Prime Minister Highlights AI-Driven Accessibility with Real-Time Sign Language Translation at India AI Impact Summit 2026
February 19th, 06:14 pm
In his address at the India AI Impact Summit 2026, PM Modi underscored India’s unwavering commitment to accessibility and inclusion in the age of AI. Real-time sign language translation was enabled through AI technology, ensuring that persons with disabilities could engage with his speech. The PM emphasized that India will continue to champion innovation that bridges pides and empowers every citizen.বিশ্বই যোগাসনক শাৰীৰিক আৰু মানসিক সুস্থতাৰ বাবে অতিশয় ফলপ্ৰসূ উপায় হিচাপে গ্ৰহণ কৰিছেঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
September 25th, 11:00 am
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। বিগত দিনকেইটাত আমাৰ সকলোৰে এটা কথাই দৃষ্টি আকৰ্ষণ কৰিছিল – সেয়া হৈছে চিতা। চিতাৰ বিষয়ে কথা পাতিবলৈ বহুতো বাৰ্তা পাইচো, সেয়া উত্তৰ প্ৰদেশৰ অৰুণ কুমাৰ গুপ্তাজীয়েই হওক বা তেলেংগানাৰ এন ৰামচন্দ্ৰন ৰঘুৰাম জীয়েই হওক; গুজৰাটৰ ৰাজনজীয়েই হওক বা দিল্লীৰ সুব্ৰতজীয়েই হওক। দেশৰ সকলো প্ৰান্তৰ লোকে ভাৰতলৈ চিতা ঘূৰাই অনাত আনন্দ প্ৰকাশ কৰিছে। ১৩০ কোটি ভাৰতীয় সুখী, গৌৰৱেৰে পৰিপূৰ্ণ – এয়া হৈছে ভাৰতৰ প্ৰকৃতিপ্ৰেম। এই সন্দৰ্ভত জনসাধাৰণৰ এটা সচৰাচৰ প্ৰশ্ন হ'ল মোদীজী, আমি কেতিয়া চিতাবোৰ চাবলৈ সুযোগ পাম?NEP is a big factor in the ‘mahayagya’ of national development: PM Modi
July 29th, 05:54 pm
The Prime Minister, Shri Narendra Modi addressed policy makers in the domain of education and skill development, students and teachers, across the country via video conferencing, to mark the completion of one year of reforms under the National Education Policy 2020. He also launched multiple initiatives in the education sector.ৰাষ্ট্ৰীয় শিক্ষানীতি, ২০২০ৰ প্রথম বর্ষপূর্তি উপলক্ষে শৈক্ষিক সমাজক উদ্দেশ্যি প্রধানমন্ত্রীৰ ভাষণ
July 29th, 05:50 pm
ৰাষ্ট্ৰীয় শিক্ষানীতি, ২০২০ৰ অধীনত সংস্কাৰৰ প্ৰথম বৰ্ষপূর্তি উপলক্ষে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে শিক্ষা আৰু দক্ষতা বিকাশ ক্ষেত্রৰ সৈতে জড়িত নীতিপ্রণেতাসকলৰ লগতে ছাত্র-ছাত্রী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক উদ্দেশ্যি ভাষণ আগবঢ়ায়৷ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ প্রথম বর্ষপূর্তি উপলক্ষে তেওঁ শিক্ষাখণ্ডৰ সৈতে জড়িত একাধিক পদক্ষেপৰ শুভাৰম্ভ কৰে৷