২০২৫ বৰ্ষৰ কাবাডী বিশ্বকাপ বিজয়ী ভাৰতীয় মহিলা কাবাডী দলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
November 24th, 08:11 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় মহিলা কাবাডী দলক ২০২৫ বৰ্ষৰ কাবাডী বিশ্বকাপত তেওঁলোকৰ উল্লেখনীয় বিজয়ৰ বাবে অভিনন্দন জনায়।এছিয়ান গেমছত ভাৰতীয় মহিলা কাবাডী মহিলা দলৰ ঐতিহাসিক স্বৰ্ণ বিজয়ক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
October 07th, 08:42 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত ঐতিহাসিক স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে ভাৰতীয় মহিলা কাবাডী দলক অভিনন্দন জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় কাবাডী দলক এছীয়ান কাবাডী চেম্পিয়নশ্বিপত নিজৰ ৮ম খিতাপ জয় কৰাত অভিনন্দন জনায়
July 01st, 02:42 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় কাবাডী দলক এছীয়ান কাবাডী চেম্পিয়নশ্বিপত নিজৰ ৮ম খিতাপ জয় কৰাত অভিনন্দন জনায়।