Prime Minister condoles passing of Shri Sukhdev Singh Dhindsa Ji

Prime Minister condoles passing of Shri Sukhdev Singh Dhindsa Ji

May 28th, 09:34 pm

Prime Minister, Shri Narendra Modi, has condoled passing of Shri Sukhdev Singh Dhindsa Ji, today. He was a towering statesman with great wisdom and an unwavering commitment to public service. He always had a grassroots level connect with Punjab, its people and culture, Shri Modi stated.

Cabinet approves Minimum Support Prices (MSP) for Kharif Crops for Marketing Season 2025-26

Cabinet approves Minimum Support Prices (MSP) for Kharif Crops for Marketing Season 2025-26

May 28th, 03:49 pm

The Cabinet Committee on Economic Affairs chaired by PM Modi has approved the increase in the MSP for 14 Kharif Crops for Marketing Season 2025-26. The increase in MSP is in line with the Union Budget 2018-19 announcement of fixing the MSP at a level of at least 1.5 times of the All-India weighted average cost of production.

Prime Minister pays homage to Shri N. T. Rama Rao

Prime Minister pays homage to Shri N. T. Rama Rao

May 28th, 10:00 am

Prime Minister, Shri Narendra Modi, paid homage to Shri N. T. Rama Rao on his birth anniversary, today. He is widely admired for his efforts to serve society and empower the poor and downtrodden, Shri Modi stated.

Prime Minister pays homage to Veer Savarkar Ji

May 28th, 09:49 am

Prime Minister, Shri Narendra Modi, paid homage to Veer Savarkar Ji on his birth anniversary today. The grateful nation can never forget the saga of his indomitable courage and struggle in the freedom movement. His sacrifice and dedication for the country will continue to guide the path in building a developed India, Shri Modi stated.

Prime Minister attends the Civil Investiture Ceremony-II

May 28th, 09:27 am

Prime Minister, Shri Narendra Modi, today, attended the Civil Investiture Ceremony-II, where the Padma Awards were presented. The Padma awardees have made notable contributions to our society. The life journeys of those who were conferred the Padma are deeply motivating, Shri Modi added.

প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী ৰাজীৱ গান্ধীক তেওঁৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

May 21st, 08:34 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী ৰাজীৱ গান্ধীক তেওঁৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ড0 জয়ন্ত নাৰ্লিকাৰৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

May 20th, 01:49 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰখ্যাত জ্যোতিৰ্বিজ্ঞানী ড0 জয়ন্ত নাৰ্লিকাৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

ড0 এম আৰ শ্ৰীনিবাসনৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

May 20th, 01:47 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ পাৰমাণৱিক শক্তি কাৰ্যসূচীৰ এগৰাকী বলিষ্ঠ নেতা ড0 এম আৰ শ্ৰীনিবাসনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

শ্ৰীযুত জো বাইডেনৰ দ্ৰুত আৰু আশু আৰোগ্য কামনা প্ৰধানমন্ত্ৰীৰ

May 19th, 02:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেনৰ স্বাস্থ্যৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি তেওঁৰ দ্ৰুত আৰু আশু আৰোগ্য কামনা কৰিছে। শ্ৰী মোদীয়ে লগতে কয় যে আমি ডাঃ জিল বাইডেন আৰু তেওঁৰ পৰিয়ালৰ লগত আছো।

Prime Minister condoles loss of lives due to fire tragedy in Solapur, Maharashtra

May 18th, 09:27 pm

The Prime Minister, Shri Narendra Modi has expressed deep grief over the loss of lives due to fire tragedy in Solapur, Maharashtra. Shri Modi also wished speedy recovery for those injured in the accident.

