আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত পৰাক্ৰম দিৱসৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
January 23rd, 05:15 pm
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ লেফটেনেণ্ট গৱৰ্ণৰ এডমিৰেল ডি.কে. যোশী, নেতাজী সুভাষ চন্দ্ৰ বসু আই এন এ ট্ৰাষ্টৰ অধ্যক্ষ, ব্ৰিগেডিয়াৰ আৰ এছ ছিকাৰা জী; ভাৰতৰ স্বাধীনতা আন্দোলনৰ অংশগ্ৰহণকাৰী তথা আই এন এৰ চিৰন্তন উজ্জ্বল পুৰুষ লেফটেনেণ্ট আৰ মাধৱন জী,আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত পৰাক্ৰম দিৱসৰ কাৰ্যসূচীত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ভাষণ দিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
January 23rd, 05:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত পৰাক্ৰম দিৱসৰ কাৰ্যসূচীত ভাষণ দিয়ে। অনুষ্ঠানত ভাষণ দি শ্ৰী মোদীয়ে উল্লেখ কৰে যে ২৩ জানুৱাৰী তাৰিখটো নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মৰ গৌৰৱময় তাৰিখ। তেওঁ মন্তব্য কৰে যে নেতাজীৰ সাহস আৰু পৰাক্ৰমে আমাক অনুপ্ৰাণিত কৰে আৰু তেওঁৰ প্ৰতি মন শ্ৰদ্ধাৰে ভৰাই তোলে। তেওঁ আলোকপাত কৰে যে শেহতীয়া বছৰবোৰত পৰাক্ৰম দিৱস দেশৰ এক অবিচ্ছেদ্য উৎসৱত পৰিণত হৈছে। শ্ৰী মোদীয়ে কয় যে ২৩ জানুৱাৰী পৰাক্ৰম দিৱস, ২৫ জানুৱাৰী ৰাষ্ট্ৰীয় ভোটাৰ দিৱস, ২৬ জানুৱাৰী গণৰাজ্য দিৱস, ২৯ জানুৱাৰী বিটিং ৰিট্ৰিট আৰু ৩০ জানুৱাৰী শ্ৰদ্ধাৰ বাপুৰ মৃত্যু বাৰ্ষিকী, এয়া গণৰাজ্যৰ ভৱিষ্যৎ উৎসৱ উদযাপনৰ এক নতুন পৰম্পৰা গঢ়ি তোলা এক সুখৰ কাকতালীয় পৰিঘটনা। তেওঁ পৰাক্ৰম দিৱসৰ দিনটোত দেশৰ সকলো নাগৰিকক শুভেচ্ছা জ্ঞাপন কৰে।Cabinet approves three new corridors as part of Delhi Metro’s Phase V (A) Project
December 24th, 03:25 pm
The Union Cabinet approved three new corridors - 1. R.K Ashram Marg to Indraprastha (9.913 Kms), 2. Aerocity to IGD Airport T-1 (2.263 kms) 3. Tughlakabad to Kalindi Kunj (3.9 kms) as part of Delhi Metro’s Phase – V(A) project consisting of 16.076 kms which will further enhance connectivity within the national capital. Total project cost of Delhi Metro’s Phase – V(A) project is Rs.12014.91 crore, which will be sourced from Government of India, Government of Delhi, and international funding agencies.নতুন দিল্লীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আৰ্য্য মহাসন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
October 31st, 07:00 pm
মই প্ৰথমেই পলমকৈ আহি পোৱাৰ বাবে ক্ষমা বিচাৰিছোঁ। আজি চৰ্দাৰ চাহাবৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে একতা নগৰৰ ষ্টেচু অৱ ইউনিটিত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল আৰু সেয়েহে ইয়াত উপস্থিত হোৱাত পলম হ’ল। মই ইয়াত সময়মতে উপস্থিত হ’ব নোৱাৰাৰ বাবে অনুতপ্ত হৈছোঁ আৰু ইয়াৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। ক্ষন্তেক পূৰ্বে শুনা মন্ত্ৰধ্বনিসমূহৰ শক্তি এতিয়াও সকলোৱে অনুভৱ কৰি আছে। যেতিয়াই মই এনে সমাৱেশৰ মাজলৈ আহোঁ, তেতিয়াই ঐশ্বৰিক আৰু অসাধাৰণ অভিজ্ঞতা লাভ কৰোঁ। এই অনুভূতিৰ কাৰণ হৈছে স্বামী দয়ানন্দ জীৰ আশীৰ্বাদ। মই স্বামী দয়ানন্দ জীৰ আদৰ্শৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাইছোঁ। ইয়াত উপস্থিত আপোনালোক সকলো চিন্তকৰ সৈতে মোৰ দশক-দশক পুৰণি আত্মীয়তাৰ বান্ধোন আছে। আপোনালোকে মোক বাৰে-বাৰে আপোনালোকৰ মাজত থকাৰ সুযোগ দিছে। যেতিয়াই মই আপোনালোকক লগ পাওঁ আৰু আপোনালোকৰ সৈতে যোগাযোগ কৰোঁ, তেতিয়াই মোৰ মন এক সুকীয়া শক্তি আৰু এক অনন্য প্ৰেৰণাৰে ভৰি পৰে।কেবডিয়াত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
October 31st, 09:00 am
আজি চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জয়ন্তী পালন কাৰ্য্য হৈছে এক ঐতিহাসিক উপলক্ষ। একতা নগৰৰ পুৱাটো ঐশ্বৰিক আৰু নান্দনিক। চৰ্দাৰ পেটেলৰ চৰণত সামূহিক উপস্থিতি উল্লেখযোগ্য। ৰাষ্ট্ৰখন এক বৃহৎ তাৎপৰ্য্যপূৰ্ণ মুহূৰ্তৰ সাক্ষী হৈছে। দেশজোৰা ৰান ফৰ ইউনিটিত কোটি-কোটি ভাৰতীয়ই উৎসাহেৰে অংশগ্ৰহণ কৰিছে। ইয়াত নৱ্য ভাৰতৰ সংকল্প স্পষ্টভাৱে অনুৰণিত হৈছে। পূৰ্বে অনুষ্ঠিত হোৱা অনুষ্ঠান আৰু পূৰ্বৰ সন্ধিয়াৰ উপস্থাপন উল্লেখযোগ্য আছিল। ইয়াত অতীতৰ পৰম্পৰা, বৰ্তমানৰ শ্ৰম আৰু সাহস তথা ভৱিষ্যতৰ সাফল্যৰ আভাস প্ৰতিফলিত হৈছে। চৰ্দাৰ পেটেলৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে এটি স্মাৰক মুদ্ৰা আৰু এটা বিশেষ ডাক টিকট মুকলি কৰা হৈছে। চৰ্দাৰ পেটেলৰ জন্ম বাৰ্ষিকী আৰু ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে মই দেশৰ ১৪০ কোটি নাগৰিকলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ কেবডিয়াত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে
October 31st, 08:44 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ কেবদিয়াত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াত প্ৰধানমন্ত্ৰীয়ে কয় যে আজি চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জয়ন্তী পালন কাৰ্য্য হৈছে এক ঐতিহাসিক উপলক্ষ। একতা নগৰৰ পুৱাটো ঐশ্বৰিক আৰু নান্দনিক বুলি অভিহিতকৰণেৰে শ্ৰী মোদীয়ে চৰ্দাৰ পেটেলৰ চৰণত সামূহিক উপস্থিতি লক্ষ্য কৰি কয় যে ৰাষ্ট্ৰখন এক বৃহৎ তাৎপৰ্য্যপূৰ্ণ মুহূৰ্তৰ সাক্ষী হৈছে। তেখেতে দেশজোৰা ৰান ফৰ ইউনিটি আৰু ইয়াত কোটি-কোটি ভাৰতীয়ৰ উৎসাহপূৰ্ণ অংশগ্ৰহণৰ কথা উল্লেখেৰে ইয়াত নৱ্য ভাৰতৰ সংকল্প স্পষ্টভাৱে অনুৰণিত হৈছে বুলি কয়। পূৰ্বে অনুষ্ঠিত হোৱা অনুষ্ঠান আৰু পূৰ্বৰ সন্ধিয়াৰ উল্লেখযোগ্য উপস্থাপনৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াত অতীতৰ পৰম্পৰা, বৰ্তমানৰ শ্ৰম আৰু সাহস তথা ভৱিষ্যতৰ সাফল্যৰ আভাস প্ৰতিফলিত হৈছে। তেখেতে অৱগতে কৰে যে চৰ্দাৰ পেটেলৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে এটি স্মাৰক মুদ্ৰা আৰু এটা বিশেষ ডাক টিকট মুকলি কৰা হৈছে। চৰ্দাৰ পেটেলৰ জন্ম বাৰ্ষিকী আৰু ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে দেশৰ ১৪০ কোটি নাগৰিকলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।Netaji Subhas Chandra Bose's legacy will continue to inspire us in building a Viksit Bharat: PM Modi
