জোহান্সবাৰ্গত জি-২০ নেতাৰ সন্মিলনত জাপানৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
November 23rd, 09:46 pm
প্ৰধানমন্ত্ৰী মাননীয় শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা জি-২০ নেতা সন্মিলনৰ সময়ত জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকাইচিৰ সৈতে মত বিনিময় কৰে। ২০২৫ চনৰ ২৯ অক্টোবৰত প্ৰধানমন্ত্ৰী তাকাইচিৰ সৈতে তেওঁলোকৰ টেলিফোন কলৰ পিছত এয়া হৈছে প্ৰধানমন্ত্ৰীৰ প্ৰথম সাক্ষাৎ।১৫ সংখ্যক ভাৰত-জাপান বাৰ্ষিক শীৰ্ষ সন্মিলনৰ যৌথ বিবৃতি: আমাৰ পৰৱৰ্তী প্ৰজন্মৰ নিৰাপত্তা আৰু সমৃদ্ধিৰ বাবে অংশীদাৰিত্ব
August 29th, 07:06 pm
এইচই ইছিবা শিগেৰু ডাঙৰীয়াৰ আমন্ত্ৰণত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ২৯-৩০ আগষ্ট ২০২৫ত ১৫ সংখ্যক ভাৰত-জাপান বাৰ্ষিক সন্মিলনৰ বাবে জাপানলৈ আনুষ্ঠানিক কৰ্ম ভ্ৰমণ কৰে। প্ৰধানমন্ত্ৰী মোডীক প্ৰধানমন্ত্ৰী ইছিবাই ২৯ আগষ্ট ২০২৫ৰ সন্ধিয়া প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত (কান্তেই) আদৰণি জনায় য'ত তেওঁ আনুষ্ঠানিকভাৱে গাৰ্ড অৱ অনাৰ লাভ কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়, য’ত তেওঁলোকে ভাৰত আৰু জাপানৰ মাজত সভ্যতাৰ সম্পৰ্ক, ভাগ-বতৰা কৰা মূল্যবোধ আৰু স্বাৰ্থ, উমৈহতীয়া কৌশলগত দৃষ্টিভংগী আৰু পাৰস্পৰিক সন্মানৰ মাজত শিপাই থকা ভাৰত আৰু জাপানৰ দীৰ্ঘদিনীয়া বন্ধুত্বক স্মৰণ কৰে। ভাৰত-জাপানৰ অংশীদাৰিত্বই বিগত দশকত লাভ কৰা উল্লেখযোগ্য অগ্ৰগতিৰ শলাগ লৈ দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে আগন্তুক দশকত পাৰস্পৰিক নিৰাপত্তা আৰু সমৃদ্ধি অৰ্জনৰ বাবে কৌশলগত আৰু আগন্তুক অংশীদাৰিত্বক শক্তিশালী কৰাৰ উপায় সম্পৰ্কে গঠনমূলক আলোচনাত মিলিত হয়।ভাৰত-জাপান মানৱ সম্পদ বিনিময় আৰু সহযোগিতাৰ বাবে কাৰ্য্য পৰিকল্পনা
August 29th, 06:54 pm
ভাৰত-জাপান বাৰ্ষিক সন্মিলন ২০২৫ৰ সময়ত ভাৰত আৰু জাপানৰ প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ আৰু বিনিময়ৰ জৰিয়তে তেওঁলোকৰ নাগৰিকসকলৰ মাজত গভীৰ বুজাবুজি গঢ়ি তোলাৰ লগতে তেওঁলোকৰ মানৱ সম্পদৰ বাবে সহযোগিতামূলক পথ বিচাৰি উলিওৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত সহমত প্ৰকাশ কৰে আৰু নিজ নিজ ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ অনুসৰি কাম কৰে।PM Modi arrives in Tokyo, Japan
August 29th, 06:43 am
Prime Minister Narendra Modi arrived in Japan a short while ago. In Japan, the PM will participate in the 15th India–Japan Annual Summit. PM Modi and Japanese PM Shigeru Ishiba will review the Special Strategic and Global Partnership between India & Japan, and discuss important issues.প্ৰধানমন্ত্ৰীৰ জাপান আৰু চীন ভ্ৰমণ
