
‘মন কি বাত’ৰ প্ৰতি মানুহে যি মৰম দেখুৱাইছে সেয়া অভূতপূৰ্বঃ প্ৰধানমন্ত্ৰী মোডী
May 28th, 11:30 am
'মন কী বাত'লৈ আকৌ এবাৰ আপোনালোক সকলোকে এক উষ্ম আদৰণি জনাইছো। এইবাৰ 'মন কী বাত'ৰ এই খণ্ডটো ইয়াৰ দ্বিতীয়টো শতিকাৰ আৰম্ভণি খণ্ড। যোৱা মাহত আমি সকলোৱে ইয়াৰ বিশেষ শতিকা উদযাপন কৰিছো। আপোনালোকৰ অংশগ্ৰহণ হৈছে এই কাৰ্যসূচীৰ আটাইতকৈ ডাঙৰ শক্তি। শততম খণ্ডৰ সম্প্ৰচাৰৰ সময়ত, এক প্ৰকাৰে সমগ্ৰ দেশ যেন একেডাল সূতাৰে বান্ধ খাইছিল। অনাময় কৰ্মচাৰী ভাই-ভনী হওক বা বিভিন্ন খণ্ডৰ ব্যক্তিয়েই হওঁক, 'মন কী বাতে' সকলোকে একত্ৰিত কৰিবলৈ চেষ্টা কৰিছে। 'মন কী বাত'ৰ বাবে আপোনালোক সকলোৱে দেখুওৱা স্নেহ আৰু মৰম অভূতপূৰ্ব, ই মানুহক আৱেগিক কৰি তোলে। যেতিয়া 'মন কী বাত' সম্প্ৰচাৰ কৰা হৈছিল, পৃথিৱীৰ বিভিন্ন দেশত, বিভিন্ন সময় অঞ্চলত, কৰবাত সন্ধিয়া হৈছিল আৰু কৰবাত ৰাতি পলম হৈছিল... তথাপিও, বহু সংখ্যক লোকে শততম খণ্ডটো শুনিবলৈ সময় উলিয়াইছিল। মই হাজাৰ হাজাৰ মাইল দূৰত থকা নিউজিলেণ্ডৰ সেই ভিডিঅ'টোও দেখিছিলো, য'ত এগৰাকী ১০০ বছৰীয়া মহিলাই তেওঁৰ মাতৃসূলভ আশীৰ্বাদ দিছে। ভাৰত আৰু বিদেশৰ মানুহে 'মন কী বাত' সন্দৰ্ভত তেওঁলোকৰ মতামত প্ৰকাশ কৰিছে। বহুলোকে গঠনমূলক বিশ্লেষণো আগবঢ়াইছে। 'মন কী বাত'ত কেৱল দেশ আৰু দেশবাসীৰ সাফল্যৰ বিষয়ে আলোচনা কৰা হৈছে বুলি ৰাইজে প্ৰশংসা কৰিছে। এই আশীৰ্বাদৰ বাবে মই আপোনালোক সকলোকে সম্পূৰ্ণ সন্মান জনাইছো।
অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বিবৃতিৰ ইংৰাজীৰ পৰা কৰা তৰ্জমা
May 24th, 06:41 am
মোৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত মোক আৰু মোৰ প্ৰতিনিধিদলক প্ৰদান কৰা আতিথ্য আৰু সন্মানৰ বাবে মই অষ্ট্ৰেলিয়াৰ জনসাধাৰণ আৰু প্ৰধানমন্ত্ৰী এলবানিজলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই মোৰ বন্ধু প্ৰধানমন্ত্ৰী এলবানিজৰ ভাৰত ভ্ৰমণৰ দুমাহৰ ভিতৰতে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিছোঁ। যোৱা এটা বছৰত এয়া হৈছে আমাৰ ষষ্ঠ বৈঠক।
Prime Minister’s visit to the Hiroshima Peace Memorial Museum
May 21st, 07:58 am
Prime Minister Shri Narendra Modi joined other leaders at G-7 Summit in Hiroshima to visit the Peace Memorial Museum. Prime Minister signed the visitor’s book in the Museum. The leaders also paid floral tributes at the Cenotaph for the victims of the Atomic Bomb.ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
May 20th, 07:57 pm
