অৰুণাচল প্ৰদেশৰ অঞ্জৱ জিলাত ১২০০ মেগাৱাট কালাই-২ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে ১৪১০৫.৮৩ কোটি টকা বিনিয়োগৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন
April 08th, 04:28 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে অৰুণাচল প্ৰদেশৰ অঞ্জৱ জিলাৰ লোহিত নদীত কালাই-২ জলবিদ্যুৎ প্ৰকল্প (এইচইপি) নিৰ্মাণৰ বাবে ১৪,১০৫.৮৩ কোটি টকাৰ বিনিয়োগত অনুমোদন জনাইছে। প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ আনুমানিক সময়সীমা হৈছে ৭৮ মাহ।Cabinet approves construction of 1720 MW Kamala Hydro Electric Project in Arunachal Pradesh
April 08th, 04:26 pm
The Cabinet Committee on Economic Affairs, chaired by PM Modi has approved investment of Rs.26,069.50 crore for construction of Kamala Hydro Electric Project (HEP) in Kamle, Kra Daadi & Kurung Kumey Districts of Arunachal Pradesh. The project will significantly improve infrastructure in the state and provide essential facilities, benefiting local communities.Congress has always compromised the interests of Assam: PM Modi in Biswanath
April 01st, 11:45 am
PM Modi addressed a massive public rally in Biswanath, Assam. In his speech, the PM launched a sharp attack on Congress, accusing it of being ‘anti-development’ and the ‘root of corruption in independent India.’ Highlighting the BJP-NDA government’s actions, PM Modi said thousands of bighas of land have been freed from illegal encroachment, restoring Assam’s heritage and ecology. Reaffirming BJP’s commitment to Sabka Saath, Sabka Vikas, he urged voters to ensure a record turnout.BJP-NDA blocked Congress’ ‘unfair’ communal violence bill in Parliament: PM Modi in Gogamukh, Assam
April 01st, 11:30 am
Campaigning for the upcoming Assembly elections, Prime Minister Narendra Modi addressed a massive public gathering in Gogamukh, marking his first rally in Assam after the announcement of polls. The event witnessed an overwhelming turnout, with enthusiastic participation from youth, women and local communities, signaling strong momentum for the BJP-led NDA.PM Modi sets the tone for Assam polls with high-energy rallies in Gogamukh and Biswanath
April 01st, 11:00 am
Campaigning for the upcoming Assembly elections, Prime Minister Narendra Modi addressed massive public gatherings in Gogamukh and Biswanath, marking his first rallies in Assam after the announcement of polls. The events witnessed an overwhelming turnout, with enthusiastic participation from youth, women and local communities, signaling strong momentum for the BJP-led NDA.কেবিনেটে উত্তৰ-পূৰ্বাঞ্চলৰ জল বিদ্যুৎ প্ৰকল্পসমূহৰ উন্নয়নৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য চৰকাৰসমূহৰদ্বাৰা ইকুইটি অংশগ্ৰহণৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰ্থিক সাহায্যত অনুমোদন জনালে
August 28th, 05:24 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে উত্তৰ-পূৰ্বাঞ্চলৰ (NER) জল বিদ্যুৎ প্ৰকল্পসমূহৰ উন্নয়নৰ বাবে অঞ্চলটোৰ ৰাজ্য চৰকাৰসমূহলৈ তেওঁলোকৰ ইকুইটি অংশগ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যিক প্ৰতিষ্ঠান আৰু কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ মাজত যৌথ উদ্যোগ (JV) সহযোগিতাৰ জৰিয়তে কেন্দ্ৰীয় আৰ্থিক সাহায্য (CFA) আগবঢ়াবলৈ শক্তি মন্ত্ৰালয়ৰ প্ৰস্তাৱত অনুমোদন জনাইছে।সংসদৰ চেণ্ট্ৰেল হলত সাংসদসকলৰ উদ্দেশ্যি আগবঢ়োৱা প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 19th, 11:50 am
