নীৰজ চোপ্ৰাৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
December 23rd, 03:53 pm
নীৰজ চোপ্ৰা তথা তেওঁৰ পত্নী হিমানী মোৰে আজি নতুন দিল্লী, লোক কল্যাণ মাৰ্গত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। আমি ক্ৰীড়াকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত সুন্দৰভাৱে মত বিনিময় কৰিলো!, শ্ৰী মোদীয়ে কয়।