জেৰুজালেমত প্ৰযুক্তি প্ৰদৰ্শনী পৰিদৰ্শন প্ৰধানমন্ত্ৰীৰ

February 26th, 10:37 am

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটান্যাহুৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ২৫ ফেব্ৰুৱাৰীত বিভিন্ন খণ্ডত ইজৰাইলী উদ্ভাৱকে কৰা পথ প্ৰদৰ্শনকাৰী উদ্ভাৱনৰ এখন প্ৰদৰ্শনী পৰিদৰ্শন কৰে। এই প্ৰদৰ্শনীত কৃষি-প্ৰযুক্তি, জল-প্ৰযুক্তি, জলবায়ু-প্ৰযুক্তি, স্বাস্থ্য-জৈৱ-প্ৰযুক্তি, স্মাৰ্ট মবিলিটি, এআই, চাইবাৰ সুৰক্ষা আৰু কোৱাণ্টাম প্ৰযুক্তিৰ আগশাৰীৰ কোম্পানী আৰু গৱেষণা প্ৰতিষ্ঠানসমূহৰ উদ্ভাৱন প্ৰদৰ্শিত হৈছিল।

ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে দেশৰ ভিন্ন প্ৰান্তৰ যুৱ উদ্ভাৱক আৰু ষ্টাৰ্ট-আপ উদ্যোগীৰে মত-বিনিময় প্ৰধানমন্ত্ৰীৰ

June 06th, 11:15 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে দেশৰ ভিন্ন প্ৰান্তৰ যুৱ উদ্ভাৱক আৰু ষ্টাৰ্ট-আপ উদ্যোগীৰে মত-বিনিময় কৰে৷ চৰকাৰী আঁচনিৰ বিভিন্ন উপভোক্তাৰ সৈতে এয়া হ’ল প্ৰধানমন্ত্ৰীৰ ক্ৰমাগত চতুৰ্থটো মত-বিনিময় অনুষ্ঠান৷

PM Modi, Israeli PM Netanyahu inaugurate India-Israel Innovation Bridge

July 06th, 07:12 pm

PM Narendra Modi and Israeli PM Benjamin Netanyahu attended Technolgy exhibition in Tel Aviv. The leaders inaugurated India-Israel Innovation Bridge to encourage the young innovators and promote innovations for a better world.