January 23rd, 11:30 am
PM Modi addressed the nation on Parakram Diwas, paying tribute to Netaji Subhas Chandra Bose. He emphasized Netaji’s legacy of unity, sacrifice, and determination, urging everyone to step out of their comfort zones to achieve a Viksit Bharat. He highlighted the global opportunities for India and the need to stay united and vigilant against pisive forces.Prime Minister Shri Narendra Modi’s address on Parakram Diwas
January 23rd, 11:25 am
PM Modi addressed the nation on Parakram Diwas, paying tribute to Netaji Subhas Chandra Bose. He emphasized Netaji’s legacy of unity, sacrifice, and determination, urging everyone to step out of their comfort zones to achieve a Viksit Bharat. He highlighted the global opportunities for India and the need to stay united and vigilant against pisive forces.PM appreciates Kalanjali, a unique cultural spectacle for organising weekly cultural programmes at Central Vista
April 21st, 10:20 am
PM Modi appreciated 'Kalanjali' a unique cultural spectacle which conducts various cultural events and programs that is hosted every weekend at the Central Vista, India Gateনতুন দিল্লীত ‘কৰ্তব্য পথ’ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ
September 08th, 10:41 pm
আজিৰ এই ঐতিহাসিক কাৰ্যক্ৰমৰ ওপৰত সমগ্ৰ দেশৰে দৃষ্টি আছে, সকলো দেশবাসীয়েই এই মুহূৰ্তত এই কাৰ্যক্ৰমেৰে জড়িত হৈছে। মই এই মুহূৰ্তটোৰ সাক্ষী হোৱা সকলো দেশবাসীক আন্তৰিকতাৰে স্বাগত জনাইছো, অভিনন্দন জনাইছো। এই ঐতিহাসিক ক্ষণত মোৰ সৈতে মন্ত্ৰীমণ্ডলৰ মোৰ সতীৰ্থ শ্ৰী হৰদীপ পুৰী জী, শ্ৰী জি কিষাণ ৰেড্ডী জী, শ্ৰী অৰ্জুনৰাম মেঘৱাল জী, শ্ৰীমতী মীনাক্ষী লেখী জী, শ্ৰী কৌশল কিশোৰ জী, আজি মোৰ সৈতে মঞ্চত উপস্থিত আছে। দেশৰ অনেক গণ্যমান্য ব্যক্তিসকলো আজি ইয়াত উপস্থিত আছে।PM inaugurates 'Kartavya Path' and unveils the statue of Netaji Subhas Chandra Bose at India Gate
September 08th, 07:00 pm
PM Modi inaugurated Kartavya Path and unveiled the statue of Netaji Subhas Chandra Bose. Kingsway i.e. Rajpath, the symbol of colonialism, has become a matter of history from today and has been erased forever. Today a new history has been created in the form of Kartavya Path, he said.৮ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে ‘কৰ্তব্য পথ’ মুকলি কৰাৰ লগতে ‘ইণ্ডিয়া গে’ট’ত ‘নেতাজী’ সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব
September 07th, 01:49 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৮ ছেপ্টেম্বৰ, ২০২২ৰ পুৱা ৭ বজাত আনুষ্ঠানিক ভাবে ‘কৰ্তব্য পথ’ মুকলি কৰিব। ক্ষমতাৰ এক প্ৰতীকস্বৰূপ পূৰ্বৰ ‘ৰাজপথ’ৰ পৰা ‘কৰ্তব্য পথ’লৈ হোৱা পৰিৱৰ্তনে জনস্বত্ব তথা সবলীকৰণৰ এক নিদৰ্শনকে প্ৰতীয়মান কৰিব। একেটা উপলক্ষতে প্ৰধানমন্ত্ৰীয়ে ‘ইণ্ডিয়া গে’ট’ত ‘নেতাজী’ সুভাষ চন্দ্ৰ বসুৰ এটা প্ৰতিমূৰ্তিও উন্মোচন কৰিব। এই পদক্ষেপ নতুন ভাৰতৰ অমৃত কালৰ বাবে প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ‘পঞ্চপণ’ৰ দ্বিতীয়টি পণ : ঔপনিৱেশিক মানসিকতাৰ চিন-মোকাম নোহোৱা কৰা-ৰ সৈতে সংগতি ৰাখি গ্ৰহণ কৰা হৈছে।প্রধানমন্ত্রীয়ে ২৩ জুনত বাণিজ্য ভৱনৰ উদ্বোধন আৰু ‘নির্যাত’ পর্টেলৰ সূচনা কৰিব
June 22nd, 03:55 pm
ধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ২৩ জুনত পুৱা ১০: ৩০ বজাত শিল্প আৰু বাণিজ্য মন্ত্রালয়ৰ নতুন ভৱন – ‘বাণিজ্য ভৱন’ৰ উদ্বোধন কৰিব। এই অনুষ্ঠানত প্রধানমন্ত্রীয়ে জাতীয় আমদানী-ৰপ্তানী সংক্রান্তীয় তথ্যৰ বাবে ব্যৱসায়-বাণিজ্যৰ বার্ষিক মূল্যায়ন সংক্রান্তীয় নতুন পর্টেল ‘নির্যাত’ (National Import-Export Record for Yearly Analysis of Trade)ৰ সূচনা কৰিব। পর্টেলটোৰ পৰা ভাৰতৰ বৈদেশিক ব্যৱসায়-বাণিজ্যৰ সৈতে যুক্ত ব্যক্তিসকলে এই সংক্রান্তীয় সকলো তথ্য সংগ্রহ কৰিব পাৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সমবেত লোককো সম্বোধন কৰিব।ভাৰতীয় সংস্কৃতিৰ স্পন্দনে সমগ্ৰ বিশ্বৰ জনতাক সদায়েই আকৰ্ষিত কৰেঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
January 30th, 11:30 am
বন্ধুসকল, স্বাধীনতাৰ অমৃত মহোৎসৱত, দেশখনে এই প্ৰচেষ্টাৰ জৰিয়তে ইয়াৰ ৰাষ্ট্ৰীয় প্ৰতীকসমূহ পুনৰ প্ৰতিষ্ঠা কৰি আছে। আমি দেখিছিলো যে ইণ্ডিয়া গেটৰ ওচৰত থকা 'অমৰ জোৱান জ্যোতি' আৰু ওচৰৰ 'ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক'ৰ অগ্নি সন্মিলিত কৰা হৈছিল। এই আৱেগিক অনুষ্ঠানত, বহুতো দেশবাসী আৰু শ্বহীদ পৰিয়ালৰ চকুত চকুপানী আছিল। 'ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক'ত স্বাধীনতাৰ পিছৰে পৰা দেশৰ সকলো শ্বহীদৰ নাম লিপিবদ্ধ কৰা হৈছে। মোলৈ কিছুমান প্ৰাক্তন সেনা জোৱানে লিখিছে যে – শ্বহীদসকলৰ স্মৃতিৰ সন্মুখত জ্বলি থকা 'অমৰ জোৱান জ্যোতি' শ্বহীদসকলৰ অমৰত্বৰ প্ৰতীক। সঁচাকৈয়ে, 'অমৰ জোৱান জ্যোতি'ৰ দৰে, আমাৰ শ্বহীদসকল, তেওঁলোকৰ অনুপ্ৰেৰণা আৰু তেওঁলোকৰ অৱদানো অমৰ। মই আপোনালোক সকলোকে ক'ম, যেতিয়াই আপোনালোকে সুযোগ পায়, আপুনি 'ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক' দৰ্শন কৰিব। আপোনাৰ পৰিয়াল আৰু সন্তানকো লৈ যাওক। ইয়াত আপুনি এক পৃথক শক্তি আৰু অনুপ্ৰেৰণা অনুভৱ কৰিব।প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বঁটা বিজয়ীসকলৰ সৈতে বাৰ্তালাপত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠৰ অসমীয়া অনুবাদ
January 24th, 03:11 pm
Prime Minister Modi interacted with Pradhan Mantri Rashtriya Bal Puraskar awardees. He lauded that the children of India have shown their modern and scientific thinking towards vaccination programme. The PM also appealed to them to be an ambassador for Vocal for Local and lead the campaign of Aatmanirbhar Bharat.প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু বঁটা বিজয়ীসকলৰ সৈতে বাৰ্তালাপ কৰে
January 24th, 11:53 am
