ডাটা ছ’নিফিকেচনৰ জৰিয়তে ইউপিআই আৰু ডিজিটেল পৰিশোধৰ সমস্ত বিষয় দাঙি ধৰাৰ বাবে বাবে আইআইপিক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে

ডাটা ছ’নিফিকেচনৰ জৰিয়তে ইউপিআই আৰু ডিজিটেল পৰিশোধৰ সমস্ত বিষয় দাঙি ধৰাৰ বাবে বাবে আইআইপিক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে

April 13th, 02:01 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডাটা ছ’নিফিকেচনৰ জৰিয়তে লেনদেন কৰা ধনৰ শব্দৰ মাধ্যমেৰে ডিজিটেল পৰিশোধ আৰু ইউপিআইৰ বিষয়টো দাঙি ধৰাৰ বাবে ইণ্ডিয়া ইন পিক্সেলছ(আইআইপি)ক প্ৰশংসা কৰে।