তেলেংগানাৰ হায়দৰাবাদত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুৱাসকলৰ দুখত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে

May 18th, 12:00 pm

তেলেংগানাৰ হায়দৰাবাদত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকলৰ দুখত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

ছিকিম ৰাজ্য প্ৰতিস্থাৰ ৫০ বছৰীয়া জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ছিকিমৰ জনসাধাৰণলৈ শুভেচ্ছা জনাইছে

May 16th, 10:13 am

‘ৰাজ্য প্ৰতিস্থা দিৱস’ত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছিকিমৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এই বছৰৰ এই অনুষ্ঠানটোৱে নিতান্তই বিশেষ গুৰুত্ব বহণ কৰিছে, কিয়নো আমি ছিকিমৰ ৰাজ্য প্ৰতিস্থাৰ ৫০ বছৰীয়া জয়ন্তী উদযাপন কৰিছোঁ! ছিকিম নৈঃসৰ্গিক সৌন্দৰ্য, চহকী সাংস্কৃতিক পৰম্পৰা আৰু পৰিশ্ৰমী লোকসকলৰ সৈতে সম্পৰ্কিত, শ্ৰী মোদীয়ে লগতে কয়।

চত্তীশগড়ৰ ৰায়পুৰত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাসকলৰ দুখত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে

May 12th, 05:46 pm

চত্তীশগড়ৰ ৰায়পুৰত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাসকলৰ দুখত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত ৭ম খেলো ইণ্ডিয়া ইউথ গেমছৰ উদ্বোধনী সমাৰোহত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

May 04th, 08:16 pm

বিহাৰৰ মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰ জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী মনসুখ ভাই, ভগ্নী ৰক্ষা খড়ছে, শ্ৰী ৰামনাথ ঠাকুৰ জী, বিহাৰৰ উপ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী জী, বিজয় কুমাৰ সিনহা জী, উপস্থিত থকা অন্যান্য বিশিষ্ট ব্যক্তিসকল, সকলো খেলুৱৈ, প্ৰশিক্ষক, অন্যান্য কৰ্মচাৰী আৰু মোৰ মৰমৰ যুৱ বন্ধু-বান্ধৱীসকল!

সপ্তম খেলো ইণ্ডিয়া যুৱ গেমছৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰে

May 04th, 08:02 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সপ্তম খেলো ইণ্ডিয়া যুৱ গেমছৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দিয়ে। অনুষ্ঠানত উপস্থিত খেলুৱৈ, প্ৰশিক্ষক, কৰ্মচাৰীসকলক সম্বোধন কৰি তেওঁ মন্তব্য কৰে যে দেশৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলে একত্ৰিত হৈছে, ব্যতিক্ৰমী প্ৰতিভা আৰু দৃঢ়তা প্ৰদৰ্শন কৰিছে। তেওঁ তেওঁলোকৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ ওপৰত আলোকপাত কৰি জাতিটোৰ ক্ৰীড়া মনোভাৱলৈ তেওঁলোকৰ অৱদানক স্বীকাৰ কৰে। খেলুৱৈসকলৰ উল্লেখযোগ্য দক্ষতা আৰু দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে তেওঁলোকৰ ক্ৰীড়াৰ প্ৰতি থকা আকৰ্ষণ আৰু নিৰন্তৰ উৎকৃষ্টতাৰ সন্ধানে জাতিটোৰ বাবে গৌৰৱ কঢ়িয়াই আনে। তেওঁলোকৰ ভৱিষ্যতৰ কাম-কাজৰ বাবে তেখেতৰ শুভেচ্ছা জ্ঞাপন কৰে।

শ্ৰী শিৱানন্দ বাবাৰ মৃত্যুত শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে

May 04th, 10:58 am

‘যোগ সাধক’ তথা কাশীৰ বাসিন্দা শ্ৰী শিৱানন্দ বাবাৰ মৃত্যুত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শোক প্ৰকাশ কৰে৷

প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনী জয়ৰ বাবে লৰেন্স ৱঙক অভিনন্দন জনায়

May 04th, 09:51 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মিঃ লৰেন্স ৱঙক নিৰ্বাচনত জয়লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। তেওঁ ভাৰত আৰু ছিংগাপুৰৰ মাজত জনসাধাৰণৰ ঘনিষ্ঠ সম্পৰ্কৰ আধাৰত শক্তিশালী আৰু বহুমুখী অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

India's coastal states and our port cities will become key centres of growth for a Viksit Bharat: PM Modi in Thiruvananthapuram, Kerala

May 02nd, 02:06 pm

Prime Minister Modi dedicated Vizhinjam International Deepwater Multipurpose Seaport to the nation in Thiruvananthapuram, Kerala. The PM emphasised that “the port economy reaches its full potential when infrastructure and ease of doing business are promoted together” and stated that over the past 10 years, this has been the blueprint of the Government of India’s port and waterways policy.

