ক্ৰ’ৱেচিয়াৰ প্ৰধানমন্ত্ৰী আন্দ্ৰেজ প্লেংকভিচৰে ভাৰতৰ প্ৰধান মন্ত্ৰীৰ বৈঠক

February 18th, 07:38 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এআই ইমপেক্ট ছামিটৰ সময়তে ক্ৰ’ৱেচিয়াৰ প্ৰধানমন্ত্ৰী আন্দ্ৰেজ প্লেংকভিচৰ সৈতে বৈঠকত মিলিত হয়।

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিলে ক্ৰ'ৱেচিয়াৰ প্ৰধানমন্ত্ৰীয়ে

February 18th, 05:41 pm

ক্ৰ’ৱেচিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম আন্দ্ৰেজ প্লেংকোভিচে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

ইউএই-ৰ উপ প্ৰধানমন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰীক আদৰণি জনায় প্ৰধানমন্ত্ৰী মোদীয়ে

December 12th, 08:44 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘সংযুক্ত আৰৱ আমিৰী’ৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী শ্বেখ আব্দুল্লাবিন জায়েদ আল নাহিয়ানক আদৰণি জনায়।

গ্ৰীচৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

November 02nd, 08:22 am

গ্ৰীচৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীযুত কিৰিয়াকোছ মিটচোটাকিছে কৰা এক টেলিফোন কল গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।