President of Sri Lanka, Anura Kumara Dissanayake meets Prime Minister
February 20th, 09:49 pm
PM Modi met Sri Lankan President Anura Kumara Dissanayake, reaffirming the strong friendship between India and Sri Lanka. The two leaders reviewed the progress in India–Sri Lanka relations in recent times and discussed avenues of cooperation in multiple areas..প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ পৰা সাহায্য প্ৰাপ্ত ৰে’ল আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰে
April 06th, 12:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মহামহিম অনুৰা কুমাৰা দিছানায়কাৰ সৈতে অনুৰাধাপুৰাত ভাৰতৰ সহায়ত নিৰ্মিত দুটা ৰে'লৱে প্ৰকল্পৰ উদ্বোধন আৰু শুভাৰম্ভ সমাৰোহত অংশগ্ৰহণ কৰে।জয়া শ্ৰী মহা বোধি মন্দিৰ পৰিদৰ্শন প্ৰধানমন্ত্ৰীৰ
April 06th, 11:24 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়কৰ সৈতে অনুৰাধাপুৰাৰ পবিত্ৰ জয়া শ্ৰী মহা বোধি মন্দিৰ পৰিদৰ্শন কৰি পূজনীয় মহাবোধি বৃক্ষত প্ৰাৰ্থনা কৰে। খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাত ভাৰতৰ পৰা সংগমিত মহা থেৰীয়ে শ্ৰীলংকালৈ অনা আহত পুলিৰ পৰাই গছজোপা গজা বুলি ধাৰণা কৰা হয়। ভাৰত-শ্ৰীলংকাৰ ঘনিষ্ঠ অংশীদাৰিত্বৰ ভেটি গঠন কৰা শক্তিশালী সভ্যতামূলক সংযোগৰ প্ৰমাণ হিচাপে এই মন্দিৰটো থিয় হৈ আছে।