The strong foundation of Viksit Rajasthan is giving more strength to the resolution of Viksit Bharat: PM Modi

March 07th, 03:15 pm

PM Modi addressed the foundation stone-laying ceremony of the Kota Airport, calling it a day of new hope for Kota. He remarked that enhanced air connectivity would bring global tourists to the region, benefiting people. Listing the major infrastructure progress around the Kota region, he lauded Kota MP and Lok Sabha Speaker Om Birla for his dedication to the region’s development and his role in Parliament.

PM Modi lays Foundation Stone of Kota Airport; Highlights transformation of Hadoti Region

March 07th, 02:45 pm

PM Modi addressed the foundation stone-laying ceremony of the Kota Airport, calling it a day of new hope for Kota. He remarked that enhanced air connectivity would bring global tourists to the region, benefiting people. Listing the major infrastructure progress around the Kota region, he lauded Kota MP and Lok Sabha Speaker Om Birla for his dedication to the region’s development and his role in Parliament.

হাৰিয়ানাৰ যমুনা নগৰত উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী/আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

April 14th, 12:00 pm

হাৰিয়ানাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী নয়াব সিং চাইনীজী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহকৰ্মী মনোহৰ লালজী, ৰাও ইন্দ্ৰজিৎ সিং জী আৰু কৃষ্ণ পালজী, হাৰিয়ানা চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়ক আৰু মোৰ মৰমৰ ভাই-ভনীসকল। হাৰিয়ানাৰ মোৰ ভাই-ভনীসকলক মোদীয়ে শুভেচ্ছা জনাইছোঁ।

হাৰিয়ানাৰ যমুনা নগৰত উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

April 14th, 11:54 am

আজি হাৰিয়ানাৰ যমুনা নগৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। হাৰিয়ানাৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰি তেওঁ হাৰিয়ানাৰ পবিত্ৰ ভূমিক শ্ৰদ্ধাঞ্জলি জনায়। প্ৰধানমন্ত্ৰীয়ে হাৰিয়ানাৰ পবিত্ৰ ভূমিক মা সৰস্বতীৰ উৎপত্তিস্থল, মন্ত্ৰ দেৱীৰ বাসস্থান, পঞ্চমুখী হনুমান জীৰ জন্মস্থান আৰু ধন্য কপালমোচন চাহিবৰ উৎপত্তিস্থল বুলি স্বীকাৰ কৰে। “হাৰিয়ানা হৈছে সংস্কৃতি, ভক্তি আৰু নিষ্ঠাৰ সংগম”,ৰ কথাও তেওঁ বৰ্ণনা কৰে। তেওঁ বাবাছাহেব আম্বেদকাৰৰ ১৩৫সংখ্যক জয়ন্তীত সকলো নাগৰিকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি বাবা চাহেবৰ দৃষ্টিভংগী আৰু প্ৰেৰণাক আলোকপাত কৰে, যিয়ে ভাৰতৰ উন্নয়নৰ দিশত যাত্ৰা অব্যাহত ৰাখিছে।

হাৰিয়ানাৰ হিছাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

April 14th, 11:00 am

মই ক’ম বাবাচাহেব আম্বেদকাৰ, আপোনালোক সকলোৱে দুবাৰ ক’ব অমৰ ৰহে! অমৰ ৰহে বুলি! (দীৰ্ঘজীৱী হওঁক! দীৰ্ঘজীৱী হওঁক!)

PM Modi lays foundation stone of new terminal building of Hisar airport worth over Rs 410 crore

April 14th, 10:16 am

PM Modi during his visit to Hisar, laid the foundation stone of the ₹410 crore Maharaja Agrasen Airport terminal and flagged off the first flight between Hisar and Ayodhya. He highlighted the push for affordable air travel, Haryana’s growing aspirations, and the government’s commitment to Babasaheb Ambedkar’s vision of dignity, equality, and empowerment for all.

প্ৰধানমন্ত্ৰীয়ে আম্বেদকাৰ জয়ন্তী উপলক্ষে অহা ১৪ এপ্ৰিলত হাৰিয়ানা ভ্ৰমণ কৰিব

April 12th, 04:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তী উপলক্ষে হাৰিয়ানা ভ্ৰমণ কৰিব। হাৰিয়ানাত তেওঁ প্ৰথমে হিছাৰলৈ যাব আৰু পুৱা প্ৰায় ১০:১৫ বজাত হিছাৰৰ পৰা অযোধ্যালৈ বাণিজ্যিক বিমানৰ ফ্লেগ অফ কৰিব। ইয়াৰ সমান্তৰালকৈ, তেওঁ হিছাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনৰ আধাৰশিলাও স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে হিছাৰত এখন ৰাজহুৱা সভাত ভাষণ দিব।

Congress is such a selfish party that it sees nothing beyond votes: PM Modi in Hisar

September 28th, 07:51 pm

Prime Minister Narendra Modi addressed the massive gathering at Hisar in Haryana emphasizing the state’s remarkable progress under BJP’s governance. The Prime Minister paid homage to Haryana’s rich history and culture, acknowledging Agroha Dham, Guru Jambheshwar, Khatu Shyam Ji, and Mata Bhanbhori Bhramari Devi. He also highlighted the sacrifices made by the Bishnoi community in protecting nature, describing Haryana as a region known for its patriotism and commitment to the environment.

PM Modi addresses public meeting in Hisar, Haryana

September 28th, 03:15 pm

Prime Minister Narendra Modi addressed the massive gathering at Hisar in Haryana emphasizing the state’s remarkable progress under BJP’s governance. The Prime Minister paid homage to Haryana’s rich history and culture, acknowledging Agroha Dham, Guru Jambheshwar, Khatu Shyam Ji, and Mata Bhanbhori Bhramari Devi. He also highlighted the sacrifices made by the Bishnoi community in protecting nature, describing Haryana as a region known for its patriotism and commitment to the environment.

Abrogation of Article 370 is a tribute to our brave Jawans: PM Modi

October 18th, 02:52 pm

Amidst the ongoing election campaigning in Haryana, PM Modi’s rally spree continued as he addressed public meetings in Hisar today. Highlighting the strengths of the region, the PM said, This region has made India proud in every field, be it fighting in the wrestling ring or fighting against terrorism. Sonipat means Kisan, Jawan aur Pehelwan.

হাৰিয়ানাৰ গোহানা আৰু হিছাৰত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰচাৰ সভা

October 18th, 12:16 pm

হাৰিয়ানাত অব্যাহত থকা নিৰ্বাচনী প্ৰচাৰ অভিযানৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে আজি গোহানা আৰু হিছাৰত দুখন ৰাজহুৱা সভা সম্বোধন কৰে৷ অঞ্চলটোৰ শক্তি, সামৰ্থৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই অঞ্চলটোৱে প্ৰতিটো ক্ষেত্ৰত ভাৰতক গৌৰবান্বিত কৰিছে৷ সেয়া লাগিলে মল্লযুঁজৰ ৰিঙেই হওক, অথবা সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজেই হওক৷ ছোনিপটৰ অৰ্থ হ’ল কিষাণ, জৱান আৰু পেহেলৱান৷