জি-৭ সন্মিলনৰ সময়ত সংযুক্ত আৰব এমিৰেটছৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
June 17th, 12:38 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ ইভিয়ানত অনুষ্ঠিত জি-৭ সন্মিলনৰ সমান্তৰালভাৱে সংযুক্ত আৰব এমিৰেটছৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰে। ২০২৬ চনত দুয়োজন নেতাৰ মাজত এয়া তৃতীয়খন বৈঠক আছিল, যি শক্তিশালী আৰু প্ৰাণৱন্ত ভাৰত-ইউ এ ই ব্যাপক কৌশলগত অংশীদাৰিত্বক প্ৰতিফলিত কৰে।List of Outcomes: Prime Minister’s Visit to the UAE
May 15th, 03:46 pm
The state visit of PM Modi to the UAE resulted in the signing of several MoUs and agreements. These cover areas such as petroleum, oil, defence, ship repair, maritime cooperation and supercomputing. A major announcement included the Abu Dhabi Investment Authority (ADIA) and India’s NIIF exploring investments of up to US$ 1 billion in India’s infrastructure sector.ইউএইত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
May 15th, 01:31 pm
ইউএইৰ আবুধাবিত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেওঁক উষ্ম আদৰণি জনায় ইউএইৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানে।ফলাফলৰ তালিকাঃ ইউএই-ৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ ভাৰত ভ্ৰমণ
January 19th, 08:23 pm
ভাৰতৰ গুজৰাট চৰকাৰ আৰু সংযুক্ত আৰব আমিৰাতৰ বিনিয়োগ মন্ত্ৰালয়ৰ মাজত ঢোলেৰা বিশেষ বিনিয়োগ অঞ্চলৰ উন্নয়নৰ বাবে বিনিয়োগ সহযোগিতাৰ উদ্দেশ্য পত্ৰযুটীয়া বিবৃতিঃ ইউএই-ৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ ভাৰত ভ্ৰমণ
January 19th, 08:10 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে ২০২৬-ৰ ১৯ জানুৱাৰীত সংযুক্ত আৰব আমিৰাতৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানে ভাৰত ভ্ৰমণ কৰে। যোৱা দহ বছৰৰ ভিতৰত এয়া মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ পঞ্চমটো ভাৰত ভ্ৰমণ আৰু ইউএই-ৰ ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ তৃতীয়টো চৰকাৰী ভ্ৰমণ।PM receives H.H. Sheikh Mohamed bin Zayed Al Nahyan, President of the UAE
January 19th, 05:05 pm
Prime Minister Shri Narendra Modi received His Highness Sheikh Mohamed bin Zayed Al Nahyan, President of the UAE at the airport today in New Delhi.প্ৰধানমন্ত্ৰী মোদী আৰু ইউ এ ইৰ ৰাষ্ট্ৰপতি মহম্মদ বিন জায়েদে সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব গভীৰ কৰাৰ প্ৰতিশ্ৰুতি দোহাৰে
July 31st, 12:36 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ইউ এ ইৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আবুধাবিৰ ক্ৰাউন প্ৰিন্সক আদৰণি জনায়
September 09th, 08:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত আবুধাবিৰ ক্ৰাউন প্ৰিন্স শ্বেখ খালিদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ানক আদৰণি জনায়। দুয়োজন নেতা বহু বিষয়ত অৰ্থপূৰ্ণ আলোচনাত মিলিত হয়।