কেৰালাৰ ৮,৮০০ কোটি টকীয়া ‘ভিজিঞ্জাম আন্তঃৰাষ্ট্ৰীয় সমুদ্ৰিক বন্দৰ’ দেশৰ নামত উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

May 02nd, 01:16 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ তিৰুৱন্তপুৰমত ৮,৮০০ কোটি টকীয়া ‘ভিজিঞ্জাম আন্তঃৰাষ্ট্ৰীয় গভীৰ পানীৰ বহুমুখী সাগৰীয় বন্দৰ’ দেশবাসীৰ নামত উৎসৰ্গা কৰে। ‘ভগৱান’ আদি শংকৰাচাৰ্যৰ জন্ম জয়ন্তী উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তিনি বছৰ পূৰ্বে ছেপ্টেম্বৰ মাহত তেওঁ আদি শংকৰাচাৰ্যৰ শ্ৰদ্ধাৰ জন্মস্থান ভ্ৰমণ কৰাৰ সৌভাগ্য লাভ কৰিছিল। তেওঁ আনন্দ প্ৰকাশ কৰে যে তেওঁৰ সংসদীয় সমষ্টি কাশীৰ বিশ্বনাথ ধাম চৌহদত আদি শংকৰাচাৰ্যৰ এটা বিশাল প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই প্ৰতিমূৰ্তি আদি শংকৰাচাৰ্যৰ অপৰিসীম আধ্যাত্মিক জ্ঞান আৰু শিক্ষাৰ প্ৰতি শ্ৰদ্ধাঞ্জলিৰ প্ৰতীক হৈ আহিছে। তেওঁ লগতে উল্লেখ কৰে যে উত্তৰাখণ্ডৰ পৱিত্ৰ ‘কেদাৰনাথ ধাম’ত আদি শংকৰাচাৰ্যৰ ঐশ্বৰিক প্ৰতিমূৰ্তি উন্মোচন কৰাৰ সন্মানো তেওঁ লাভ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আজি এই অনুষ্ঠান আন এক বিশেষ অনুষ্ঠান হিচাপে চিহ্নিত হৈছে কিয়নো আজি ভক্তসকলৰ বাবে ‘কেদাৰনাথ মন্দিৰ’ৰ দুৱাৰ মুকলি কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে কেৰালাৰ পৰা যাত্ৰা আৰম্ভ কৰা আদি শংকৰাচাৰ্যই দেশৰ বিভিন্ন কোণত মঠ স্থাপন কৰি ৰাষ্ট্ৰৰ চেতনা জাগ্ৰত কৰিছিল। তেওঁ গুৰুত্ব আৰোপ কৰে যে শংকৰাচাৰ্যৰ প্ৰচেষ্টাই এক একত্ৰিত আৰু আধ্যাত্মিকভাৱে আলোকিত ভাৰতৰ ভেটি স্থাপন কৰিছিল।

আয়ুষ্মান ভাৰত দিৱস ২০২৫: সমতা, উদ্ভাৱন আৰু সহজলভ্যতাত শিপাই থকা স্বাস্থ্যসেৱা বিপ্লৱ

April 30th, 04:02 pm

আজি ভাৰতে আয়ুষ্মান ভাৰত দিৱস উদযাপন কৰাৰ সময়ত আমি কেৱল চৰকাৰী আঁচনিৰ বৰ্ষপূৰ্তিয়েই নাই, বৰঞ্চ আমি সমগ্ৰ দেশৰ লাখ লাখ লোকে স্বাস্থ্যসেৱা, সহজলভ্যতা আৰু অভিজ্ঞতা লাভ কৰা পদ্ধতিৰ সুদূৰপ্ৰসাৰি পৰিৱৰ্তনক উদযাপন কৰিছো। স্বাস্থ্যৰ বাবে আৰ্থিক সুৰক্ষা প্ৰদানৰ বাবে যিটো সাহসী পদ্ধতি হিচাপে আৰম্ভ হৈছিল, সেয়া ডিজিটেল-প্ৰথম, ৰোগীকেন্দ্ৰিক জনস্বাস্থ্য আৰ্হিৰ বাবে এক বৈশ্বিক মাপকাঠী হৈ পৰিছে।