গণেশ চতুৰ্থীৰ দিনা আপোনালোকৰ লগতে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমি সকলোৱে মিলি নতুন সংসদ ভৱনত নতুন ভৱিষ্যতৰ শুভাৰম্ভ কৰিবলৈ ওলাইছো। আজি আমি এখন উন্নত ভাৰতৰ প্ৰতিশ্ৰুতিক পুনৰ দোঁহাৰি তাক পূৰণৰ বাবে সম্পূৰ্ণ আন্তৰিকতাৰে কাম কৰাৰ উদ্দেশ্যে নতুন ভৱনৰ দিশে আগবাঢ়িছো। সন্মানীয় প্ৰেক্ষাগৃহটো, এই ভৱনটো আৰু সেইটোও এই কেন্দ্ৰীয় হলটো এক প্ৰকাৰে আমাৰ আৱেগেৰে ভৰি আছে। ই আমাক আৱেগিক কৰি তোলে আৰু লগতে আমাৰ কৰ্তব্যৰ বাবেও অনুপ্ৰাণিত কৰে। স্বাধীনতাৰ পূৰ্বে এই খণ্ডটো এক প্ৰকাৰৰ পুথিভঁৰাল হিচাপে ব্যৱহাৰ কৰা হৈছিল। কিন্তু পিছলৈ ইয়াতেই আৰম্ভ হ’ল সংবিধান সভাৰ বৈঠক আৰু সংবিধান সভাৰ সেই বৈঠকসমূহৰ জৰিয়তে গভীৰ আলোচনা আৰু বিবেচনাৰ অন্তত আমাৰ সংবিধানখন ইয়াত গঢ় লৈ উঠিছিল৷ ইয়াতেই ১৯৪৭ চনত ব্ৰিটিছ চৰকাৰে ক্ষমতা হস্তান্তৰ কৰিছিল, আমাৰ চেণ্ট্ৰেল হলটোও সেই প্ৰক্ৰিয়াৰ সাক্ষী। এই চেণ্ট্ৰেল হলতে ভাৰতৰ ত্ৰিৰংগা গ্ৰহণ কৰা হ’ল, আমাৰ জাতীয় সংগীত গ্ৰহণ কৰা হ’ল। আৰু ঐতিহাসিক উপলক্ষে স্বাধীনতাৰ পাছতো সকলো চৰকাৰৰ মাজত বহু ঘটনা ঘটিছিল যেতিয়া দুয়োখন সদনে একেলগে আলোচনা কৰিছিল, একমতত উপনীত হৈছিল আৰু ভাৰতৰ ভাগ্য গঢ় দিয়াৰ সিদ্ধান্ত লৈছিল।সংসদৰ বিশেষ অধিৱেশনত কেন্দ্ৰীয় হলত প্ৰধানমন্ত্ৰীৰ সাংসদসকলক সম্বোধন
September 19th, 11:30 am
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণৰ আৰম্ভণিত সদনত উপস্থিত সকলোকে গণেশ চতুৰ্থীৰ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে আজিৰ দিনটো বিশেষ কিয়নো সদনৰ কামকাজ এতিয়াৰ পৰা নতুন ভৱনত চলিব। প্ৰধানমন্ত্ৰীয়ে কয়, “আমি নতুন সংসদ ভৱনলৈ গৈ আছোঁ এক নতুন সংকল্প আৰু দৃঢ়তাৰে ভাৰতক উন্নত ৰাষ্ট্ৰলৈ উন্নীত কৰাৰ বাবে।”অৰুণাচল প্ৰদেশত সম্পন্ন হোৱা উন্নয়ণমূলক কাম-কাজ সন্দৰ্ভত মন্তব্য কৰিলে প্ৰধানমন্ত্ৰীয়ে
April 11th, 02:33 pm
অৰুণাচল প্ৰদেশৰ উন্নয়নমূলক কাম-কাজ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কৰা ‘টুইট’-ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে;হিমাচল প্ৰদেশত ৩৮২মেগাৱাট উত্পাদনক্ষম ‘ছুন্নী জলবিদ্যুত্ প্ৰকল্প’ত ‘এছজেভিএন’-ৰ বিনিয়োগ প্ৰস্তাৱলৈ অনুমোদন
January 04th, 08:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত ‘অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট সমিতি’ৰ সভাই হিমাচল প্ৰদেশত ৩৮২ মেগাৱাট উত্পাদনক্ষম ‘ছুন্নী জলবিদ্যুত্ প্ৰকল্প’ত ‘এছজেভিএন লিমিটেড’-য়ে কৰিব খোজা বিনিয়োগলৈ অনুমোদন জনাইছে। আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ভাৰত চৰকাৰে সহযোগিতা হিচাপে আগবঢ়োৱা ১৩.৮০ কোটি টকাকে ধৰি প্ৰকল্পটোৰ প্ৰাককলিত ব্যয়ৰ পৰিমাণ হৈছে ২৬১৪.৫১কোটি টকা। ২০২২ৰ জানুৱাৰী মাহলৈকে সামগ্ৰিক ব্যয়ৰ বাবে ২৪৬ কোটি টকাৰ কাৰ্যোত্তৰ অনুমোদন প্ৰদান কৰা হয়।হিমাচল প্ৰদেশৰ চম্বাত এলানি উন্নয়ণী প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
October 13th, 05:23 pm
পোন প্ৰথমেতো মই চম্বাবাসীৰ ওচৰত ক্ষমা বিচাৰিছো, কিয়নো এইবাৰ মই ইয়ালৈ আহোতে বৰ দেৰি কৰিলো, ইয়াৰ মাজত বহুকেইটা বছৰ পাৰ হৈ গ’ল। কিন্তু মোৰ সৌভাগ্য যে আজি পুনৰবাৰ সকলোৰে মাজত উপস্থিত হৈ আপোনালোকক দৰ্শন কৰাৰ, আপোনালোকৰ আশীৰ্বাদ প্ৰাপ্ত কৰাৰ মই সুযোগ পাইছো।PM lays foundation stone of two hydropower projects in Chamba, Himachal Pradesh
October 13th, 12:57 pm
PM Modi laid the foundation stone of two hydropower projects and launched Pradhan Mantri Gram Sadak Yojana -III in Chamba. India’s Azadi ka Amrit Kaal has begun during which we have to accomplish the goal of making, he added.