ভেটি অধিক শক্তিশালী কৰিব।চিডব্লিউজি, ২০২২ ত ভাৰতীয় মহিলা হকী দলে ব্ৰঞ্জৰ পদক লাভত গৌৰৱ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
August 07th, 05:38 pm
কমনৱেলথ গেমছ, ২০২২ ত নিউজিলেণ্ডক পৰাস্ত কৰি ভাৰতীয় মহিলা হকী দলে ব্ৰঞ্জৰ পদক লাভ কৰাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গৌৰৱ প্ৰকাশ কৰিছে।টকিঅ’ ২০২০ত কৰা দৰ্শনীয় প্ৰদৰ্শনৰ বাবে ভাৰতীয় দলটোক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
August 08th, 06:24 pm
টকিঅ’ ২০২০ত কৰা দৰ্শনীয় প্ৰদৰ্শনৰ বাবে ভাৰতীয় দলটোক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। টকিঅ’ অলিম্পিকৰ সামৰণি মুহূৰ্তত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰতিগৰাকী খেলুৱৈয়েই চেম্পিয়ণ।খেল ৰত্ন বঁটাক এতিয়াৰে পৰা মেজৰ ধ্যান চাঁদ খেল ৰত্ন বঁটা হিচাপে জনা যাবঃ প্ৰধানমন্ত্ৰী
August 06th, 02:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে খেল ৰত্ন বঁটাৰ নাম মেজৰ ধ্যান চাঁদৰ নামেৰে ৰখাৰ বাবে তেওঁ ভাৰতৰ বিভিন্ন প্ৰান্তৰ নাগৰিকৰ পৰা বহু অনুৰোধ লাভ কৰি আহিছে। তেওঁ কয় যে তেওঁলোকৰ ইচ্ছাৰ প্ৰতি সন্মান জনাই খেল ৰত্ন বঁটাক এতিয়াৰে পৰা মেজৰ ধ্যান চাঁদ খেল ৰত্ন বঁটা বুলি জনা যাব।মহিলা হকীত আমি অলপৰ বাবেহে পদকৰ পৰা বঞ্চিত হ’লো যদিও এইটো দলে নতুন ভাৰতৰ আত্মাক প্ৰতিবিম্বিত কৰিছে : প্ৰধানমন্ত্ৰী
August 06th, 11:01 am
মহিলা হকীত আমি অলপৰ বাবেহে পদকৰ পৰা বঞ্চিত হ’লো যদিও এইটো দলে কিন্তু নতুন ভাৰতৰ আত্মাক প্ৰতিবিম্বিত কৰিছে- য’ত আমি আমাৰ উত্তমখিনি দিও আৰু নতুন সীমনাৰ পৰিমাপ লওঁ। আজি এই অভিমত ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। টকিঅ’ অলিম্পিক ২০২০ত আমাৰ মহিলা হকী দলে দেখুওৱা দুৰ্দান্ত প্ৰদৰ্শন আমি সদায়ে মনত পেলাম বুলিও তেওঁ মন্তব্য কৰে।মহিলা হকী দলে মনৰ জোৰ লৈ খেলিছে আৰু দুর্দান্ত দক্ষতা প্ৰদৰ্শন কৰিছেঃ প্রধানমন্ত্রী
August 04th, 06:06 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কয় যে টকিঅ’ অলিম্পিকত আমাৰ মহিলা হকী দলে আজি আৰু পূৰ্বৰ খেলসমূহত মনৰ জোৰ আৰু দুর্দান্ত দক্ষতাৰ পৰিচয় দিছে। তেওঁ লগতে কয় যে ভাৰতীয় মহিলা হকী দলৰ বাবে তেওঁ গৌৰৱবোধ কৰে৷ ভৱিষ্যতৰ প্রচেষ্টাৰ বাবে দলটোক শুভকামনা জনাইছো৷মই নিশ্চিত যে অমৃত মহোৎসৱ উদযাপনৰ জৰিয়তে ১৩০ কোটি ভাৰতীয়ই ভাৰতক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব: প্ৰধানমন্ত্ৰী
August 02nd, 12:03 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, তেওঁ আশা কৰে যে অমৃত মহোৎসৱ উদযাপন কৰাৰ সময়ত ১৩০ কোটি ভাৰতীয়ই ভাৰতক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব।PM congratulates Indian Women's hockey team on winning Asia Cup 2017
November 05th, 07:08 pm
The Prime Minister, Shri Narendra Modi, has congratulated the Indian Women's hockey team on winning Asia Cup 2017.We Should Be At the Forefront of Using Digital Means to Make Payments & Transactions: PM Modi during Mann Ki Baat
December 25th, 07:40 pm
PM Narendra Modi during his Mann Ki Baat on December 25 announced two lucky draw schemes for those using digital methods for payments. The Prime Minister said that awareness towards online payments and using technology is increasing. Shri Modi stated that we should be at the forefront of using digital means to make payments and transactions. PM Modi also cautioned those spreading lies & misleading honest people on demonetisation.Social Media Corner – 6th November 2016
November 06th, 08:02 pm
Your daily does of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!PM congratulates Indian Women’s Hockey Team for winning Asian Champions Trophy 2016
November 05th, 07:50 pm
Prime Minister Shri Narendra Modi has congratulated the Indian Women’s Hockey Team for winning the Asian Champions Trophy 2016.