ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ জৰ্ডানৰ হাশ্বেমাইত সাম্ৰাজ্য ভ্ৰমণ সন্দৰ্ভত যুটীয়া বিবৃতি

December 16th, 03:56 pm

জৰ্ডানৰ হাশ্বেমাইত সাম্ৰাজ্যৰ মহামহিম ৰজা দ্বিতীয় আব্দুল্লাহ ইবনে আল হুছেইনৰ আমন্ত্ৰণক্ৰমে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫-১৬ ডিচেম্বৰ, ২০২৫ত জৰ্ডানৰ হাশ্বেমাইত সাম্ৰাজ্য ভ্ৰমণ কৰে।

জৰ্ডানৰ আম্মানত উপস্থিত প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি

December 15th, 04:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি আম্মানত উপস্থিত হয়। দুয়োখন দেশৰ ঘনিষ্ঠ সম্পৰ্কৰ প্ৰতিফলন ঘটাই আম্মান বিমানবন্দৰত উপস্থিত হোৱাৰ লগে-লগে প্ৰধানমন্ত্ৰীক জৰ্ডানৰ প্ৰধানমন্ত্ৰী মহামহিম ডঃ জাফৰ হাছানে আনুষ্ঠানিক আদৰণি জনায়।