August 22nd, 06:15 pm
জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবা আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ আমন্ত্ৰণক্ৰমে ২৯–৩০ আগষ্ট, ২০২৫ৰ পৰা জাপান আৰু ৩১ আগষ্ট–১ ছেপ্টেম্বৰ, ২০২৫লৈ চীন ভ্ৰমণ কৰিব। জাপানত পঞ্চদশ ভাৰত–জাপান বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰি জাপানৰ প্ৰধানমন্ত্ৰী ইছিবাৰ সৈতে আলোচনাত মিলিত হ’ব। চীনত টিয়ানজিনত অনুষ্ঠিত হ’বলগীয়া চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে।জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদ মেলত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বিবৃতিৰ লিখিত ৰূপ
March 20th, 12:30 pm
আৰম্ভণিতে প্ৰধানমন্ত্ৰী কিছিদা আৰু তেওঁৰ সৈতে ভাৰতলৈ অহা প্ৰতিনিধি দলটোক উষ্ম আদৰণি জনাইছো। প্ৰধানমন্ত্ৰী কিছিদা আৰু মই যোৱা এবছৰত কেইবাবাৰো সাক্ষাৎ কৰিছো। আৰু প্ৰতিবাৰেই ভাৰত-জাপান সম্পৰ্কৰ প্ৰতি তেওঁৰ ইতিবাচকতা আৰু দায়বদ্ধতা অনুভৱ কৰিছো। আৰু সেয়ে আজি তেওঁৰ এই ভ্ৰমণ আমাৰ সহযোগিতাৰ গতি বৰ্তাই ৰখাৰ ক্ষেত্ৰত অতি উপযোগী বিবেচিত হ’ব।জাপান ভ্ৰমণৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰীৰ বক্তব্য
May 22nd, 12:16 pm
জাপানৰ প্ৰধানমন্ত্ৰী মহামহিম ফুমিঅ’ কিশিদাৰ আমন্ত্ৰণমৰ্মে ২০২২ ৰ ২৩-২৪ মে’লৈ মই জাপানৰ টকিঅ’ ভ্ৰমণ কৰিম।চতুর্দশ ভাৰত–জাপান বার্ষিক সন্মিলন (১৯মার্চ, ২০২২; নতুন দিল্লী)
March 17th, 08:29 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ আমন্ত্রণ ক্ৰমে জাপানৰ প্রধানমন্ত্রী শ্ৰীযুত কিশিদা ফুমিঅ’ই চতুর্দশ ভাৰত – জাপান বার্ষিক সন্মিলনত অংশগ্ৰহণৰ বাবে দুদিনীয়া চৰকাৰী ভ্ৰমণসূচী লৈ ১৯ মার্চ, ২০২২ত নতুন দিল্লীলৈ আহিব৷ দুয়োগৰাকী নেতাৰ মাজত এয়াই প্রথম সন্মিলন। ইয়াৰ পূৰ্বে ২০১৮ চনৰ অক্টোবৰ মাহত টকিঅ’ত ভাৰত–জাপান বার্ষিক সন্মিলন অনুষ্ঠিত হৈছিল।প্ৰধানমন্ত্ৰীক সাক্ষাৎ জাপানৰ বৈদেশিক মন্ত্ৰীৰ
January 07th, 09:39 pm
জাপানৰ বৈদেশিক মন্ত্ৰী শ্ৰীমান টাৰো ক’নোই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷ শ্ৰীমান ক’নোৱে প্ৰধানমন্ত্ৰী মোদীৰ অক্টোবৰ,২০১৮ৰ জাপান ভ্ৰমণৰ পিছত তেওঁলোকৰ চৰকাৰে হাতত লোৱা ব্যৱস্থা সন্দৰ্ভত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক বিশদভাৱে উল্লেখ কৰে৷PM Modi addresses India-Japan Annual Summit
September 14th, 05:04 pm
Speaking at the India-Japan Annual Summit, PM Modi highlighted several aspects of India-Japan partnership. The PM said, Japan can benefit tremendously with the size and scale of our potential & skilled hands that India offers. Shri Modi remarked that 21st Century was of Asia’s and it had emerged as the new centre of global growth.