শ্ৰীলংকাৰ ভাৰতীয় মূলৰ তামিলৰ নেতাসকলৰ সাক্ষাৎ প্ৰধানমন্ত্ৰীক
April 05th, 10:59 pm
শ্ৰীলংকাৰ পৰা অহা ভাৰতীয় মূলৰ তামিল নেতাসকলে আজি কলম্বোত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। এই সাক্ষাৎকালতে প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰে যে ভাৰতে শ্ৰীলংকা চৰকাৰৰ সহযোগত আই অ’ টি বা অৰিজিন তামিলসকলৰ বাবে ১০ হাজাৰ গৃহ নিৰ্মাণ কৰাৰ উপৰিও, স্বাস্থ্যসেৱাৰ সুবিধা, পবিত্ৰ স্থান সীতা এলিয়া মন্দিৰ আৰু অন্যান্য সামূহিক উন্নয়ন প্ৰকল্প নিৰ্মাণত সহায় কৰিব।