ত্ৰিনিদাদ আৰু ট’বেগোৰ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীৰ যুটীয়া বিবৃতি

July 05th, 09:02 am

২৬ বছৰৰ পিছত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথমটো ঐতিহাসিক দ্বিপাক্ষিক ভ্ৰমণ। এই ভ্ৰমণ গভীৰ তাৎপৰ্য্যপূৰ্ণ আছিল, কিয়নো ই ১৮৪৫ চনত ত্ৰিনিদাদ আৰু ট’বেগোলৈ ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ আগমনৰ ১৮০ বছৰীয়া জয়ন্তীৰ সৈতে সংগতি ৰাখি দুয়োখন দেশৰ মাজত দীৰ্ঘদিনীয়া বন্ধুত্বৰ মূল আধাৰ।

PM Modi holds official talks with the Prime Minister of Trinidad & Tobago

July 04th, 11:51 pm

At the historic Red House in Port of Spain, PM Modi held official talks with Trinidad & Tobago PM Kamla Persad-Bissessar. The leaders discussed collaboration in agriculture, healthcare, digital tech, culture, and people-to-people ties. They also exchanged views on global issues like climate change, disaster response, and cyber security, calling for deeper cooperation.

List of Outcomes: Prime Minister's State Visit to Trinidad & Tobago

July 04th, 11:41 pm

PM Modi and Trinidad & Tobago PM Kamla witnessed exchange of MoUs and agreements. Key MoUs / agreements were signed in areas like Indian Pharmacopoeia,Indian Grant Assistance, Cultural Exchanges, Sports, Diplomatic Training and Indian studies. PM Modi announced the extension of OCI card facility upto 6th generation of Indian Diaspora members in Trinidad and Tobago.

Prime Minister meets with the President of Trinidad and Tobago

July 04th, 11:37 pm

PM Modi met Trinidad & Tobago President Kangaloo and the two leaders reflected on the enduring bonds shared by the two countries, anchored by strong people-to-people ties. PM Modi conveyed his sincere gratitude for the conferment of the ‘Order of the Republic of Trinidad and Tobago’—describing it as an honour for the 1.4 billion people of India.

ত্ৰিনিদাদ আৰু ট’বেগোৰ সংসদৰ যুটীয়া অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণ

July 04th, 09:30 pm

এখন গৌৰৱপূৰ্ণ গণতন্ত্ৰ আৰু এখন বন্ধুত্বপূৰ্ণ দেশৰ নিৰ্বাচিত প্ৰতিনিধি, আপোনালোকৰ সন্মুখত থিয় দি মই নিজকে অতি সন্মানিত অনুভৱ কৰিছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিনিদাদ আৰু টোবাগোৰ সংসদৰ যুটীয়া অধিৱেশন সম্বোধন কৰে

July 04th, 09:00 pm

চিনেটৰ অধ্যক্ষ মহামহিম ৱেড মাৰ্ক আৰু সদনৰ অধ্যক্ষ মহামহিম জগদেও সিঙৰ আমন্ত্ৰণমৰ্মে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ত্ৰিনিদাদ আৰু টোবাগোৰ [T&T] সংসদৰ যুটীয়া অধিৱেশন সম্বোধন কৰে। ইয়াৰ জৰিয়তে তেখেত দেশখনৰ সংসদত ভাষণ প্ৰদান কৰা ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয় আৰু এই কাৰ্য্য ভাৰত-ত্ৰিনিদাদ আৰু টোবাগোৰ দ্বিপাক্ষিক সম্পৰ্কত এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হয়।

PM Modi conferred with highest national award, the ‘Order of the Republic of Trinidad & Tobago

July 04th, 08:20 pm

PM Modi was conferred Trinidad & Tobago’s highest national honour — The Order of the Republic of Trinidad & Tobago — at a special ceremony in Port of Spain. He dedicated the award to the 1.4 billion Indians and the historic bonds of friendship between the two nations, rooted in shared heritage. PM Modi also reaffirmed his commitment to strengthening bilateral ties.

