শ্ৰী ইমকং এল ইমচেনৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক

November 12th, 07:04 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাগালেণ্ডৰ জ্যেষ্ঠ নেতা শ্ৰী ইমকং এল ইমচেনৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।