সমবায়ৰ বিশ্বব্যাপী ৰেংকিঙত প্ৰথম আৰু দ্বিতীয় স্থান দখল কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে আমুল আৰু ইফকো (IFFCO)ক অভিনন্দন জনাইছে

November 05th, 10:41 pm

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ দুখন আগশাৰীৰ সমবায় আমুল আৰু ইফকো (IFFCO)ক সমবায়ৰ বাবে বিশ্বব্যাপী ৰেংকিঙত ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থান দখল কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। ভাৰতৰ সমবায় খণ্ডটো সজীৱ আৰু বহু জীৱনক ৰূপান্তৰিত কৰি আছে। আমাৰ চৰকাৰে আগন্তুক সময়ত এই খণ্ডটোক অধিক উৎসাহিত কৰাৰ বাবে অসংখ্য পদক্ষেপ গ্ৰহণ কৰিছে, শ্ৰী মোদীয়ে কয়।

Prime Minister Narendra Modi to inaugurate ICA Global Cooperative Conference

November 24th, 05:54 pm

PM Modi will inaugurate the ICA Global Cooperative Conference 2024 and launch the UN International Year of Cooperatives 2025 on 25th November at Bharat Mandapam, New Delhi. Hosted by IFFCO, in collaboration with ICA, AMUL, KRIBHCO, and the Government of India, the event marks the first ICA Global Assembly in India.