প্ৰধানমন্ত্ৰীয়ে ২০২৩ চনৰ ২০ মে'ত হিৰোছিমাত জি-৭ সন্মিলনৰ সময়ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি শ্ৰীযুত ভলোডিমিৰ জেলেনস্কিক সাক্ষাৎ কৰে।‘কোৱাড’ নেতৃবৃন্দৰ শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা প্ৰাৰম্ভিক মন্তব্যৰ ইংৰাজীৰ পৰা কৰা অনুবাদ
May 20th, 05:16 pm
প্ৰধানমন্ত্ৰী এলবানিজ, প্ৰধানমন্ত্ৰী কিছিদা আৰু ৰাষ্ট্ৰপতি বাইডেনকোৱাড নেতা সন্মিলনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
May 20th, 05:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২০ মে'ত জাপানৰ হিৰোছিমাত অনুষ্ঠিত তৃতীয় ব্যক্তিগত কোৱাড লিডাৰ্ছ সন্মিলনত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানিজ, জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জোছেফ বাইডেনৰ সৈতে অংশগ্ৰহণ কৰে।ফ্ৰান্স গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
May 20th, 05:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিৰোছিমাত জি-৭ সন্মিলনৰ সময়ত ২০মে ২০২৩ তাৰিখে ফ্ৰান্স গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী ইমানুৱেল মেক্ৰ'নৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়।জাপানৰ বিশিষ্ট ব্যক্তিৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ
May 20th, 12:06 pm
প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে জি-৭ সন্মিলনৰ বাবে হিৰোছিমা ভ্ৰমণৰ সময়ত নিজ নিজ পেছাত পাৰদৰ্শী জাপানৰ আগশাৰীৰ ব্যক্তিত্ব ড০ টমিঅ’ মিজোকামি আৰু শ্ৰীমতী হিৰোকো টাকায়ামাক সাক্ষাৎ কৰে৷হিৰোছিমাত মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তি উন্মোচন প্ৰধানমন্ত্ৰীৰ
May 20th, 08:12 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ মে’, ২০২৩ত জাপানৰ হিৰোছিমাত মহাত্মা গান্ধীৰ আৱক্ষ মুৰ্তি উন্মোচন কৰে৷PM Modi arrives in Hiroshima, Japan
May 19th, 05:23 pm
Prime Minister Narendra Modi arrived in Hiroshima, Japan. He will attend the G7 Summit as well hold bilateral meetings with PM Kishida of Japan and other world leaders.জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদ মেলত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বিবৃতিৰ লিখিত ৰূপ
March 20th, 12:30 pm
আৰম্ভণিতে প্ৰধানমন্ত্ৰী কিছিদা আৰু তেওঁৰ সৈতে ভাৰতলৈ অহা প্ৰতিনিধি দলটোক উষ্ম আদৰণি জনাইছো। প্ৰধানমন্ত্ৰী কিছিদা আৰু মই যোৱা এবছৰত কেইবাবাৰো সাক্ষাৎ কৰিছো। আৰু প্ৰতিবাৰেই ভাৰত-জাপান সম্পৰ্কৰ প্ৰতি তেওঁৰ ইতিবাচকতা আৰু দায়বদ্ধতা অনুভৱ কৰিছো। আৰু সেয়ে আজি তেওঁৰ এই ভ্ৰমণ আমাৰ সহযোগিতাৰ গতি বৰ্তাই ৰখাৰ ক্ষেত্ৰত অতি উপযোগী বিবেচিত হ’ব।PM pays homage to all those who lost their lives in Hiroshima bombings, during the World War-II
August 06th, 10:37 am