ঘানা, ত্ৰিনিদাদ আৰু টোবাগো, আৰ্জেন্টিনা, ব্ৰাজিল আৰু নামিবিয়া ভ্ৰমণৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰীৰ প্ৰস্থান বিবৃতি

July 02nd, 07:34 am

মই ৰাষ্ট্ৰপতি মহামহিম জন ড্ৰামানী মহামাৰ নিমন্ত্ৰণমৰ্মে ২-৩ জুলাইত ঘানা ভ্ৰমণ কৰিম। ঘানা হৈছে গ্ল’বেল চাউথৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ আৰু দেশখনে আফ্ৰিকান ইউনিয়ন আৰু পশ্চিম আফ্ৰিকাৰ দেশসমূহৰ অৰ্থনৈতিক সমাজত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আমাৰ ঐতিহাসিক সম্পৰ্কক অধিক গভীৰ কৰি তোলা আৰু বিনিয়োগ, শক্তি, স্বাস্থ্য, নিৰাপত্তা, সামৰ্থ্য গঠন তথা উন্নয়ন অংশীদাৰিত্বকে প্ৰমুখ্য কৰি সহযোগিতাৰ নতুন পথ মুকলিৰ লক্ষ্যৰে আলোচনাৰ বাবে মই আগ্ৰহী হৈ উঠিছোঁ। ঘানাৰ সংসদত ভাষণ প্ৰদান কাৰ্য্য সন্মানৰ কথা হ’ব।

পেৰাগুৱেৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

June 02nd, 03:00 pm

ভাৰতলৈ আপোনাক আৰু আপোনাৰ প্ৰতিনিধি দলটোক আমি অতি উষ্ম আদৰণি জনাইছো। পেৰাগুৱে দক্ষিণ আমেৰিকাৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ। আমাৰ ভৈগলিক অৱস্থিতি বেলেগ হ’ব পাৰে, কিন্তু আমি একে গণতান্ত্ৰিক মূল্যবোধৰেই অংশীদাৰ আৰু মানুহৰ কল্যাণৰ বিষয়ত গুৰুত্ব দিও।

India's journey over the past decade has been one of scale, speed and sustainability: PM Modi in Guyana

November 22nd, 03:02 am

PM Modi addressed the Indian community in Georgetown, Guyana, thanking President Dr. Irfaan Ali for the warm welcome and hospitality. He highlighted planting a tree as part of the Ek Ped Maa ke Naam initiative and received Guyana's highest national honor, dedicating it to 1.4 billion Indians and the Indo-Guyanese community. Reflecting on his earlier visit, he praised the enduring bond between India and Guyana.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গায়ানাৰ ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে

November 22nd, 03:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গায়ানাৰ জৰ্জটাউনত আয়োজিত এটা অনুষ্ঠানত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে। অনুষ্ঠানত গায়ানাৰ ৰাষ্ট্ৰপতি ড০ ইৰফান আলী, প্ৰধানমন্ত্ৰী মাৰ্ক ফিলিপছ, উপ-ৰাষ্ট্ৰপতি ভৰত জগদেও, প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ৰামোটাও উপস্থিত আছিল। সমবেত লোকসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীক ধন্যবাদ জ্ঞাপন কৰে আৰু দেশখনত উপস্থিত হোৱাৰ সময়ত তেওঁক বিশেষভাৱে আদৰণি জনোৱাৰ বাবে আনন্দ প্ৰকাশ কৰে। আতিথ্যৰ মনোভাৱ আমাৰ সংস্কৃতিৰ কেন্দ্ৰবিন্দু বুলি শ্ৰীমোদীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ভাৰত চৰকাৰৰ এজোপা গছ মাৰ নামত উদ্যমৰ অংশ হিচাপে তেওঁ ৰাষ্ট্ৰপতি আৰু আইতাকৰ সৈতে গছ ৰোপণ কৰে। এই মুহূৰ্তক আৱেগিক বুলি অভিহি কৰি শ্ৰীমোদীয়ে কয় যে এয়া তেওঁৰ বাবে চিৰস্মৰণীয় হৈ ৰব।

PM Modi meets with President of Suriname

November 21st, 10:57 pm

PM Modi met with President Chandrikapersad Santokhi of Suriname on the sidelines of the 2nd India-CARICOM Summit in Georgetown, Guyana. The two leaders reviewed the progress of ongoing bilateral initiatives and discussed enhancing cooperation in defense and security, trade, agriculture, digital initiatives, UPI, ICT, healthcare, pharmaceuticals, capacity building, culture, and people-to-people ties.

PM Modi meets with Prime Minister of Grenada

November 21st, 10:44 pm

PM Modi met with Prime Minister Dickon Mitchell of Grenada on the sidelines of the 2nd India-CARICOM Summit in Georgetown, Guyana. He congratulated PM Mitchell on assuming the Chairmanship of CARICOM and for leading the summit discussions. The two leaders discussed development cooperation in ICT, healthcare, capacity building, and climate change resiliency.

