'অনাৰেৰী অৰ্ডাৰ অব ফ্ৰীডম অব বাৰ্বাডোছ' বঁটাৰ বাবে প্ৰধানমন্ত্ৰীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে
March 07th, 10:02 am
'অনাৰেৰী অৰ্ডাৰ অব ফ্ৰীডম অব বাৰ্বাডোছ' বঁটাৰ বাবে বাৰ্বাডোছৰ চৰকাৰ আৰু জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে এই সন্মান ১৪০ কোটি ভাৰতীয় আৰু ভাৰত আৰু বাৰ্বাডোছৰ মাজৰ ঘনিষ্ঠ সম্পৰ্কৰ নামত উৎসৰ্গা কৰে।