'Vande Mataram' rekindled an idea deeply rooted in India for thousands of years: PM Modi in Lok Sabha
December 08th, 12:30 pm
During the special discussion on 150 years of Vande Mataram in the Lok Sabha, PM Modi said that the discussion serves as a source of education for future generations. He called upon all to move forward together to fulfil the dreams envisioned by the freedom fighters, making Vande Mataram at 150 the source of inspiration and energy for all. The PM reaffirmed the resolve to build a self-reliant nation and achieve the vision of a developed India by 2047.PM Modi addresses the special discussion on 150 years of the National Song, Vande Mataram in Lok Sabha
December 08th, 12:00 pm
During the special discussion on 150 years of Vande Mataram in the Lok Sabha, PM Modi said that the discussion serves as a source of education for future generations. He called upon all to move forward together to fulfil the dreams envisioned by the freedom fighters, making Vande Mataram at 150 the source of inspiration and energy for all. The PM reaffirmed the resolve to build a self-reliant nation and achieve the vision of a developed India by 2047.জি এছ টি হাৰ কৰ্তন আৰু সংস্কাৰৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱত অনুমোদন; জি এছ টি পৰিষদক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয়, এই ব্যৱস্থাসমূহে সাধাৰণ জনতা, কৃষক, এম এছ এম ই, মধ্যবিত্ত শ্ৰেণী, মহিলা, আৰু যুৱক-যুৱতীসকলৰ বাবে সকাহ আৰু সুবিধা কঢ়িয়াই আনিব
September 03rd, 11:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ প্ৰকাশ কৰে যে কেন্দ্ৰীয় আৰু ৰাজ্য দুয়োটাকে সামৰি লোৱা জি এছ টি পৰিষদে একেলগে জি এছ টিৰ হাৰ কৰ্তন আৰু সংস্কাৰৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱত অনুমোদন জনাইছে। তেওঁ কয় যে এই পদক্ষেপসমূহে সাধাৰণ ৰাইজ, কৃষক, এম এছ এম ই, মধ্যবিত্ত শ্ৰেণী, মহিলা, আৰু যুৱক-যুৱতীসকলক সহায় কৰিব। শ্ৰী মোদীয়ে লগতে কয় যে এই সংস্কাৰে মানুহৰ জীৱন সহজ কৰি তুলিব আৰু বিশেষকৈ ক্ষুদ্ৰ ব্যৱসায়ী আৰু ব্যৱসায়ীসকলৰ বাবে সহজ ব্যৱসায় কৰাত সহায় কৰিব।আহমেদাবাদৰ কন্যা ছাত্ৰালয়ৰ চৰ্দাৰধাম দ্বিতীয় পৰ্যায়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 24th, 10:39 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সতীৰ্থসকল, গুজৰাট চৰকাৰৰ মন্ত্ৰীবৰ্গ, ইয়াত উপৱিস্ত সাংসদ, বিধায়ক, চৰ্দাৰধামৰ মুৰব্বী শ্ৰী গগজী ভাই, ন্যাসৰক্ষী ভি. পেটেল, দিলীপভাই, অন্যান্য গণ্যমান্য ব্যক্তি আৰু মোৰ মৰমৰ ভাই-ভনীসকল, বিশেষকৈ মোৰ মৰমৰ কন্যাসকল।আহমেদাবাদৰ কন্যা ছাত্ৰালয়ৰ চৰ্দাৰধাম দ্বিতীয় পৰ্যায়ৰ কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ অসমীয়া অনুবাদ
August 24th, 10:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে গুজৰাটৰ আহমেদাবাদত কন্যা ছাত্ৰালয়ৰ চৰ্দাৰধাম দ্বিতীয় পৰ্যায়ৰ কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ দিয়ে। তেওঁ চৰ্দাৰধাম নামটোক ইয়াৰ প্ৰতিনিধিত্ব কৰা কামৰ দৰেই পবিত্ৰ বুলি অভিহিত কৰাৰ লগতে কন্যাৰ সেৱা আৰু শিক্ষাৰ বাবে বিশেষভাৱে উৎসৰ্গিত ছাত্ৰীনিবাসৰ উদ্বোধনী অনুষ্ঠানৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই ছাত্ৰীনিবাসত থকা ছাত্ৰীসকলে দুচকুত ডাঙৰ ডাঙৰ সপোন আৰু আকাংক্ষা কঢ়ুিয়াব, আৰু সেইবোৰক বাস্তৱায়িত কৰাৰ বাবে তেওঁলোকক যথেষ্ট সুযোগ প্ৰদান কৰা হ’ব। এই ছাত্ৰীসকলে এবাৰ আত্মনিৰ্ভৰশীল আৰু সক্ষম হ’লেই তেওঁলোকে কেৱল জাতি গঠনত অৰিহণা যোগোৱাই নহয়, পৰিয়ালকো সবলীকৰণ কৰিব বুলিও তেওঁ উল্লেখ কৰে। সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি শ্ৰী মোদীয়ে এই পদক্ষেপৰ দ্বাৰা উপকৃত হোৱা সকলো কন্যা সন্তানৰ লগতে তেওঁলোকৰ পৰিয়াললৈও উজ্জ্বল আৰু সমৃদ্ধিশালী ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।We are moving ahead with the goal of a quantum jump, not just incremental change: PM Modi
August 23rd, 10:10 pm
In his address at the Economic Times World Leaders Forum, PM Modi highlighted that India is currently the fastest-growing major economy in the world and poised to become the third-largest economy. He affirmed that India built Made-in-India 5G and deployed it across the country quickly. He highlighted major reforms from the Monsoon Session—modernized laws for mining, shipping and ports, and the launch of the National Sports Policy—Khelo Bharat Niti.নতুন দিল্লীত অনুষ্ঠিত ইকনমিক টাইমছ ৱৰ্ল্ড লীডাৰ্ছ ফ’ৰামত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
August 23rd, 05:43 pm
আজি নতুন দিল্লীত অনুষ্ঠিত হোৱা ইকনমিক টাইমছ ৱৰ্ল্ড লীডাৰ্ছ ফ’ৰামত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰে। অনুষ্ঠানত উপস্থিত থকা সকলো বিশিষ্ট অতিথিক আদৰণি জনাই তেওঁ কয় যে এই লীডাৰ্ছ ফ’ৰাম মঞ্চৰ সময় “অতি নিখুঁত।” শ্ৰী মোদীয়ে এই সময়োপযোগী পদক্ষেপৰ বাবে আয়োজকসকলক প্ৰশংসা কৰে। তেওঁ উল্লেখ কৰে যে মাত্ৰ যোৱা সপ্তাহত তেওঁ লালকিল্লাৰ পৰা পৰৱৰ্তী প্ৰজন্মৰ বা আধুনিক সংস্কাৰৰ বিষয়ে মন্তব্য কৰিছিল, আৰু এই মঞ্চই এতিয়া সেই দৃষ্টিভংগীৰ বাবে শক্তিবৰ্ধক হিচাপে কাম কৰি আছে।শুভাংশু শুক্লাৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ ইংৰাজীৰ পৰা অনুবাদ
August 19th, 09:43 am
তাতোকৈ ভাল, মহাশয়। কিন্তু এবাৰ আমি তাত গৈ পোৱাৰ পিছত কেইবাটাও পৰিবৰ্তন ঘটে। উদাহৰণস্বৰূপে, হৃদস্পন্দন কমি যায়। এই পৰিবৰ্তনবোৰ ঘটে, কিন্তু চাৰিৰ পৰা পাঁচ দিনৰ ভিতৰত শৰীৰটোৱে ইয়াৰ সৈতে অভ্যস্ত হৈ পৰে আৰু আপুনি তাত স্বাভাৱিক হৈ পৰে। আৰু যেতিয়া আপুনি ঘূৰি আহে, তেতিয়া আকৌ একে পৰিবৰ্তনবোৰ ঘটে। আপুনি যিমানেই সুস্থ নহওক কিয়, ঘূৰি অহাৰ লগে লগে আপুনি তৎক্ষণাৎ খোজ কাঢ়িব নোৱাৰে। ব্যক্তিগতভাৱে মই অসুস্থ অনুভৱ কৰা নাছিলো, মই ভালে আছিলো, তথাপিও যেতিয়া মই মোৰ প্ৰথম খোজটো দিছিলো, মোৰ পৰি যোৱাৰ উপক্ৰম হৈছিল আৰু মানুহে মোক ধৰি ৰাখিব লগা হৈছিল। তাৰ পিছত দ্বিতীয় আৰু তৃতীয় খোজ। যদিও মনটোৱে জানে যে খোজকাঢ়িব লাগিব, মগজুৱে বুজিবলৈ সময় লয় এইটো এটা নতুন পৰিবেশ বুলি।মহাকাশচাৰী শুভাংশু শুক্লাৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ
August 19th, 09:42 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত মহাকাশচাৰী শুভাংশু শুক্লাৰ সৈতে মত বিনিময় কৰে। মহাকাশ ভ্ৰমণৰ পৰিবৰ্তনশীল অভিজ্ঞতাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এনে এক গুৰুত্বপূৰ্ণ যাত্ৰা কৰাৰ পিছত মানুহে নিশ্চয় এক পৰিবৰ্তন অনুভৱ কৰে আৰু তেওঁ মহাকাশচাৰীসকলে এই পৰিবৰ্তন কেনেদৰে অনুভৱ কৰে সেই বিষয়ে বুজিবলৈ চেষ্টা কৰে। প্ৰধানমন্ত্ৰীৰ উত্তৰত শুভাংশু শুক্লাই কয় যে মাধ্যাকৰ্ষণৰ অনুপস্থিতি এটা অন্যতম কাৰক হোৱাৰ পৰিপ্ৰেক্ষিতত মহাকাশৰ পৰিবেশ যথেষ্ট পৃথক।ইউইআৰ-II আৰু দ্বাৰকা এক্সপ্ৰেছৱেৰ দিল্লী অংশৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 17th, 12:45 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী নীতিন গাডকাৰী জি, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং ছাইনীজী, দিল্লীৰ উপ-ৰাজ্যপাল বিনয় ছাক্সেনাজী, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাজী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী অজয় তামতাজী, হৰ্ষ মালহোত্ৰা জী, দিল্লী আৰু হাৰিয়ানাৰ সাংসদ, উপস্থিত মন্ত্ৰীসকল, অন্যান্য জনপ্ৰতিনিধি আৰু মোৰ মৰমৰ ভাই-ভনীসকল,১১,০০০ কোটি টকা ব্যয়সাপেক্ষ দুটা বৃহৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
August 17th, 12:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ ৰোহিনীত প্ৰায় ১১,০০০ কোটি টকাৰ মুঠ ব্যয় সাপেক্ষ দুটা বৃহৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন কৰে। এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে স্থানৰ তাৎপৰ্য্যৰ ওপৰত মন্তব্য কৰি কয় যে এক্সপ্ৰেছৱেৰ নাম “দ্বাৰকা,” আৰু কাৰ্যসূচী “ৰোহিনী”ত অনুষ্ঠিত হৈছে। জন্মাষ্টমীৰ উৎসৱমুখৰ পৰিৱেশৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে নিজেই দ্বাৰকাধীশ দেশৰ বুলি কাকতলীয়া কথাটো উনুকিয়ায়। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ সমগ্ৰ পৰিৱেশটো ভগৱান শ্ৰীকৃষ্ণৰ সত্তাৰে গভীৰভাৱে সংপৃক্ত হৈছে।PM thanks World Leaders for their greetings on 79th Independence Day
August 15th, 07:26 pm
The Prime Minister, Shri Narendra Modi, thanked World Leaders for their greetings and wishes on the 79th Independence Day.কৃষকলৈ প্ৰধানমন্ত্ৰী মোদীৰ স্বাধীনতা দিৱসৰ শ্ৰদ্ধাঞ্জলিঃ ভাৰতৰ মেৰুদণ্ড
August 15th, 12:02 pm
৭৯সংখ্যক স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ কৃষকসকলক নিৰ্ভৰশীলতাৰ পৰা আত্মনিৰ্ভৰশীল দেশৰ যাত্ৰাৰ মেৰুদণ্ড বুলি অভিহিত কৰি আৱেগিক শ্ৰদ্ধাঞ্জলি জনায়। তেওঁ স্মৰণ কৰে যে ঔপনিৱেশিক শাসনে দেশখনক কেনেকৈ দৰিদ্ৰ কৰি তুলিছিল, কিন্তু কৃষকৰ অক্লান্ত প্ৰচেষ্টাই ভাৰতৰ শস্যৰ ভঁৰাল ভৰাই জাতিৰ খাদ্য সাৰ্বভৌমত্ব নিশ্চিত কৰিছিল। তেওঁৰ ভাষণত ভাৰতীয় কৃষিৰ ভৱিষ্যতৰ বাবে এক স্পষ্ট ৰোডমেপৰ সৈতে আন্তৰিক কৃতজ্ঞতাৰ সংমিশ্ৰণ ঘটায়।প্ৰধানমন্ত্ৰী মোদীৰ ৭৯সংখ্যক স্বাধীনতা দিৱসৰ ভাষণঃ ২০৪৭ৰ ভিতৰত এখন বিকশিত ভাৰতৰ বাবে এক সপোন
August 15th, 11:58 am
৭৯সংখ্যক স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী মোদীয়ে লালকিল্লাৰ পৰা ১০৩ মিনিটৰ আটাইতকৈ দীঘলীয়া আৰু নিৰ্ণায়ক ভাষণ প্ৰদান কৰি ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ বাবে এক সাহসী ৰোডমেপ প্ৰদান কৰে।আত্মনিৰ্ভৰশীলতা, উদ্ভাৱন আৰু নাগৰিক সবলীকৰণৰ ওপৰত কঠোৰ মনোনিৱেশ কৰি প্ৰধানমন্ত্ৰীয়ে আনৰ ওপৰত নিৰ্ভৰশীল ৰাষ্ট্ৰৰ পৰা বৈশ্বিক আত্মবিশ্বাসী, প্ৰযুক্তিগতভাৱে উন্নত আৰু অৰ্থনৈতিকভাৱে সুস্থিৰ দেশ গঢ়াত গুৰুত্ব প্ৰদান কৰে।Glimpses from 79th Independence Day at Red Fort in Delhi
August 15th, 11:02 am
On the 79th Independence Day, PM Modi, in his address, paid tribute to the Constituent Assembly, freedom fighters, and Constitution makers. He highlighted key initiatives—GST reforms, Pradhan Mantri Viksit Bharat Rozgar Yojana, National Sports Policy, and Sudharshan Chakra Mission—aimed at achieving a Viksit Bharat by 2047.স্বাধীনতা দিৱসৰ ভাষণৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰধান ঘোষণা সমূহ
August 15th, 10:32 am
ভাৰতৰ প্ৰথমটো অৰ্ধপৰিবাহী চিপ নিৰ্মাণৰ পৰা আৰম্ভ কৰি জেট ইঞ্জিন নিৰ্মাণলৈকে, দহগুণ পাৰমাণৱিক সম্প্ৰসাৰণৰ পৰা ১ লাখ কোটি টকা যুৱ নিয়োগৰ উদগনিলৈকে, তেওঁৰ বাৰ্তা আছিল স্পষ্ট: ভাৰতে নিজৰ ভাগ্য নিৰ্ধাৰণ কৰিব, নিজৰ চৰ্ত নিৰ্ধাৰণ কৰিব আৰু ২০৪৭ চনৰ ভিতৰত এখন উন্নত ৰাষ্ট্ৰ হোৱাৰ লক্ষ্য ল’ব।৭৯সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
August 15th, 06:44 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৭৯সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশবাসীক শুভেচ্ছা জনাইছে।৭৯সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতিৰ ভাষণত আমাৰ দেশৰ সামগ্ৰিক অগ্ৰগতি আৰু আগন্তুক সুযোগসমূহৰ ওপৰত আলোকপাত কৰা হৈছে: প্ৰধানমন্ত্ৰী
August 14th, 08:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৯সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আবঢ়োৱা চিন্তাকৰ্ষক ভাষণ শ্বেয়াৰ কৰে। তেওঁ কয় যে এই ভাষণত আমাৰ দেশৰ সামগ্ৰিক অগ্ৰগতি আৰু আগন্তুক সুযোগসমূহৰ ওপৰত আলোকপাত কৰা হৈছে আৰু প্ৰতিজন নাগৰিকক ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত অৰিহণা যোগাবলৈ আহ্বান জনোৱা হৈছে।উজবেকিস্তানৰ ৰাষ্ট্ৰপতিৰে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ
August 12th, 07:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্ৰীযুত শ্বাভকট মিৰ্জিঅ’য়েভৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়।নতুন দিল্লীৰ কৰ্তব্য পথত কৰ্তব্য ভৱনৰ উদ্বোধনী কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 06th, 07:00 pm
বিপ্লৱৰ মাহ আগষ্ট মাহত, আৰু ১৫ আগষ্টৰ আগৰ এই ঐতিহাসিক উপলক্ষে, আমি ইটোৰ পিছত সিটো আধুনিক ভাৰতৰ নিৰ্মাণৰ সৈতে জড়িত কৃতিত্বৰ সাক্ষী হৈ আছোঁ। ইয়াত ৰাজধানী দিল্লীতে কাৰ্তব্য পথ, দেশৰ নতুন সংসদ ভৱন, নতুন প্ৰতিৰক্ষা ভৱন, ভাৰত মণ্ডপম, যশোভূমী, শ্বহীদসকলৰ প্ৰতি উৎসৰ্গিত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক, নেতাজী সুভাষ বাবুৰ প্ৰতিমূৰ্তি আৰু এতিয়া এই কাৰ্তব্য ভৱন। এইবোৰ কেৱল কিছুমান নতুন অট্টালিকা আৰু সাধাৰণ আন্তঃগাঁথনি নহয়, অমৃতকালত এই অট্টালিকাসমূহত বিকশিত ভাৰতৰ নীতি নিৰ্ধাৰণ কৰা হ’ব, বিকশিত ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ’ব, আগন্তুক দশকত ইয়াৰ পৰাই ৰাষ্ট্ৰৰ দিশ নিৰ্ণয় হ’ব। মই আপোনালোক সকলোকে আৰু সকলো দেশবাসীক কৰ্তব্য ভৱনৰ বাবে অভিনন্দন জনাইছোঁ। মই ইয়াৰ নিৰ্মাণৰ সৈতে জড়িত সকলো অভিযন্তা আৰু সকলো শ্ৰমিক সহকৰ্মীকো আজি এই মঞ্চৰ পৰা ধন্যবাদ জনাইছোঁ।