পেৰিছত অনুষ্ঠিত হোৱা ভিভাটেক ২০২৬ৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
June 18th, 06:15 pm
২০২১ চনত যেতিয়া মই ভিভাটেকত ভাষণ দিছিলো তেতিয়া বিশ্বই কভিড-১৯ৰ ব্যাঘাতৰ সন্মুখীন হৈছিল। আজি পৃথিৱীত আন ধৰণৰ বিঘিনি ঘটিছে। আৰু মই তেতিয়া ভিভাটেক ২০২১ ত শ্বেয়াৰ কৰা বাৰ্তাটো পুনৰ কওঁ। য'ত প্ৰচলিত পদ্ধতি বিফল হয়, তাত উদ্ভাৱনে সহায় কৰিব পাৰে।ভিভাটেক ২০২৬ত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী
June 18th, 06:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীমান ইমানুৱেল মেক্ৰনে আজি ইউৰোপৰ সৰ্ববৃহৎ প্ৰযুক্তি আৰু ষ্টাৰ্ট-আপ ইভেণ্ট পেৰিছত অনুষ্ঠিত হোৱা ভিভাটেক ২০২৬ত অংশগ্ৰহণ কৰে।ভাৰত-ফ্ৰান্স উদ্ভাৱনী পৰিকল্পনা ২০৩০
June 15th, 05:42 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৱে দ্বিপাক্ষিক সম্পৰ্কক বিশেষ গোলকীয় কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰে আৰু কৃত্ৰিম বুদ্ধিমত্তা, উদ্ভাৱন, গৱেষণা, প্ৰযুক্তি, ডিজিটেল প্ৰযুক্তি আৰু চাইবাৰ ক্ষেত্ৰ, স্বাস্থ্য, সংস্কৃতি, অৰ্থনীতি, শৈক্ষিক সংযোগ আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ দৰে খণ্ডসমূহত সম্প্ৰসাৰিত আৰু বহুপাক্ষিক সহযোগিতাৰ আহ্বান জনাই যুটীয়াভাৱে ভাৰত-ফ্ৰান্স উদ্ভাৱন বৰ্ষ ২০২৬ উদ্বোধন কৰে।ফলাফলৰ তালিকাঃ প্ৰধানমন্ত্ৰীৰ ফ্ৰান্স ভ্ৰমণ
June 14th, 09:32 pm
ভাৰত-ফ্ৰান্স উদ্ভাৱনী পৰিকল্পনা ২০৩০ গ্ৰহণমুম্বাইত ভাৰত-ফ্ৰান্স উদ্ভাৱন মঞ্চ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
February 18th, 12:07 pm
মোৰ মৰমৰ বন্ধু, সন্মানীয় ৰাষ্ট্ৰপতি মেক্ৰ’, দুয়োখন দেশৰ উদ্ভাৱকসকল, নমস্কাৰ! বনজৌৰ!ফ্ৰান্সৰ ৰাষ্ট্ৰপতিক ভাৰতলৈ আদৰণি জনাই প্ৰধানমন্ত্ৰীৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ
February 17th, 09:57 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ক উষ্ম আদৰণি জনাই এই ভ্ৰমণে ভাৰত-ফ্ৰান্সৰ সম্পৰ্কক নতুন শিখৰলৈ উন্নীত কৰিব বুলি আস্থা প্ৰকাশ কৰে।