প্ৰধানমন্ত্ৰীয়ে পৰিদৰ্শন কৰিলে বিশ্ব হ’ল’কাষ্ট স্মৃতি কেন্দ্ৰ– যাদ ভাশ্বেম

February 26th, 09:02 pm

ইজৰাইলৰ প্ৰধানমন্ত্ৰী মহামহিম বেঞ্জামিন নেতানিয়াহুৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জেৰুজালেমত থকা যাদ ভাশ্বেম – বিশ্ব হ’ল’কাষ্ট স্মৃতি কেন্দ্ৰ পৰিদৰ্শন কৰি হ’ল’কাষ্টৰ বলি হোৱা লোকসকলক শ্ৰদ্ধাঞ্জলি জনায়।

ইজৰাইলৰ সংসদ নেচেটত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণ

February 25th, 08:20 pm

এই বিশিষ্ট সদনৰ সন্মুখত থিয় দিয়াটো মোৰ বাবে এক সৌভাগ্য আৰু সন্মানৰ বিষয় । মই ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে আৰু আন এটা প্ৰাচীন সভ্যতাক সম্বোধন কৰা প্ৰতিনিধি হিচাপেও সেয়াই অনুভৱ কৰিছো। মই মোৰ লগত লৈ আহিছো ১.৪ বিলিয়ন ভাৰতীয়ৰ শুভেচ্ছা আৰু বন্ধুত্ব, সন্মান তথা অংশীদাৰিত্বৰ বাৰ্তা।

ইজৰাইলৰ সংসদ নেচেটত ভাষণ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে

February 25th, 08:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জেৰুজালেমত ইজৰাইলৰ সংসদ নেচেটৰ বিশেষ পূৰ্ণাংগ সভাত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰী মোদীয়েই হৈছে ইজৰাইলৰ সংসদত ভাষণ দিয়া ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী।

Our ties with Israel are about mutual trust and friendship: PM Modi

July 05th, 10:38 pm

PM Narendra Modi addressed a community event in Tel Aviv. Appreciating Israel in its development journey, Prime Minister Modi remarked, “Israel has shown that more than size, it is the spirit that matters. Jewish community has enriched India with their contribution in various fields.” PM Modi also thanked PM Netanyahu and Government of Israel for their warm hospitality.

The aim of my Government is reform, perform and transform : PM Modi

July 05th, 06:56 pm

PM Narendra Modi addressed a community event in Tel Aviv. Appreciating Israel in its development journey, Prime Minister Modi remarked, “Israel has shown that more than size, it is the spirit that matters. Jewish community has enriched India with their contribution in various fields.” PM Modi also thanked PM Netanyahu and Government of Israel for their warm hospitality.

PM visits Yad Vashem Memorial Museum, homage to victims of holocaust

July 04th, 08:58 pm

PM Narendra Modi today paid homage to the victims of the holocaust at Yad Vashem Memorial Museum in Israel. Israeli PM Benjamin Netanyahu also accompanied the Prime Minister.