গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে ভাৰতৰ দীৰ্ঘতম অবিৰতভাৱে সেৱা আগবঢ়োৱা প্ৰধানমন্ত্ৰী হিচাপে বিবেচিত হোৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীলৈ বিশ্বৰ নেতাসকলৰ অভিনন্দন বাৰ্তা

June 10th, 02:08 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ দীৰ্ঘতম নিৰন্তৰভাৱে সেৱা আগবঢ়োৱা গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হোৱাৰ বাবে বিশ্বৰ বহু ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বীসকলৰ পৰা অভিনন্দন বাৰ্তা লাভ কৰে।

ভাৰত-মালদ্বীপৰ কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৬০ বছৰীয়া জয়ন্তী উপলক্ষে স্মাৰক ডাকটিকট মুকলি

July 25th, 09:08 pm

ভাৰত-মালদ্বীপৰ কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৬০ বছৰীয়া জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মালদ্বীপ গণৰাজ্যৰ মহামহিম ৰাষ্ট্ৰপতি ড° মহম্মদ মুইজ্জুৱে স্মাৰক ডাকটিকট মুকলি কৰে।