ভাৰত-ফ্ৰান্স উদ্ভাৱনী পৰিকল্পনা ২০৩০
June 15th, 05:42 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৱে দ্বিপাক্ষিক সম্পৰ্কক বিশেষ গোলকীয় কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰে আৰু কৃত্ৰিম বুদ্ধিমত্তা, উদ্ভাৱন, গৱেষণা, প্ৰযুক্তি, ডিজিটেল প্ৰযুক্তি আৰু চাইবাৰ ক্ষেত্ৰ, স্বাস্থ্য, সংস্কৃতি, অৰ্থনীতি, শৈক্ষিক সংযোগ আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ দৰে খণ্ডসমূহত সম্প্ৰসাৰিত আৰু বহুপাক্ষিক সহযোগিতাৰ আহ্বান জনাই যুটীয়াভাৱে ভাৰত-ফ্ৰান্স উদ্ভাৱন বৰ্ষ ২০২৬ উদ্বোধন কৰে।প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত ইণ্ডিয়া এআই ইম্পেক্ট এক্সপ’, ২০২৬ উদ্বোধন কৰে
February 16th, 08:47 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীস্থিত ভাৰত মণ্ডপমত ইণ্ডিয়া এআই ইম্পেক্ট এক্সপ’, ২০২৬ উদ্বোধন কৰে।১৬ ফেব্ৰুৱাৰীত ইণ্ডিয়া এ আই ইমপেক্ট এক্সপ’ ২০২৬ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
February 15th, 02:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ বৰ্ষৰ ১৬ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৫ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰত এ আই ইমপেক্ট এক্সপ’ ২০২৬ উদ্বোধন কৰিব।