প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা সন্দৰ্ভত ভাৰত-অষ্ট্ৰেলিয়াৰ যৌথ ঘোষণা পত্ৰ

July 09th, 10:55 am

আমি, ভাৰত আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীদ্বয়, আমাৰ ঘনিষ্ঠ দ্বিপাক্ষিক সম্পৰ্কৰ জৰিয়তে একত্ৰিত হৈ, আমাৰ ৰাষ্ট্ৰ দুখনৰ কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে সংকল্প একত্ৰিত কৰি তথা এক মুকলি, শান্তিপূৰ্ণ, সুস্থিৰ তথা সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে উমৈহতীয়া উচ্চাকাংক্ষাৰ জৰিয়তে অনুপ্ৰাণিত হৈ, ইয়াৰ দ্বাৰা প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতাৰ ওপৰত এই যুটীয়া ঘোষণাপত্ৰত প্ৰতিশ্ৰুতিবদ্ধ হৈছো।

জি-৭ শীৰ্ষ সন্মিলনৰ সময়তে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

June 16th, 10:36 pm

২০২৬ চনৰ ১৬ জুনত ফ্ৰান্সৰ ইভিয়ানত অনুষ্ঠিত হোৱা জি-৭ শীৰ্ষ সন্মিলনৰ সময়তে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বৈঠকত মিলিত হয়।