India is driving not only its own growth but also the world's growth: PM Modi at India Energy Week
February 11th, 11:37 am
At India Energy Week, PM Modi highlighted India's energy ambitions based on resources, innovation, economic strength, strategic geography and sustainability. He emphasised India's rapid progress in renewables, biofuels and green energy, policy reforms and investment opportunities, reaffirming the country's commitment to driving global growth and energy transformation.‘ভাৰত শক্তি সপ্তাহ ২০২৫’ ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য
February 11th, 09:55 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' বাৰ্তা’ৰ জৰিয়তে ‘ভাৰত শক্তি সপ্তাহ ‘ নিজৰ মন্তব্য আগবঢ়ায়। ‘যশোভূমী’ত অনুষ্ঠান সম্বোধন কৰি তেওঁ গুৰুত্ব আৰোপ কৰে যে কেৱল অনুষ্ঠানত উপস্থিত থকাসকলেই শক্তি সপ্তাহৰ অংশ নহয়, বৰং ভাৰতৰ শক্তি উচ্চাকাংক্ষাও হৈছে ইয়াৰ অবিচ্ছেদ্য অংশ। তেওঁ এই অনুষ্ঠানত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকা থকাৰ কথা উল্লেখ কৰি বিদেশৰ বিশিষ্ট অতিথিসকলকে ধৰি সকলো অংশগ্ৰহণকাৰীকে উষ্ম আদৰণি জনায়।শক্তি খণ্ডৰ শীৰ্ষ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বাৰ্তালাপত মিলিত হয় প্ৰধানমন্ত্ৰী
February 06th, 09:34 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোৱাত ‘ভাৰত শক্তি সপ্তাহ’ত শক্তি খণ্ডৰ শীৰ্ষ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰে।গোৱাত অনুষ্ঠিত ভাৰত শক্তি সপ্তাহ ২০২৪ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ
February 06th, 12:00 pm
গোৱাৰ ৰাজ্যপাল শ্ৰীযুত পি এছ শ্ৰীধৰণ পিল্লাই, গোৱাৰ গতিশীল মুখ্যমন্ত্ৰী শ্ৰীযুত প্ৰমোদ সাৱন্ত, মোৰ কেবিনেট সহযোগী হৰদীপ সিং পুৰী আৰু ৰামেশ্বৰ তেলী, বিভিন্ন দেশৰ সন্মানীয় অতিথি, ভদ্ৰমহিলা, আৰু ভদ্ৰলোকসকল!প্ৰধানমন্ত্ৰীয়ে ভাৰত শক্তি সপ্তাহ ২০২৪ উদ্বোধন কৰে
February 06th, 11:18 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোৱাত ভাৰত শক্তি সপ্তাহ ২০২৪ উদ্বোধন কৰে। ভাৰত শক্তি সপ্তাহ ২০২৪ হৈছে ভাৰতৰ সৰ্ববৃহৎ আৰু একমাত্ৰ সৰ্বাত্মক শক্তি প্ৰদৰ্শনী আৰু সন্মিলন, যি ভাৰতৰ শক্তি পৰিৱৰ্তনৰ লক্ষ্যক অনুপ্ৰাণিত কৰিবলৈ সমগ্ৰ শক্তি খণ্ডৰ মূল্য শৃংখলাটো একত্ৰিত কৰে। প্ৰধানমন্ত্ৰীয়ে গোলকীয় তেল আৰু গেছৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকলৰ সৈতে এখন বৈঠকো অনুষ্ঠিত কৰে।৬ ফেব্ৰুৱাৰীত গোৱা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
February 05th, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখে গোৱা ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১০:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে ‘অ'এনজিচি ছী ছাৰ্ভাইভেল চেণ্টাৰ’ উদ্বোধন কৰিব। পুৱা প্ৰায় ১০:৪৫ বজাত তেওঁ ‘ভাৰত শক্তি সপ্তাহ ২০২৪’ উদ্বোধন কৰিব। তাৰ পিছত, বিয়লি প্ৰায় ২:৪৫ বজাত তেওঁ ‘বিকশিত ভাৰত, বিকশিত গোৱা ২০৪৭’ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।কৰ্ণাটকৰ বেংগালুৰুত অনুষ্ঠিত ইণ্ডিয়া এনাৰ্জী উইক, ২০২৩ ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 06th, 11:50 am
আমি তুৰস্কৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছো। দেশখন বিধ্বংসী ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। বহু লোকৰ মৰ্মান্তিকভাৱে মৃত্যু হোৱাৰ লগতে ব্যাপক ক্ষয়-ক্ষতিৰ খবৰ পোৱা গৈছে। তুৰস্কৰ আশে-পাশে থকা দেশসমূহো ক্ষতিৰ সন্মুখীন হোৱাৰ আশংকা আছে। ভাৰতৰ ১৪০ কোটি জনসাধাৰণে ভূমিকম্পত ক্ষতিগ্ৰস্ত সকলোৰে প্ৰতি সহানুভূতি আগবঢ়াইছে। ভূমিকম্পত ক্ষতিগ্ৰস্ত লোকসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ ভাৰত অংগীকাৰবদ্ধ।বাংগালুৰুত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে ‘ইণ্ডিয়া এনাৰ্জী উইক ২০২৩’
February 06th, 11:46 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাংগালুৰুত ‘ইণ্ডিয়া এনাৰ্জী উইক’ বা ‘ভাৰত শক্তি সপ্তাহ (আইইডব্লিউ) ২০২৩’ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে ‘ইণ্ডিয়ান অইল’ৰ 'আনবটলড' প্ৰয়াসৰ জৰিয়তে প্ৰস্তুত কৰা ‘ইউনিফৰ্ম’ও মুকলি কৰে। এই টইউনিফৰ্মটবোৰ পুনৰাই ব্যৱহাৰ কৰা ‘পিইটি’ বটলৰ দ্বাৰা তৈয়াৰ কৰা হৈছে। তেওঁ ‘ভাৰতীয় তেল নিগম’ৰ ‘ইনড'ৰ’ সৌৰ ৰন্ধন প্ৰণালীৰ ‘টুইন-কুকটপ মডেল’টো উচৰ্গা কৰাৰ লগতে ইয়াৰ বাণিজ্যিক প্ৰৱৰ্তনৰ শুভাৰম্ভ ঘোষণা কৰে।