ভাৰতৰ ১৯ বছৰ অনূৰ্ধ ক্ৰিকেট দলক বিশ্বকাপ জয়ৰ বাবে প্ৰধানমন্ত্ৰীৰ অভিনন্দন
February 06th, 09:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ১৯ বছৰ অনূৰ্ধ ক্ৰিকেট দলে বিশ্বকাপৰ খিতাপ দখল কৰা উৎকৃষ্ট প্ৰদৰ্শনক প্ৰশংসা কৰিছে।আইচিচি ১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপ ক্ৰিকেটত জল লাভ বাবে ভাৰতীয় ক্ৰিকেট দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
February 06th, 10:06 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আইচিচিৰ ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপ ক্রিকেট প্ৰতিযোগিতাত জয় লাভৰ বাবে ভাৰতীয় ক্রিকেট দলক অভিনন্দন জনাইছে৷