PM Modi meets with Prime Minister of Trinidad and Tobago

November 21st, 10:42 pm

PM Modi met with Prime Minister Dr. Keith Rowley of Trinidad & Tobago during the 2nd India-CARICOM Summit in Georgetown, Guyana. PM Modi congratulated Dr. Rowley on adopting India’s UPI platform and assured continued collaboration on digital transformation. He also praised Rowley for co-hosting the ICC T20 Men’s Cricket World Cup.

ডমিনিকাৰ প্ৰধানমন্ত্ৰীৰে সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

November 21st, 09:29 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুয়ানাৰ জৰ্জটাউনত অনুষ্ঠিত ‘দ্বিতীয় ভাৰত-কেৰিকম সন্মিলন’ৰ সময়ত ডমিনিকাৰ মহামহিম প্ৰধানমন্ত্ৰী শ্ৰী ৰুজভেল্ট স্কেৰিটৰ সৈতে মিলিত হয়।

প্ৰধানমন্ত্ৰীয়ে ছেইণ্ট লুচিয়াৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

November 21st, 10:13 am

দ্বিতীয় ভাৰত-কেৰিকম সন্মিলনৰ সুযোগতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ নৱেম্বৰত ছেইণ্ট লুছিয়াৰ প্ৰধানমন্ত্ৰী এইচ ই ফিলিপ জে পিয়েৰৰ সৈতে আলোচনাত মিলিত হয়।

প্ৰধানমন্ত্ৰীয়ে এণ্টিগুয়া আৰু বাৰ্বুডাৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

November 21st, 09:37 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ নৱেম্বৰত গায়ানাৰ জৰ্জটাউনত অনুষ্ঠিত দ্বিতীয় ভাৰত-কেৰিকম সন্মিলনৰ সুযোগতে এণ্টিগুয়া আৰু বাৰ্বুডাৰ প্ৰধানমন্ত্ৰী এইচ ই গেষ্টন ব্ৰাউনক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে বাহামাচৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

November 21st, 09:25 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ নৱেম্বৰত দ্বিতীয় ভাৰত-কেৰিকম সন্মিলনৰ সুযোগতে বাহামাচৰ প্ৰধানমন্ত্ৰী এইচ ই ফিলিপ ডেভিছক সাক্ষাৎ কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ মাজত এইখনেই আছিল প্ৰথমখন বৈঠক।

প্ৰধানমন্ত্ৰীয়ে বাৰ্বাডোছৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

November 21st, 09:13 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ নৱেম্বৰত গায়ানাৰ জৰ্জটাউনত অনুষ্ঠিত ভাৰত-কেৰিকম সন্মিলনৰ সুযোগতে বাৰ্বাডোছৰ প্ৰধানমন্ত্ৰী এইচ ই মিয়া আমোৰ মোটলীক সাক্ষাৎ কৰে। শীৰ্ষ পৰ্যায়ৰ এই সম্পৰ্কই দুয়োগৰাকী নেতাক ভাৰত আৰু বাৰ্বাডোছৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক পুনৰ নিশ্চিত কৰা আৰু শক্তিশালী কৰাৰ সুযোগ প্ৰদান কৰে।

প্ৰধানমন্ত্ৰীক ডমিনিকাৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা প্ৰদান

November 21st, 05:39 am

ডমিনিকাৰ কমনৱেলথৰ সভাপতি মহামান্য চিলভানি বাৰ্টনে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ নেতৃত্ব, কোভিড ১৯ মহামাৰীৰ সময়ত ডমিনিকাক সমৰ্থন আৰু ভাৰত আৰু ডমিনিকাৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত দায়বদ্ধতাৰ বাবে সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা - সন্মানীয় ডমিনিকা বঁটা প্ৰদান কৰে। ডমিনিকাৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত ৰুজভেল্ট স্কেৰিটো এই অনুষ্ঠানত উপস্থিত আছিল। গায়েনাৰ ৰাষ্ট্ৰপতি ড০ ইৰফান আলী, বাৰ্বাডোছৰ প্ৰধানমন্ত্ৰী, গ্ৰেনাডাৰ প্ৰধানমন্ত্ৰী মিয়া আমোৰ মটলী, ছেইণ্ট লুচিয়াৰ প্ৰধানমন্ত্ৰী ফিলিপ জে পিয়েৰ আৰু এণ্টিগুৱা আৰু বাৰ্বুডাৰ প্ৰধানমন্ত্ৰী গেষ্টন ব্ৰাউনো বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে।