জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ১৫ নৱেম্বৰত প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ কৰিব গুজৰাটৰ নৰ্মদা জিলা

November 14th, 11:41 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ নৱেম্বৰত গুজৰাট ভ্ৰমণ কৰিব। তেওঁ দিনৰ ১২.৪৫ বজাৰ আশে-পাশে নৰ্মদা জিলাৰ দেৱমোগ্ৰা মন্দিৰ দৰ্শন কৰাৰ লগতে পূজা-অৰ্চনা কৰিব। তাৰ পাছত, দুপৰীয়া প্ৰায় ২.৪৫ বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে নৰ্মদা জিলাৰ ডেডিয়াপাড়া ভ্ৰমণ কৰিব আৰু ধৰতী আৱা ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী উদযাপন উপলক্ষে আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই উপলক্ষে তেওঁ ৯,৭০০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ লগতে সমাৱেশত ভাষণ আগবঢ়াব।

Manipur is the crown jewel adorning the crest of Mother India: PM Modi in Imphal

September 13th, 02:45 pm

At the inauguration of projects worth over ₹1,200 crore in Imphal, PM Modi said a new phase of infrastructure growth has begun in Manipur. He noted that women empowerment is a key pillar of India’s development and Atmanirbhar Bharat, a spirit visible in the state. The PM affirmed his government’s commitment to peace and stability, stressing that return to a normal life is the top priority. He urged Manipur to stay firmly on the path of peace and progress.

PM Modi inaugurates multiple development projects worth over Rs 1,200 crore at Imphal, Manipur

September 13th, 02:30 pm

At the inauguration of projects worth over ₹1,200 crore in Imphal, PM Modi said a new phase of infrastructure growth has begun in Manipur. He noted that women empowerment is a key pillar of India’s development and Atmanirbhar Bharat, a spirit visible in the state. The PM affirmed his government’s commitment to peace and stability, stressing that return to a normal life is the top priority. He urged Manipur to stay firmly on the path of peace and progress.

মণিপুৰৰ চুৰাচান্দপুৰত একাধিক উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

September 13th, 12:45 pm

ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়! মঞ্চত উপৱিষ্ট ৰাজ্যপাল শ্ৰী অজয় ​​ভাল্লা ডাঙৰীয়া, ৰাজ্য প্ৰশাসনৰ আন-আন বিষয়াবৰ্গ আৰু মোৰ সন্মুখত উপস্থিত মণিপুৰৰ মোৰ ভাই-ভনীসকল। আপোনালোক আটাইকে নমস্কাৰ জনালোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ চুৰাচান্দপুৰত ৭,৩০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে

September 13th, 12:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰৰ চুৰাচান্দপুৰত ৭,৩০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে মণিপুৰ সাহস আৰু দৃঢ়তাৰ ভূমি বুলি উল্লেখেৰে মণিপুৰৰ শাৰী-শাৰী পাহাৰসমূহ প্ৰকৃতিৰ এক অমূল্য উপহাৰ বুলি কয়। তেখেতে আৰু কয় যে এই পাহাৰসমূহ ইয়াৰ জনসাধাৰণৰ অক্লান্ত কঠোৰ পৰিশ্ৰমৰ প্ৰতীকো। তেখেতে মণিপুৰবাসীৰ মনোভাৱক প্ৰণাম জনাই সভাস্থলীলৈ ভালে সংখ্যক লোক অহাৰ বাবে তেওঁলোকক কৃতজ্ঞতা জ্ঞাপনৰ লগতে তেওঁলোকৰ এনে স্নেহৰ বাবে ধন্যবাদ জনায়।

প্ৰধানমন্ত্ৰীয়ে ১৩ৰ পৰা ১৫ ছেপ্টেম্বৰলৈ মিজোৰাম, মণিপুৰ, অসম, পশ্চিম বংগ আৰু বিহাৰ ভ্ৰমণ কৰিব

September 12th, 02:12 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৩ৰ পৰা ১৫ ছেপ্টেম্বৰলৈ মিজোৰাম, মণিপুৰ, অসম, পশ্চিমবংগ আৰু বিহাৰ ভ্ৰমণ কৰিব।

‘আইএনএছ ইম্ফল’ নৌসেনাত নিয়োজিত হোৱাৰ মুহূৰ্তটো ভাৰতৰ বাবে গৌৰৱান্বিত হোৱাৰ মুহূৰ্ত: প্ৰধানমন্ত্ৰী

December 26th, 11:04 pm

ভাৰতীয় নৌসেনাত ‘আইএনএছ ইম্ফল’ নিয়োজিত হোৱাৰ বাবে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গৌৰৱবোধ কৰে।

মণিপুৰৰ ইম্ফলত ৰাজ্য/ৰাজ্যিক শাসিত অঞ্চলৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীসকলৰ ‘চিন্তন শিবিৰ’ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

April 24th, 10:10 am

কাৰ্যসূচীত অংশগ্ৰহণ কৰা মোৰ কেবিনেট সহকৰ্মী অনুৰাগ ঠাকুৰজী, সকলো ৰাজ্যৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীসকল, অন্যান্য গণ্যমান্য ব্যক্তি, ভদ্ৰমহিলা আৰু ভদ্ৰলোকসকল,

মণিপুৰৰ ইম্ফলত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীসকলৰ ‘চিন্তন শিৱিৰ’ত ভাষণ প্ৰদান প্ৰধানমন্ত্ৰীৰ

April 24th, 10:05 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰৰ ইম্ফলত ভিডিঅ’ কনফাৰেন্সযোগে যুৱ পৰিক্ৰমা আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীসকলৰ ‘চিন্তন শিবিৰ’ সম্বোধন কৰে।

All-round development of Manipur is the priority of BJP: PM Modi

March 01st, 11:36 am

Prime Minister Narendra Modi today addressed a virtual public meeting in Manipur. PM Modi started his address by bestowing honour upon the noted personalities who have shaped and glorified Manipur. PM Modi further told people that the whole country was watching how Manipur is voting for development in the first phase of elections.

PM Modi addresses a virtual public meeting in Manipur

March 01st, 11:31 am

Prime Minister Narendra Modi today addressed a virtual public meeting in Manipur. PM Modi started his address by bestowing honour upon the noted personalities who have shaped and glorified Manipur. PM Modi further told people that the whole country was watching how Manipur is voting for development in the first phase of elections.

Manipur is becoming the gateway to trade with the rest of East Asia: PM Modi in Imphal

February 22nd, 10:45 am

Prime Minister Narendra Modi today addressed a public meeting in Imphal, Manipur. PM Modi started his address by highlighting that Manipur has completed 50 years of its establishment in the past month only. PM Modi said, “In the decades of Congress rule, Manipur only got inequality and unbalanced development. But in the last five years, the Double Engine Sarkar of BJP has made sincere efforts for the development of Manipur.”

PM Modi addresses a public meeting in Imphal, Manipur

February 22nd, 10:41 am

Prime Minister Narendra Modi today addressed a public meeting in Imphal, Manipur. PM Modi started his address by highlighting that Manipur has completed 50 years of its establishment in the past month only. PM Modi said, “In the decades of Congress rule, Manipur only got inequality and unbalanced development. But in the last five years, the Double Engine Sarkar of BJP has made sincere efforts for the development of Manipur.”

Double Engine Sarkar is the one for the poor, the farmers and the youth: PM Modi

February 20th, 01:41 pm

Prime Minister Narendra Modi today addressed public meetings in Hardoi and Unnao, Uttar Pradesh. Addressing his first rally in Hardoi, PM Modi appreciated the enthusiasm of the people and highlighted the connection, the people of Hardoi have with the festival of Holi, “I know, this time the people of Hardoi, the people of UP are preparing to play Holi with colours twice.”

