ভাৰত, হাংগেৰী, পোলেণ্ড আৰু আমেৰিকাৰ মহাকাশচাৰীক লৈ মহাকাশ অভিযানৰ সফল উৎক্ষেপণক আদৰণি প্ৰধানমন্ত্ৰীৰ

June 25th, 01:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত, হাংগেৰী, পোলেণ্ড আৰু আমেৰিকাৰ মহাকাশচাৰীক লৈ মহাকাশ অভিযানৰ সফল উৎক্ষেপণক আদৰণি জনায়। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা প্ৰথম ভাৰতীয় হোৱাৰ দিশত অগ্ৰসৰ হোৱা ভাৰতীয় মহাকাশচাৰী, গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাকো শ্ৰী মোদীয়ে শুভেচ্ছা জনায়।

হাংগেৰীৰৰ সংসদীয় নিৰ্বাচনত বিজয় সাব্যস্ত কৰা প্ৰধানমন্ত্ৰী ভিক্টৰ অৰ্বানক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

April 04th, 11:25 am

প্ৰধানমন্ত্ৰী ভিক্টৰ অৰ্বানক হাংগেৰীৰ সংসদীয় নিৰ্বাচনত বিজয় সাব্যস্ত কৰাৰ বাবে অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

হাংগেৰীৰ প্ৰধানমন্ত্ৰী মহামহিম ভিক্টৰ অৰবানৰ সৈতে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ

March 09th, 08:08 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংগেৰীৰ প্ৰধানমন্ত্ৰী মহামহিম ভিক্টৰ অৰবানৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়।