হিন্দুহ্ৰুদয়সম্ৰাট বালাছাহেব থাকৰে মহাৰাষ্ট্ৰ সমৰুদ্ধি মহামাৰ্গৰ উদ্বোধনী অনুষ্ঠান উপলক্ষ্যে মহাৰাষ্ট্ৰৰ এন ডি এ চৰকাৰক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
June 05th, 06:18 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ এন ডি এ চৰকাৰক আন্তঃগাঁথনি নেতৃত্বাধীন বিকাশৰ প্ৰতি অটল দায়বদ্ধতাৰ বাবে প্ৰশংসা কৰিছে। হিন্দুহ্ৰুদয়সম্ৰাট বালাছাহেব ঠাকৰে মহাৰাষ্ট্ৰ সমৰুদ্ধি মহামাৰ্গৰ উদ্বোধনৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰৰ এন ডি এ চৰকাৰক প্ৰশংসা কৰে।