অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যৌথ প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

July 09th, 11:15 am

আমাৰ এই সাদৃশ্যসমূহ আৰু আমাৰ উমৈহতীয়া বিশ্বদৃষ্টিভংগীয়ে আমাক গভীৰ পাৰস্পৰিক বিশ্বাসেৰে নিৰন্তৰ আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে। আমাৰ ব্যাপক কৌশলগত অংশীদাৰিত্বই যোৱা কেইবছৰমানৰ ভিতৰত অভূতপূৰ্ব প্ৰগতি লাভ কৰিছে। আৰু আজিৰ তৃতীয় বাৰ্ষিক সন্মিলনৰ জৰিয়তে আমাৰ সহযোগিতাত বহু নতুন মাত্ৰা যোগ হৈছে।

Australia-India Partnership on Cyber, Critical Technologies and Supply Chains (PACTS)

July 09th, 11:04 am

PM Modi and Australian Prime Minister Anthony Albanese launched the Australia-India Partnership on Cyber, Critical Technologies and Supply Chains (PACTS), paving the way for closer cooperation in cybersecurity, critical technologies, resilient supply chains, digital resilience and defence research collaboration

ফলাফলৰ তালিকা : অষ্ট্ৰিয়াৰ ফেডাৰেল চেন্সেলৰ ড° খ্ৰীষ্টিয়ান ষ্টোকাৰৰ ভাৰত ভ্ৰমণ

April 16th, 03:01 pm

এই চুক্তিয়ে দুয়োখন দেশৰ চলচ্চিত্ৰ উদ্যোগৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে এক পৰিকাঠামো প্ৰদান কৰিব আৰু যুটীয়াভাৱে চলচ্চিত্ৰ নিৰ্মাণ, সৃষ্টিশীল বিনিময় আৰু অধিক সাংস্কৃতিক সংযোগৰ সুবিধা প্ৰদান কৰিব।

অষ্ট্ৰিয়াৰ চেন্সেলৰৰ সৈতে প্ৰধানমন্ত্ৰীৰ যুটীয়া সংবাদ বিবৃতি

April 16th, 11:55 am

আন্তঃগাঁথনি, উদ্ভাৱন তথা বহনক্ষমতাৰ ক্ষেত্ৰত ভাৰত আৰু অষ্ট্ৰিয়া নিৰ্ভৰযোগ্য অংশীদাৰ হৈ আহিছে। দিল্লী মেট্ৰোৱে হওক বা হিমালয়ৰ ১০,০০০ ফুট উচ্চতাত নিৰ্মিত অটল সুৰংগই হওক, অষ্ট্ৰিয়াৰ সুৰংগ নিৰ্মাণৰ কাৰুকাৰ্যই এক গভীৰ ছাপ পেলাইছে।

অষ্ট্ৰিয়াৰ ফেডাৰেল চেঞ্চেলৰ হিচাপে শপত গ্ৰহণ কৰা মাননীয় শ্ৰীযুত খ্ৰীষ্টিয়ান ষ্টকাৰক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

March 04th, 11:47 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অষ্ট্ৰিয়াৰ ফেডাৰেল চেঞ্চেলৰ হিচাপে শপত গ্ৰহণ কৰা মাননীয় শ্ৰীযুত খ্ৰীষ্টিয়ান ষ্টকাৰক অভিনন্দন জনাইছে। তেওঁ কয় যে ভাৰত-অষ্ট্ৰিয়াৰ উন্নত অংশীদাৰীত্বই অনাগত বছৰবোৰত স্থিৰ অগ্ৰগতি লাভ কৰিবলৈ সাজু হৈছে।

অষ্ট্ৰিয়াৰ ভিয়েনাত ভাৰতীয় সসমাজক সম্বোধি প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

July 10th, 11:00 pm

তেন্তে মই আৰম্ভ কৰো নে? অষ্ট্ৰিয়াৰ মহামান্য অৰ্থনীতি আৰু শ্ৰম দপ্তৰৰ মন্ত্ৰী মহোদয়, প্ৰবাসী ভাৰতীয় সমাজৰ মোৰ বন্ধুসকল, ভাৰতৰ সকলো বন্ধু আৰু শুভাকাংক্ষীসকল, আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ।

প্ৰধানমন্ত্ৰীয়ে অষ্ট্ৰিয়াত ভাৰতীয় সমুদায়ক সম্বোধন কৰে

July 10th, 10:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিয়েনাত প্ৰবাসী ভাৰতীয়ই তেওঁৰ সন্মানত আয়োজন কৰা এক অনুষ্ঠানত ভাৰতীয় সমুদায়ক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীৰ আগমনত প্ৰবাসী ভাৰতীয় সমুদায়ে তেওঁক অতি উৎসাহ আৰু মৰমেৰে আদৰণি জনায়। অষ্ট্ৰিয়াৰ ফেডাৰেল শ্ৰম আৰু অৰ্থনীতি মন্ত্ৰী মহামহিম শ্ৰী মাৰ্টিন কোচাৰেও এই সামুদায়িক সভাত অংশগ্ৰহণ কৰে।

অষ্ট্ৰিয়া-ভাৰত মুখ্য কাৰ্যবাহীসকলৰ বৈঠকত প্ৰধানমন্ত্ৰীৰ ভাষণ

July 10th, 07:01 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাৰ্ল নেহামাৰে আজি আন্তঃগাঁথনি, অটোম’বাইল, শক্তি, অভিযান্ত্ৰিক আৰু ষ্টাৰ্ট-আপকে ধৰি বিভিন্ন খণ্ডৰ আগশাৰীৰ অষ্ট্ৰিয়া আৰু ভাৰতীয় মুখ্য কাৰ্যবাহী বিষয়াৰ এটা দলক যুটীয়াভাৱে সম্বোধন কৰে।