বিটিং ৰিট্ৰিট অনুষ্ঠানটোৱে ভাৰতৰ সমৃদ্ধ সামৰিক ঐতিহ্যৰ শক্তি প্ৰদৰ্শন কৰেঃ প্ৰধানমন্ত্ৰী

January 29th, 09:51 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিটিং ৰিট্ৰিট অনুষ্ঠানটোক গণৰাজ্য দিৱস উদযাপনৰ সমাপ্তিৰ প্ৰতীক আখ্যা দি কয় যে এই অনুষ্ঠানটোৱে ভাৰতৰ সমৃদ্ধ সামৰিক ঐতিহ্যৰ শক্তি প্ৰদৰ্শন কৰে। দেশৰ প্ৰতিৰক্ষাৰ প্ৰতি সমৰ্পিত আমাৰ সশস্ত্ৰ বাহিনীক লৈ আমি অত্যন্ত গৌৰৱান্বিত, শ্ৰী মোদীয়ে লগতে কয়।

ফলাফলৰ তালিকাঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ

December 05th, 05:53 pm

ভাৰত চৰকাৰ আৰু ৰাছিয়ান চৰকাৰৰ মাজত এখন ৰাজ্যৰ ভূখণ্ডত থকা আনএখন দেশৰ নাগৰিকৰ অস্থায়ী শ্ৰম কাৰ্যকলাপৰ ওপৰত চুক্তি

২৩সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনৰ পাছত যুটীয়া বিবৃতি

December 05th, 05:43 pm

ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰপতি শ্ৰীযুত ভ্লাদিমিৰ পুটিনে ২০২৫ চনৰ ডিচেম্বৰ মাহত ২৩সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনৰ বাবে ভাৰত ভ্ৰমণ কৰে।

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ

October 09th, 11:25 am

প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণৰ বাবে আজি মুম্বাইত আদৰণি জনাবলৈ পাই মই আনন্দিত হৈছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাত আয়োজিত সংযুক্ত কমাণ্ডাৰ সন্মিলনত অংশগ্ৰহণেৰে সশস্ত্ৰ বাহিনীৰ কাৰ্য্যকৰী প্ৰস্তুতি বৃদ্ধিৰ বাবে সহযোগিতা, আত্ম-নিৰ্ভৰতা আৰু উদ্ভাৱনত গুৰুত্ব আৰোপ কৰে

September 15th, 03:34 pm

প্ৰধানমন্ত্ৰীয়ে আজি কলকাতাত ১৬ সংখ্যক সংযুক্ত কমাণ্ডাৰ সন্মিলন উদ্বোধন কৰে। দ্বি-বাৰ্ষিক সন্মিলনখন হৈছে সশস্ত্ৰ বাহিনীৰ শীৰ্ষ-পৰ্য্যায়ৰ চিন্তা-চৰ্চাৰ এখনি মঞ্চ। ইয়াত দেশৰ শীৰ্ষ অসামৰিক আৰু সামৰিক নেতৃত্ব একত্ৰিত হৈ মত-বিনিময় আৰু ভাৰতৰ সামৰিক প্ৰস্তুতিৰ আগন্তুক অগ্ৰগতি-সাধনৰ ৰূপৰেখা অংকন কৰে। সশস্ত্ৰ বাহিনীৰ অব্যাহত আধুনিকীকৰণ আৰু ৰূপান্তৰৰ সৈতে সংগতি ৰাখি এই সন্মিলনৰ বিষয়বস্তু হৈছে ‘সংস্কাৰৰ বৰ্ষ – ভৱিষ্যতৰ বাবে ৰূপান্তৰ’।

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত ‘ভাৰতৰ মাৰাঠা সামৰিক দৃশ্যপট’ৰ শিলালিপিৰ অন্তুৰ্ভূক্তিৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

July 12th, 09:23 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ মাৰাঠা সামৰিক দৃশ্যপটক ইউনেস্ক’ৰ সন্মানীয় বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰাত অপৰিসীম গৌৰৱ আৰু আনন্দ প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰী মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ মাজত হোৱা টেলিফোনিক বাৰ্তালাপ সন্দৰ্ভত বৈদেশিক সচিবৰ বক্তব্যৰ অসমীয়া অনুবাদ

June 18th, 12:32 pm

জি-৭ শীৰ্ষ সন্মিলনৰ সময়তে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মাজত বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু ৰাষ্ট্ৰপতি ট্ৰাম্পে হঠাতে আমেৰিকালৈ উভতি যাবলগীয়া হোৱা বাবে এই বৈঠক অনুষ্ঠিত নহ’ল।

এই সুন্দৰ কুচকাৱাজত সাংস্কৃতিক ঐতিহ্য আৰু সামৰিক শৌৰ্য প্ৰদৰ্শিত হৈছে: প্ৰধানমন্ত্ৰী

January 26th, 03:41 pm

‘গণৰাজ্য দিৱস উদযাপন ২০২৫’ৰ দৃশ্যাংশসমূহ সহভাগ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক বৈচিত্ৰ্যৰ মাজত ভাৰতৰ ঐক্যৰ এক জীৱন্ত প্ৰদৰ্শন বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে এই সুন্দৰ কুচকাৱাজে সাংস্কৃতিক ঐতিহ্য আৰু সামৰিক শৌৰ্য প্ৰদৰ্শন কৰিলে।