ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক
February 26th, 08:56 pm
দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰত-ইজৰাইলৰ অংশীদাৰিত্বৰ সমগ্ৰ বিষয় সামৰি লৈ বিস্তৃত আলোচনা কৰে। দুয়োখন দেশৰ মাজত গভীৰ আস্থা আৰু বন্ধুত্বক প্ৰতিফলিত কৰি নেতাসকলে দ্বিপাক্ষিক সম্পৰ্কক শান্তি, উদ্ভাৱন আৰু সমৃদ্ধিৰ বাবে বিশেষ কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ সিদ্ধান্ত লয়। এই বৈঠক ক্ৰমবৰ্ধমান অভিসৰণ আৰু নিৰাপদ তথা সমৃদ্ধিশালী ভৱিষ্যতৰ বাবে দুয়োখন দেশৰ ভাগ-বাটোৱাৰা কৰা দৃষ্টিভংগীৰ প্ৰতীক হিচাবে পৰিগণিত হৈছে।ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰদান কৰা বিবৃতি
February 26th, 03:30 pm
মোক আৰু ভাৰতীয় প্ৰতিনিধি দলটোক উষ্ম আদৰণি জনোৱাৰ বাবে মই পুনৰবাৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।জেৰুজালেমত প্ৰযুক্তি প্ৰদৰ্শনী পৰিদৰ্শন প্ৰধানমন্ত্ৰীৰ
February 26th, 10:37 am
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটান্যাহুৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ২৫ ফেব্ৰুৱাৰীত বিভিন্ন খণ্ডত ইজৰাইলী উদ্ভাৱকে কৰা পথ প্ৰদৰ্শনকাৰী উদ্ভাৱনৰ এখন প্ৰদৰ্শনী পৰিদৰ্শন কৰে। এই প্ৰদৰ্শনীত কৃষি-প্ৰযুক্তি, জল-প্ৰযুক্তি, জলবায়ু-প্ৰযুক্তি, স্বাস্থ্য-জৈৱ-প্ৰযুক্তি, স্মাৰ্ট মবিলিটি, এআই, চাইবাৰ সুৰক্ষা আৰু কোৱাণ্টাম প্ৰযুক্তিৰ আগশাৰীৰ কোম্পানী আৰু গৱেষণা প্ৰতিষ্ঠানসমূহৰ উদ্ভাৱন প্ৰদৰ্শিত হৈছিল।ইজৰাইলৰ সংসদ নেচেটত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণ
February 25th, 08:20 pm
এই বিশিষ্ট সদনৰ সন্মুখত থিয় দিয়াটো মোৰ বাবে এক সৌভাগ্য আৰু সন্মানৰ বিষয় । মই ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে আৰু আন এটা প্ৰাচীন সভ্যতাক সম্বোধন কৰা প্ৰতিনিধি হিচাপেও সেয়াই অনুভৱ কৰিছো। মই মোৰ লগত লৈ আহিছো ১.৪ বিলিয়ন ভাৰতীয়ৰ শুভেচ্ছা আৰু বন্ধুত্ব, সন্মান তথা অংশীদাৰিত্বৰ বাৰ্তা।ইজৰাইলৰ সংসদ নেচেটত ভাষণ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে
February 25th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জেৰুজালেমত ইজৰাইলৰ সংসদ নেচেটৰ বিশেষ পূৰ্ণাংগ সভাত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰী মোদীয়েই হৈছে ইজৰাইলৰ সংসদত ভাষণ দিয়া ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী।প্ৰধানমন্ত্ৰীৰ ইজৰাইল ভ্ৰমণ
February 24th, 05:34 pm
ইজৰাইলৰ প্ৰধানমন্ত্ৰী মহামহিম বেঞ্জামিন নেতানিয়াহুৰ আমন্ত্ৰণমৰ্মে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬-ৰ ২৫-২৬ ফেব্ৰুৱাৰীত ইজৰাইললৈ চৰকাৰী ভ্ৰমণ কৰিব। এয়া হ’ব প্ৰধানমন্ত্ৰীৰ দ্বিতীয় ইজৰাইল ভ্ৰমণ।ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ টেলিফোনযোগে বাৰ্তালাপ
January 07th, 03:03 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইজৰাইলৰ প্ৰধানমন্ত্ৰী মাননীয় বেঞ্জামিন নেতান্যাহুৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।ইজৰাইলৰ প্ৰধানমন্ত্ৰীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন আৰু দীপাৱলীৰ শুভেচ্ছাৰ বাবে ধন্যবাদ প্ৰধানমন্ত্ৰীৰ
October 21st, 11:23 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইজৰাইলৰ প্ৰধানমন্ত্ৰীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু লগতে দুয়োখন ৰাষ্ট্ৰৰ মাজত স্থায়ী বন্ধুত্বক পুনৰ নিশ্চিত কৰি দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনোৱাৰ বাবে তেওঁক ধন্যবাদ জনায়।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ
August 16th, 05:42 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইজৰাইলৰ প্ৰধানমন্ত্ৰী মহামহিম বেঞ্জামিন নেতানিয়াহুৰ এটি ফোন কল লাভ কৰে।