ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
February 21st, 12:30 pm
বিগত বৰ্ষত ব্ৰাজিলত আপোনালোকে যি আন্তৰিকতা আৰু ভব্যতাৰে সৈতে মোক আদৰণি জনাইছিল, আজি সেই একে আৱেগৰ সৈতে মই আপোনালোকক ভাৰতলৈ অভিনন্দন জনাইছো। এয়া মোৰ বাবে বিশেষ সন্তুষ্টিৰ কথা। ভাৰত আৰু ব্ৰাজিলৰ সম্পৰ্ক দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰপতি লুলাৰ দূৰদৰ্শীতা আৰু প্ৰেৰণাদায়ক নেতৃত্বৰ দ্বাৰা উপকৃত হৈছে।PM Narendra Modi receives a telephone call from the President of Brazil
January 22nd, 09:43 pm
Prime Minister Shri Narendra Modi received a telephone call today from the President of the Federative Republic of Brazil, His Excellency Mr. Luiz Inácio Lula da Silva.প্ৰধানমন্ত্ৰীক ব্ৰাজিলৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান ‘দা গ্ৰেণ্ড কলৰ অৱ দা নেচনেল অৰ্ডাৰ অব দা ছাউডাৰ্ন ক্ৰছ’ প্ৰদান
July 09th, 12:58 am
ব্ৰাজিলৰ ৰাষ্ট্ৰপতি মহামান্য লুইজ ইনাচিঅ' লুলা ডা ছিলভাই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ব্ৰাজিলৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান 'দা গ্ৰেণ্ড ক'লৰ অৱ দা নেচনেল অৰ্ডাৰ অৱ দা ছাউডাৰ্ন ক্ৰছ' প্ৰদান কৰে।ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ
July 08th, 08:30 pm
ৰিঅ’ আৰু ব্ৰাজিলিয়াত উষ্ম আদৰণি জনোৱাৰ বাবে মই মোৰ বন্ধু ৰাষ্ট্ৰপতি লুলাক আন্তৰিকতাৰে ধন্যবাদ জনাইছো। আমাজনৰ সৌন্দৰ্য আৰু আপোনালোকৰ সৌৰ্হাদ্যই আমাক সঁচাকৈয়ে স্পৰ্শ কৰিছে।