আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিৰ পৰা টেলিফোন কল লাভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

August 08th, 10:58 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্স ডাঙৰীয়াৰ পৰা টেলিফোন কল লাভ কৰে।

UK Foreign Secretary meets Prime Minister

June 04th, 09:56 pm

PM Modi met UK Foreign Secretary Yvette Cooper and appreciated the deepening India-UK partnership, highlighting the unprecedented growth opportunities emerging for both nations. He reaffirmed that the India-UK Vision 2035 will continue to guide bilateral cooperation and strengthen joint efforts for global good.

দীপাৱলীৰ শুভেচ্ছা জনোৱাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি শ্ৰী ড’নাল্ড ট্ৰাম্পক প্ৰধানমন্ত্ৰীৰ ধন্যবাদ, উমৈহতীয়া গণতান্ত্ৰিক আদৰ্শ আৰু বিশ্ব শান্তিৰ প্ৰতি প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত

October 22nd, 08:25 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দীপাৱলীৰ উষ্ম শুভেচ্ছা তথা পোহৰৰ উৎসৱ উপলক্ষে কৰা ব্যক্তিগত ফোন কলৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শ্ৰীযুত ড’নাল্ড ট্ৰাম্পৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে।

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আৱেগক মই আন্তৰিকতাৰে শলাগ লৈছো আৰু সম্পূৰ্ণ সমৰ্থন জনাইছো: প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী

September 06th, 10:27 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আৱেগ আৰু ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ ইতিবাচক মূল্যায়নক আন্তৰিকতাৰে শলাগ লৈছে আৰু সম্পূৰ্ণ সমৰ্থন জনাইছে। শ্ৰী মোদীয়ে লগতে কয় যে ভাৰত আৰু আমেৰিকাৰ এক অতি ইতিবাচক আৰু আগন্তুক দৃষ্টিভংগীৰ ব্যাপক আৰু বৈশ্বিক কৌশলগত অংশীদাৰিত্ব আছে।

ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আমেৰিকা ভ্ৰমণকালত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুটীয়া বিবৃতি

February 14th, 09:07 am

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড জে ট্ৰাম্পে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ২০২৫ চনৰ ১৩ ফেব্ৰুৱাৰীত ৱাশ্বিংটন ডিচিত এক আনুষ্ঠানিক ভ্ৰমণৰ বাবে আদৰণি জনায়।

When the United States and India work together, i.e. 'MAGA' plus 'MIGA', the 'MEGA' Partnership for prosperity is formed: PM Modi

February 14th, 04:57 am

During the joint press meet at the White House, PM Modi expressed his heartfelt gratitude to President Trump for his leadership in strengthening the India-US relationship. He highlighted their shared goals, including boosting trade, energy security, and defense cooperation. PM Modi emphasized the importance of collaboration in technology, space, and combating terrorism, while inviting Trump to visit India again.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ

January 06th, 07:43 pm

আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা শ্ৰী জেক ছুলিভানে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। তেওঁলোকে যোৱা চাৰি বছৰত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যাপক গোলকীয় কৌশলগত অংশীদাৰিত্বত বিশেষকৈ প্ৰযুক্তি, প্ৰতিৰক্ষা, মহাকাশ, অসামৰিক পাৰমাণৱিক, পৰিষ্কাৰ শক্তি, ছেমিকণ্ডাক্টৰ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰত হোৱা উল্লেখযোগ্য অগ্ৰগতিৰ ইতিবাচক মূল্যায়ন কৰে।

মোৰ বন্ধু ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে এক সুন্দৰ মত-বিনিময় কৰিলোঁ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

November 06th, 10:50 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে মত-বিনিময় কৰি তেওঁৰ উল্লেখনীয় বিজয়ৰ বাবে অভিনন্দন জনায়। শ্ৰী মোদীয়ে কয় যে তেওঁ পুনৰবাৰ একেলগে ঘনিষ্ঠভাৱে কাম কৰি বিভিন্ন খণ্ডত ভাৰত-আমেৰিকাৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে আগ্ৰহী।

ডেলাৱেৰৰ উইলমিংটনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

September 22nd, 02:02 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডেলাৱেৰত অনুষ্ঠিত ‘কোৱাড সন্মিলন’ৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী জোছেফ বাইডেনৰ সৈতে বৈঠকত মিলিত হয়। এক বিশেষ ভঙ্গী প্ৰদৰ্শনৰে ৰাষ্ট্ৰপতি বাইডেনে উইলমিংটনত থকা তেওঁৰ ঘৰত সভাখনৰ আয়োজন কৰে।