কাজাখস্তান, কিৰ্গিজ গণৰাজ্য , তাজিকিস্তান, তুৰ্কমেনিস্তান আৰু উজবেকিস্তানৰ বৈদেশিক মন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক

June 06th, 08:54 pm

কাজাখস্তান গণৰাজ্য , কিৰ্গিজ গণৰাজ্য , তাজিকিস্তান গণৰাজ্য , তুৰ্কমেনিস্তান আৰু উজবেকিস্তান গণৰাজ্যৰ বৈদেশিক মন্ত্ৰীসকলে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সমূহীয়াভাবে সাক্ষাৎ কৰে ।