Prime Minister Modi interacted with Pradhan Mantri Rashtriya Bal Puraskar awardees. He lauded that the children of India have shown their modern and scientific thinking towards vaccination programme. The PM also appealed to them to be an ambassador for Vocal for Local and lead the campaign of Aatmanirbhar Bharat.গ্ৰামোন্নয়ণৰ ক্ষেত্ৰত কেন্দ্ৰীয় বাজেটৰ ইতিবাচক প্ৰভাৱ সন্দৰ্ভত অনুষ্ঠিত ৱে’বিনাৰত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
January 23rd, 05:24 pm
Prime Minister Narendra Modi paid tribute to Netaji Subhas Chandra Bose on his 125th birth anniversary. Addressing the gathering, he said, The grand statue of Netaji, who had established the first independent government on the soil of India, and who gave us the confidence of achieving a sovereign and strong India, is being installed in digital form near India Gate. Soon this hologram statue will be replaced by a granite statue.ইণ্ডিয়া গেটত নেতাজীৰ হ’ল’গ্ৰাম মূর্তি উন্মোচন প্রধানমন্ত্রীৰ
January 23rd, 05:23 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী ইণ্ডিয়া গেটত নেতাজী সুভাষ চন্দ্র বসুৰ এটা হ’ল’গ্ৰাম মূর্তি উন্মোচন কৰে৷ নেতাজীৰ মূর্তি নির্মাণৰ কাম শেষ নোহোৱালৈকে এই হ’ল’গ্ৰাম মূর্তি থাকিব৷ বছৰজোৰা নেতাজী সুভাষ চন্দ্র বসুৰ ১২৫সংখ্যক জন্ম বার্ষিকী উদযাপন উপলক্ষে মূর্তিটো সেই স্থানত উন্মোচন কৰা হ’ব।নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ তম জন্ম জয়ন্তী বছৰজোৰা উদযাপনৰ অংশ হিচাপে ইণ্ডিয়া গেটত নেতাজীৰ এক বিশাল প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব
January 21st, 07:46 pm
মহান স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ তম জন্ম জয়ন্তী আৰু বছৰজোৰা উদযাপনৰ অংশ হিচাপে চৰকাৰে ইণ্ডিয়া গেটত নেতাজী সুভাষ চন্দ্ৰ বসুৰ এটা বিশাল প্ৰতিমূৰ্তি স্থাপন কৰাৰ সিদ্ধান্ত লৈছে। আমাৰ স্বাধীনতা সংগ্ৰামত নেতাজীৰ অপৰিসীম অৱদানৰ প্ৰতি যথোচিত সন্মান প্ৰদৰ্শনৰ অংশ হিচাপে গ্ৰেনাইটেৰে নিৰ্মিত এই মূৰ্তিটো স্থাপন কৰা হ’ব। তেওঁৰ সংগ্ৰামৰ প্ৰতি দেশ ঋণী আৰু ইয়াৰ জৰিয়তে দেশে তেওঁৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিব। প্ৰতিমূৰ্তিটোৰ কাম সম্পূৰ্ণ নোহোৱালৈকে নেতাজীৰ এটা হলোগ্ৰাম মূৰ্তি একে ঠাইতে প্ৰদৰ্শিত হ’ব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ২৩ জানুৱাৰীত সন্ধিয়া প্ৰায় ৬ বজাত ইণ্ডিয়া গেটত নেতাজীৰ হলোগ্ৰাম প্ৰতিমূৰ্তিটো উন্মোচন কৰিব।নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিশাল মূৰ্তি ইণ্ডিয়া গেটত স্থাপন কৰা হ'ব বুলি প্ৰধানমন্ত্ৰীয়ে কয়
January 21st, 03:00 pm
Prime Minister Narendra Modi announced that a grand statue of Netaji Subhas Chandra Bose will be installed at India Gate. Till the grand statue of Netaji Subhas Chandra Bose is completed, the Prime Minister will unveil Netaji's Hologram statue on his birth anniversary on 23rd January 2022.