PM Modi addresses public meetings in Hardoi and Unnao, Uttar Pradesh

February 20th, 01:30 pm

Prime Minister Narendra Modi today addressed public meetings in Hardoi and Unnao, Uttar Pradesh. Addressing his first rally in Hardoi, PM Modi appreciated the enthusiasm of the people and highlighted the connection, the people of Hardoi have with the festival of Holi, “I know, this time the people of Hardoi, the people of UP are preparing to play Holi with colours twice.”

মণিপুৰ ৰাজ্য ঘোষণাৰ ৫০বৰ্ষপূৰ্তি দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণ

January 21st, 10:30 am

ৰাজ্য ঘোষণাৰ ৫০ সংখ্যক বৰ্ষ-পূৰ্তি উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰৰ ৰাইজক অভিনন্দন জ্ঞাপন কৰে। এই উপলক্ষে দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ গৌৰৱময় যাত্ৰাত অৰিহণা আগবঢ়োৱা প্ৰতিগৰাকী ব্যক্তিৰ ত্যাগ আৰু প্ৰয়াসৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। তেওঁ ইতিহাসৰ উথ্থান-পতনৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত মণিপুৰী ৰাইজে দেখুওৱা দৃঢ়তা আৰু একতাক তেওঁলোকৰ প্ৰকৃত শক্তি বুলি অভিহিত কৰে। ৰাজ্যখনৰ জনতাৰ আশা-আকাংক্ষাসমূহৰ বুজ নিজাববীয়াকৈ লোৱাৰ প্ৰয়াস অব্যাহত ৰখাৰ কথা দোহাৰে আৰু ইয়াৰ জৰিয়তে তেওঁলোকৰ অনুভৱ আৰু আশাবোৰ হৃদয়ংগম কৰাৰ লগতে ৰাজ্যখনৰ সমস্যাৱলী সমাধানৰ কৰাৰ পথ নিৰ্ণয় কৰাত সহায়ক হ’ব তেওঁ বুলি মন্তব্য কৰে। মণিপুৰী ৰাইজে শান্তিৰ বাবে কৰি অহা প্ৰত্যাশা পূৰণ কৰিবলৈ সক্ষম হোৱাত তেওঁ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয়, ‘বন্ধ আৰু প্ৰতিবন্ধকতাৰ পৰা শান্তি আৰু মুক্তি লাভ কৰাটো মণিপুৰৰ প্ৰাপ্য’।

Time for people of Manipur to show red card to Congress for its fouls: PM Modi

April 07th, 04:11 pm

Taking the BJP’s poll campaign for Lok Sabha elections 2019 forward, Prime Minister Shri Narendra Modi addressed a public meeting in Imphal, Manipur. Addressing a huge public meeting in Imphal, Shri Modi said, “In the North East, young people have got new employment opportunities through BPO and Mudra Yojana.”

PM Modi addresses Public Meeting at Imphal, Manipur

April 07th, 04:10 pm

Taking the BJP’s poll campaign for Lok Sabha elections 2019 forward, Prime Minister Shri Narendra Modi addressed a public meeting in Imphal, Manipur. Addressing a huge public meeting in Imphal, Shri Modi said, “In the North East, young people have got new employment opportunities through BPO and Mudra Yojana.”

The time is ripe to redefine ‘R&D’ as ‘Research’ for the ‘Development’ of the nation: PM Modi

March 16th, 11:32 am

Inaugurating the 105th session of Indian Science Congress in Manipur, PM Narendra Modi said that time was ripe to redefine ‘R&D’ as ‘Research’ for the ‘Development’ of the nation. “Science is after all, but a means to a far greater end; of making a difference in the lives of others, of furthering human progress and welfare”, the PM remarked.

Manipur Can Contribute Immensely To India's Development: PM Modi

February 25th, 01:33 pm

PM Modi addressed a huge public meeting in Imphal, Manipur. PM highlighted that the NDA Govt at the Centre was committed towards the development of eastern India. He attacked Congress for not undertaking welfare measures for Manipur and for being indulged in corruption. Shri Modi spoke about the Naga accord and assured people of Manipur that territorial integrity of the state would be maintained.